Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two Child Policy For All : ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে

জনসংখ্যা আইনৰ দাবীত গণ স্বাক্ষৰ হোৱা

publisher by publisher
March 11, 2023
in Assam, News
Reading Time: 2 mins read
0
Two Child Policy For All : ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Two Child Policy For All :

জনবিস্ফোৰণ আৰু জনসংখ্যাত দেখা দিয়া তীব্ৰ গতিত বৃদ্ধি পোৱা ধৰ্মীয় অসন্তোলনতাই দেশ আৰু ৰাজ্য সমূহৰ নিৰাপত্তা আৰু খিলঞ্জীয়াৰ আৰ্থ সামাজিক সাংস্কৃতিক ৰাজনৈতিক অধিকাৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ আজিকোপতি দেশত এখন আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ নোহোৱাটো দেশৰ বাবে দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে।

ADVERTISEMENT

১৯৫১ চনৰ পৰা চলি থকা পৰিয়াল পৰিকল্পনা আঁচনি খন কোনো আইনৰ ওপৰত প্ৰতিস্থিত নহয়। গতিকে এনে এখন আঁচনিৰ সুবিধা গ্ৰহণ কৰাটো আইনৰ দৃষ্টিত বাধ্যতামূলক নহয়। পৰিয়াল পৰিকল্পনা আঁচনি খনে দেশত জনসাংখ্যিক অসন্তোলনতাহে বৃদ্ধি কৰি আহিছে।

এখন জনসংখ্যা নিয়ন্ত্রণৰ জৰিয়তেহে দেশৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি নিয়ন্ত্রণ (stabilisation) কৰিবলৈ চৰকাৰৰ হাতত এটি বিধিগত চাবিকাঠি থাকে। কিন্তু দুৰ্ভাগ্যজনক ভাবে, দেশৰ স্বাৰ্থৰ প্ৰতি পিঠি দি কেবল ৰাজনৈতিক মুনাফাৰ বাবেই ৰাষ্ট্ৰহিতৰ বাবে সৰ্বোপৰি এনে এখন আইনৰ প্ৰতি চৰকাৰ সমূহ উদাসীন হৈ থকাতো দেশৰ বাবে দুৰ্ভাগ্যজনক হৈছে।

কেন্দ্রৰ বিজেপি চৰকাৰ খনৰ পৰা জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ দিশত এনে যোগাত্মক পদক্ষেপ আশা কৰা হৈছে।

জাতি আৰু ধৰ্ম নিৰ্বিশেষে দুটা সন্তান নীতিৰ আধাৰত সকলো নাগৰিকৰ ওপৰত সমানে বলবৎ হোৱাকৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ জৰুৰী প্ৰণয়ন আৰু ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰক হেচা প্ৰয়োগ কৰিবৰ বাবে আৰু আইন খনৰ সপক্ষে দেশৰ সকলো ৰাজ্যত যোগাত্মক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে, ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যনিৰ্বাহকে আহি থকা দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সৰ্বসন্মতিক্ৰমে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত সমূহ যোৱা ১০ মাৰ্চত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে ঘোষণা কৰিছে।

১। অহা ১৯ মাৰ্চৰ পৰা ২৩ মাৰ্চ লৈকে প্ৰত্যেক ৰাজ্যৰ জেএছএফে নিজ ৰাজ্যৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলক সাক্ষাৎ কৰি দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাব। জনপ্ৰতিনিধি সকলে বিধান সভা আৰু সংসদত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবী তুলিবলৈ আৰু তেনে দাবীক সমৰ্থন জনাবলৈ জেএছএফে আহবান জনাব। জনপ্ৰতিনিধি সকলে দেশত এখন জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত স্বাক্ষৰ প্ৰদান কৰি, আনকো স্বাক্ষৰ প্ৰদান কৰিবলৈ উৎসাহ যোগাব। ইলেকট্রনিক আৰু ছপা সংবাদ মাধ্যম, লগতে ৰাজহুৱা সমাবেশ সমূহত এখন কঠোৰ জনসংখ্যা আইনৰ সপক্ষে মত ৰাখি জনসচেতনতামূলক সেৱা আগবঢ়াব।

২। সমগ্ৰ দেশৰ ৰাজ্যিক, জিলা, বিধানসভা আৰু পঞ্চায়ত জেএছএফৰ প্ৰতিনিধি সকল অহা ২৮ এপ্ৰিল (২০২৩ চনৰ) ত দিল্লীৰ সীমা গাজিয়াবাদত একত্ৰিত হব আৰু ২৯ এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় ৰাজধানীৰ কৰ্তব্য পথত (আগৰ ৰাজমাৰ্গ) থকা “ইন্দিয়া গেট”ৰ ওচৰত সমবেত হৈ মাননীয় প্ৰধানমন্ত্ৰীক প্ৰত্যেক ৰাজ্যৰ জেএছএফৰ সভাপতি আৰু প্ৰতিনিধি সকলে জনসংখ্যা আইনৰ দাবীত হস্তাক্ষৰিত / স্বাক্ষৰ হোৱা পত্ৰ সমূহৰ টোপোলা প্ৰদান কৰিব।

৩। কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষে পৰবৰ্তী কাৰ্যপন্থা প্ৰত্যেক ৰাজ্যিক জেএছএফক অবগত কৰা হ’ব বুলি এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে জেএছএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু প্ৰসাৰ প্ৰমুখ হৰেন্দ্ৰ বৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d