Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lurinjyoti Gogoi : লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা

বৈঠকত ভাগ ললে লুৰীণজ্যোতি গগৈয়ে

publisher by publisher
December 14, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Lurinjyoti Gogoi : লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

Lurinjyoti Gogoi :

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা আৰম্ভ হৈছে ৷ প্ৰস্তাৱিত মৰ্চা গঠন হ’লে অসমৰ লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ (অজাপ) দলো তাৰ অন্তৰ্ভূক্ত হ’ব ৷

ADVERTISEMENT

আজি নতুন দিল্লীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেষ যাদৱৰ সৈতে এক দীঘলীয়া ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই বিষয়ে আলোচনা কৰে ৷

উল্লেখযোগ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি দলটোয়ে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত দলৰ নাম সলনি কৰি ভাৰতীয় ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) ঘোষণা কৰে ৷

এই উপলক্ষে ৮ শ পুৰোহিতেৰে যজ্ঞ আয়োজন কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন বিজেপি বিৰোধী ৰাজনৈতিক নেতৃত্বৰ সৈতে আলোচনা কৰে দলটোৰ সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৷

উক্ত আলোচনালানিৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে তেওঁ আঢ়ৈ ঘন্টাজোৰা দীঘলীয়া আলোচনাত মিলিত হয় ৷

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেষ যাদৱেও উক্ত আলোচনাত অংশগ্ৰহণ কৰে ৷ জাতীয় পৰিষদৰ যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী উক্ত বৈঠকত উপস্থিত আছিল ৷

বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী বিকল্প মৰ্চা গঠনৰ বিষয়ে আলোচনা কৰা হয় ৷ তেনে মৰ্চা গঠনৰ জৰিয়তে বিজেপিক ক্ষমতাচ্যুত কৰাত আগভাগ লবলৈ ৰাও আৰু সিঙক গগৈয়ে আহ্বান জনায় ৷

উল্লেখযোগ্য যে কে চন্দ্ৰশেখৰ ৰাওৰ দল টি আৰ এছে (বৰ্তমান বি আৰ এছ) কা’ বিৰোধী স্থিতি গ্ৰহণ কৰি অসমৰ জাতীয়তাবাদী চেতনাৰ প্ৰতি সমৰ্থন-সহযোগিতা আগবঢ়াইছিল ৷

সেয়ে স্বাভাৱিকতে অসম জাতীয় পৰিষদৰ সৈতে হোৱা উক্ত আলোচনা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

 বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিতা সদায় আছে আৰু থাকিব ৷

সেয়ে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন৷ আজিৰ আলোচনা তেনে এক সমন্বয়ৰ প্ৰয়াস বুলি উল্লেখ কৰি গগৈয়ে কয় যে আঞ্চলিক ৰাজনৈতিক দলসমূহক উপেক্ষা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো এটা পক্ষই কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে ৷ গতিৰে আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপন কৰাটো এতিয়া সময়ৰ আহ্বান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJPCm KcrDELHILurinjyoti GogoitelenganaTrs
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d