Horoscope: দিনটোৰ ৰাশিফল
মেষ : পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ গুৰুজনাক স্মৰণ কৰক, কৰ্মস্থানত অলপ সাৱধান হওক। বিদ্যাত শুভ, আকাশী নীলা শুভ রং। শুভ সংখ্যা ২।
বৃষ : আর্থিক উন্নতি লাভ, পুৰণি বন্ধু লগত কথা পাতি আনন্দিত হ’ব।, পূব দিশৰ পৰা ভ্ৰমণ নকৰিব। প্ৰেমত শুভ, শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
মিথুন : কর্মক্ষেত্ৰত নিজৰ দক্ষতাৰ ওপৰত স্থিতি লাভ কৰিব। আর্থিক লাভান্বিত হ’ব, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত লগত জড়িত ব্যক্তি শুভ ৰং সা সাসম্মত বৃদ্ধ, শুভ বগা, শুভ সংখ্যা ৪1
কর্কট : কৰ্মতস্থানত গোপন শত্ৰুৰ বাঢ়িব পাৰিবাৰিক অলপ খেলি-মেলি হ’ব পাৰে, শৰীৰৰ উন্নতি হ’ব, দক্ষিণ দিশত ভ্রমণ নকৰিব, শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।
সিংহ : আয়তকৈ ব্যয় বৃদ্ধি, কর্মক্ষেত্ৰত ভবা বন্ধুবৰ্গৰ পৰা অধিক লাভবানহ’ব। ৰাজনৈতিৰ আৰু সামাজি ক্ষেত্ৰৰ জড়িত ব্যক্তিৰ পদোন্নতি আৰু কৰ্ম ব্যস্ততা বাঢ়িব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
কন্যা : চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ যোগাযোগ আহিব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰিলে অধিক লাভৱান হ’ব, ব্যৱসায়ত মাধ্যম, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।
তুলা : জুইৰ পৰা সাৱধান হওক, অবাবত ধন খৰচ নকৰিব, কৰ্মত বিচক্ষণতা দেখা পাব, বেলগছৰ তলত পূজা কৰক, ক্ৰীম শুভ ৰং, শুভ সংখ্যা ২।
বৃশ্চিক : নিচাযুক্ত খাদ্যৰ পৰা দূৰত থাকক, আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, বন্ধ পৰা আঁতৰত থাকক, কর্মস্থানত মাধ্যম, শুভ ৰং বগা, শুভ সংখ্যা ৫।
ধনু : ধন সম্পতিক লৈ তৰ্কত লিপ্ত হ’ব পাৰে, কৰ্মস্থানত ব্যস্ততা বাঢ়িব পুৰণি ৰোগৰ পৰা মুক্ত হ’ব, শুভ ৰং নীলা, শুভ সংখ্যা ৩।
মকৰ : মানসিক চিন্তা বৃদ্ধি, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক, গোপন শত্রু বুদ্ধি, শৰীৰ প্ৰতি যত্ন লওক। আর্থিক দিশ শুভ, শুভ ৰং মেৰুণ, শুভ সংখ্যা
কুম্ভ : বুদ্ধিজীৱিৰ তথা সাংস্কৃতি প্ৰেমীৰ বাবে অনুকূল, দাম্পত্যৰ বুজাবুজিৰ অভাব, ব্যৱসায়ত মাধ্যম, প্ৰেমত শুভ, বিদ্যাত মাধ্যম, মাটিয়া ৰং শুভ। শুভ সংখ্যা ৭।
মীন: ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰিব। ভ্ৰমণত শুভ, যান-বাহন ক্ৰয় কৰিব পাৰিব, প্ৰেমত শুভ আর্থিক উন্নতি, শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।































