Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Five Question To The CM : মুখ্যমন্ত্ৰীক পাঁচটা প্রশ্নেৰে প্ৰত্যাহ্বান কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ

কৰ্ণাটকত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোৱা কথা আৰু কামৰ মাজত কোনো সংগতি নাই

publisher by publisher
March 14, 2023
in Assam, News
Reading Time: 2 mins read
0
Five Question To The CM : মুখ্যমন্ত্ৰীক পাঁচটা প্রশ্নেৰে প্ৰত্যাহ্বান কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Five Question To The CM :

কেৱল মিছাৰ আশ্ৰয় লৈ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাত লাগিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ অসমৰ সীমা চেৰাই কৰ্ণাটকত চূড়ান্ত মিছাৰে ৰাইজৰ সন্মুখত নিজকে ‘ধোৱা তুলসীৰ পাত বুলি জাহিৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে
এইজনা সৰ্বকালৰ মিথ্যাচাৰী আৰু ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে।

ADVERTISEMENT

সোমবাৰে কৰ্ণাটকৰ সভাত গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীজনে কৰ্ণাটকৰ ৰাইজক “পৰিয়াল নহয়, ৰাইজক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ আহ্বান জনাই অসমৰ ৰাইজৰ দৃষ্টিত নিজকে পুনৰ এগৰাকী হাঁহিয়াত পাত্ৰলৈ পৰ্যবসিত কৰিলে।

তেওঁৰ এই কথা আৰু তেওঁ নিজে কৰি অহা কামৰ মাজত যে কোনো সংগতিয়েই নাই। সেই কথা অসমবাসীয়ে জানে। এইদৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এক বিবৃতিত কয় যে এতিয়া মুখ্যমন্ত্ৰীজনৰ মিথ্যাচাৰী চৰিত্ৰই অসমৰ সীমা পাৰ কৰি কৰ্ণাটকত প্ৰৱেশ কৰিলে !

মহন্তই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে দেশৰ ভিতৰতে সৰ্বাধিক গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পৰিসংখ্যাৰ তালিকাত এক নম্বৰত আপোনাৰ মুখ্যমন্ত্ৰিত্বত চলি থকা অসম চৰকাৰী তথ্য মতেই দেশৰ ভিতৰতে দুখীয়া ৰাজ্যৰ তালিকাৰ ছয় নম্বৰত (৩২.৬৭ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত) যে আপোনাৰ মুখ্যমন্ত্রিত্বতে চলি থকা অসম সেই তথ্যখিনিও কৰ্ণাটকৰ ৰাইজক আপোনাৰ মুখেৰে জনাই থৈ অহাৰ সাহস দেখুৱালে সুখী হ’লোহেঁতেন।

মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি তলত উল্লেখ কৰা পাঁচটা বিষয়ত আপোনাৰ উত্তৰ ৰাজহুৱাকৈ দিয়াৰ সাহস কৰক, তেতিয়াই ওলাই পৰিব কৰ্ণাটকত ৰাইজৰ স্বাৰ্থত কাম কৰা এজন মুখ্যমন্ত্রী বাছনি কৰিবলৈ আহ্বান জনোৱা অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে নিজে কাৰ বাবে কাম কৰি আহিছে-

১) “সাৰদাৰ বিস্কুট কোনে খাইছিল আৰু কাৰ পৰিয়াল চি বি আইৰ মুখামুখি হ’বলগীয়া হৈছিল ? ২) ‘লুই-বাৰ্জাৰ’ৰ দুৰ্নীতিৰ প্ৰসংগত বি জে পিৰ সংসদীয় ব’ৰ্ডৰ পুস্তিকাত কাৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল ?। ৩) ‘দি ৱায়াৰ’ নামৰ বাৰ্তালোচনীখনে কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি-কেলেংকাৰীৰ কথা উদঙাই দিবলগীয়া হৈছিল?

৪) কেৱল নিজৰ আৰু পৰিয়ালৰ উত্তৰণৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি এতিয়া ভাৰতবৰ্ষৰ ভিতৰত কোনজন মুখ্যমন্ত্ৰীৰ পৰিয়াল ধনী পৰিয়ালৰ শাৰীলৈ উঠিছে?

৫) কেই সপ্তাহমানৰ আগেয়ে অসমৰে এগৰাকী সাংসদে আপোনাৰ বিৰুদ্ধে ৰাজহুৱা ধন আত্মসাৎ কৰা আৰু পৰিয়ালৰ উত্তৰণৰ বাবে সকলো ক্ষমতা ব্যৱহাৰ কৰাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ তুলি আপোনাৰ পৰিয়ালৰ মালিকানাধীন টেলিভিছন চেনেলতে মুখামুখিকৈ বিতৰ্কৰ সন্মুখীন হ’বলৈ প্ৰত্যাহ্বান জনাইছিল।

আজিলৈকে আপুনি সেই প্রত্যাহ্বান গ্রহণ কৰিব পৰা নাই কিয়?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCm Himanta Biswa Sarma
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d