Horoscope:ৰাশিফল
মেষ : দিনটোত অপবাদৰ পৰা কিছু ক্ষেত্ৰ নিৰাশ হ’ব পাৰে। প্ৰয়োজনীয় ক্ষেত্র সাৱধানে থাকিব। কর্ম প্রাথীৰ শুভ। প্রেম-দাম্পত্য মধ্যম। শৰীৰৰ বিষয়ে চিন্তা থাকিব। ৰঙা শুভ ৰং, শুভ সংখ্যা ১।
বৃষ : কিছু বিষয়ে উৎকণ্ঠা থাকিব। কমক্ষেত্র মানসিক চঞ্চলতা বৃদ্ধি পাব। আর্থিক মধ্যম। প্রেম-প্রণয়ে ভাল। মুগা শুভ ৰং, শুভ সংখ্যা ৫।
মিথুন : দিনটোত খৰচৰ পৰিমাণ বৃদ্ধি হ’ব। কাৰকতা আছে। বিশেষ কোনো চেষ্টাৰ শুভফল পোৱাৰ আশা আছে। পঢ়া-শুনাত মনোযোগ বৃদ্ধি। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
কর্কট : পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক। আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত বাধা। বিয়া-বাৰুৰ যোগাযোগত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।
সিংহ : বিদ্যাৰ্থীসকলে গুৰুত্বপূৰ্ণ পাঠে মনোযোগ কৰা ভাল হ’ব। ব্যৱসায়- বাণিজ্য ভাল দেখা যায়। কোনো সংবাদ আনন্দেৰ কাৰক হ’ব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা ৬।
কন্যা : শৰীৰ স্বাস্থ্য খুব ভাল দেখা যায়। ভ্রমণ শুভ ফল। সামাজিক কর্মে স্বীকৃতি লাভৰ কাৰকতা বিবাহৰ চেষ্টা সফল হ’ব পাৰে। সবুজ শুভ ৰং, শুভ সংখ্যা ৭।
তুলা : আর্থিক ভাল। প্রাপ্য পোৱা আশা আছে। মাতৃৰ শাৰীৰিক অশুভ। সন্তানে কর্মপ্রাপ্তি যোগ। প্রেম এবং দাম্পত্য বাধা আছে ৰং গেৰুৱা, শুভ সংখ্যা ৩।
বৃশ্চিক : কর্মক্ষম সকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লভিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
ধনু ঃ শৰীৰ মধ্যম। সামাজিক কর্মে দায়িত্ব বৃদ্ধি। মনে কোনো আশা পূৰণ হ’ব পাৰে। চিকিৎসা সংক্রান্ত বিষয়ে খৰচৰ মাত্ৰা বৃদ্ধি। আকাশী শুভ ৰং, শুভ সংখ্যা ৪।
মকৰ : কর্মপ্রার্থীয় জনৰ দিনটো ফলদায়ক হোৱা আশা আছে। পাৰিবাৰীক বিষয়ে উদাসীন হোৱা ভাল। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। মাটিয়া শুভ ৰং, শুভ সংখ্যা ৮।
কুম্ভ : বিবাহ বিষয়ে কথা-বাৰ্তা ফলপ্ৰসু হোৱাৰ যোগ বিদ্যামান। শিল্প-কলাৰ প্রতি আগ্রহ বৃদ্ধি। নতুন বন্ধু লাভ। চলা-ফুৰাৰ সতৰ্ক থাকিব। ক’লা শুভ ৰং, শুভ সংখ্যা 8 ।
মীন : পৈতৃক সম্পত্তিকে কেন্দ্ৰ কৰি স্বজন বিৰোধ হোৱা আশংকা খাৰিজ কৰা যায়। দিনটোতে থাওয়া খাদ্য বিষয়ে সতর্ক থাকিব। প্রেমে শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৩।































