Horoscope: দিনটোৰ ৰাশিফল
মেষ : ৰাজনীতিৰ লগত জড়িত থকা সকলে ভাল ফল পাব। ঘৰত আলহী অতিথিৰ আগমন হ’ব পাৰে। দিনতো শুভ হ’ব। শুভ ৰং বগা ৷ শুভ সংখ্যা ৫।
বৃষ : ব্যৱসায়ত বৃদ্ধি লাভ। ঘৰুৱা, প্ৰেমৰ দিশত শুভ। যাত্ৰা কৰোতে অলপ সাৱধান হওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।
মিথুন : কোনো পূৰণা শত্ৰু আপোনাৰ ক্ষতি কৰিব পাৰে। কৰ্মক্ষেত্ৰত শুভ । দিনটো অলপ সাৱধানে চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
কৰ্কট : শিক্ষাৰ্থীৰ মনৰ চিন্তা আৰু অস্থিৰতা বাঢ়িব। প্ৰেমত শুভ। মনটো স্থিৰে ৰখাৰ প্ৰয়োজন। শুভ সংখ্যা ২। শুভ ৰং ৰঙা ।
সিংহ : আর্থিক বাণিজ্যিক ক্ষেত্ৰত শুভ ফল পাব। প্ৰেম সাংসাৰিকত সুখ শান্তি অটুট থাকিব। শুভ ৰং গোলপীয়া । শুভ সংখ্যা ৪।
কন্যা : আজি দিনটো শুভ হ’ব। বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভৱনা আছে। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ১।
তুলা : পৰাপক্ষত দিনটো ভ্ৰমণ নকৰাই ভাল। শিক্ষার্থী মানসিক অশান্তিৰ যোগ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
বৃশ্চিক : ৰাজনীতি, বৃদ্ধিজীৱি, সমাজকৰ্মী লোকৰ অলপ অশান্তি থাকিব তথাপিও দিনটো বেয়া নাযায়, শুভ ৰং ক’লা, শুভ সংখ্যা ৯।
ধনু : কৰ্মক্ষেত্ৰত নিজৰ অৰ্হতা ওপৰত যোগ্য স্থান লাভ কৰিব। নতুন ঠাই ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।
মকৰ : শিক্ষাৰ্থীৰ মনত সন্দেহ অনিশ্চয়তাৰে ভৰি থাকিব। ব্যৱসায় ক্ষেত্ৰত শুভ ফল পাব দিনটো শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
| কুম্ভ : শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে। যান-বাহন মাটি সম্পত্তিৰ ফালৰ পৰা লাভৱান হ’ব। কমলা ৰং শুভ। শুভ সংখ্যা ৭।
মীন : কোনো বিশেষ ঘটনাহে মনৰ অস্থিৰতা আনিব পাৰে। শৰীৰ বৰ ভালে যোৱা টান। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা । শুভ সংখ্যা ২।