Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kidney Stone :কিডনিত পাথৰ হ’লে কি কি উপসৰ্গই দেখা দিয়ে ?

publisher by publisher
November 30, 2022
in Health, News
Reading Time: 3 mins read
0
Kidney Stone :কিডনিত পাথৰ হ’লে কি কি উপসৰ্গই দেখা দিয়ে ?
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

ঠাণ্ডাত ভৰিৰ বিষ কমোৱাৰ উপায়

হাইপাৰটেনছনৰ পৰা কিদৰে বাচিব?

‘জি এছ টি’ হ্ৰাস কৰি ঔষধৰ মূল্য সলনি কৰিব কোম্পানীয়ে, সংশোধিত মূল্য প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ

Kidney Stone :
কিডনিৰ সমস্যা বৰ্তমান সকলোৰে বাবে এক চিনাকি নাম । ইয়াৰ মাজতে বহুতৰে আক’ কিডনিত পাথৰ হয় । প্ৰথমাৱস্থাত ধৰা নপৰা এই ৰোগ পৰৱৰ্তী সময়ত ৰোগীৰ বাবে ঘাতক হৈ পৰে ।

তেনেক্ষেত্ৰত আজি আমি কিডনিত পাথৰ হ’লে দেখা দিয়া উপসৰ্গৰ বিষয়ে কিছু কথা জ্ঞাত কৰিম ।

ADVERTISEMENT

এই ক্ষেত্ৰত আনোৱাৰ খান মৰ্ডান মেডিকেল কলেজৰ ইউৰোলজি বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক ডা: আফজাৰ উদ্দীন শ্বেখে কয় যে , কিডনি ষ্ট’ন আৰম্ভ হোৱাৰ পূৰ্বে কিছু উপসৰ্গ দেখিবলৈ পোৱা যায় ।

অধিকাংশ ৰোগীৰে কিন্তু এচিমট’মেটিক থাকে । সেইসময়ত শৰীৰত কোনো বাধা আহিলে ৰুটিং স্ক্ৰিনিং আলট্ৰাচন’গ্ৰাফ কৰিলে পাথৰ ধৰা পৰাৰ লগতে সৰু পাথৰ হ’লে কোনো উপসৰ্গই দেখা নিদিয়ে যদিও সাধাৰণতে এক্সৰে অথবা আলট্ৰাচন’গ্ৰাফ কৰিলে ধৰা পৰা সম্ভাৱনা থাকে ।

অধ্যাপক ডা: উদ্দীন শ্বেখে আৰু এইবুলিও কৈছে যে , কিডনিত পাথৰ হ’লে বহুতৰে আক’ এনে কিছুমান উপসৰ্গই দেখা দিয়ে । যেনে- পেটৰ সমস্যা , পেটৰ ওপৰ অংশৰ বিষ হোৱা , পিঠি বিষ হোৱা , প্ৰস্ৰাৱৰ সমস্যা হোৱা , কিডনি থকা স্থানত বিষ হোৱা বা কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ নিৰ্গত হোৱা আদি দেখা দিব পাৰে ।

অৱশ্যে বিভিন্ন সময়ত আক’ ৰোগীৰ শৰীৰত কোনো উপসৰ্গ দেখা নিদিবও পাৰে । তেনেক্ষেত্ৰত মাইক্ৰোস্কোপ বা ইউৰিন পৰীক্ষা কৰিলে কিডনিৰ ষ্টোন ধৰা পৰে ।

ভয়ংকৰ কথা যে , কেতিয়াবা কিডনিৰ পাথৰ প্ৰস্ৰাৱৰ নলীত লাগি ধৰাও দেখা যায় । প্ৰস্ৰাৱৰ নলীত পাথৰ লাগি ধৰিলে ইনফেকশ্যন হোৱাৰ লগতে কিডনি ব্লক হৈ যোৱাৰ উপক্ৰম হ’ব পাৰে ।

বহুতৰ আকৌ গ’ম নোপোৱাকৈ কিডনিৰ পাথৰ ডাঙৰ হৈ যায় । ফলত মানুহজনৰ কিডনি একেবাৰে নষ্ট হৈ যাব পাৰে । ষ্টোন যিমানেই ডাঙৰ হৈ গৈ থাকে ,সিমানেই কিডনি নষ্ট হৈ গৈ থাকে ।

আচলতে কোনো সমস্যা আৰম্ভ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ইউৰিন পৰীক্ষা কৰিলে কিডনিৰ ষ্টোন ধৰা পৰে । তেনেক্ষেত্ৰত নিজৰ স্বাস্থ্য সচেতনতাৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰে ।

বি : দ্ৰ : শৰীৰত কোনো অচিন উপসৰ্গই দেখা দিলে সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । সচেতনাই ৰোগ নিৰ্মূলকৰণৰ মূলমন্ত্ৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kidney StoneMedicinePainSymptomsTreatment
publisher

publisher

Related Posts

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে
Assam

September 12, 2026
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d