Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP Parliamentary Constituencies :শীঘ্ৰে পাঁচটা সংসদীয় সমষ্টি বিচাৰি বিজেপিক তালিকা দিব অগপ‍ই

publisher by publisher
April 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
AGP Parliamentary Constituencies :শীঘ্ৰে পাঁচটা সংসদীয় সমষ্টি বিচাৰি বিজেপিক তালিকা দিব অগপ‍ই
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

AGP Parliamentary Constituencies :

অতি সোনকালে লোকসভা নিৰ্বাচনৰ বাবে সমষ্টি বিচাৰি বিজেপিৰ ওচৰত তালিকা দাখিল কৰিব মিত্রদল অসম গণ পৰিষদে । ইতিমধ্যে নির্বাচনী প্রস্তুতি আৰম্ভ কৰা দলটোৰ নিৰ্বাচিত একাংশ সমষ্টিত কর্মকর্তা সম্মিলন অনুষ্ঠিত হৈ আছে।

ADVERTISEMENT

অলপতে গুৱাহাটী সমষ্টিৰ বাবে এই সম্মিলন অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে বিজেপিৰ ওচৰত দাখিল কৰা হ’ব দলটোৱে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা সংসদীয় সমষ্টিৰ তালিকা।

এই তালিকাত অন্তর্ভুক্ত হ’ব পাঁচটা সমষ্টি। পুনৰ গঠনৰ পূৰ্বে বৰ্তমানৰ নাম আৰু গাঁথনিৰ ভিত্তিত দলটোৱে বিচাৰিবলগীয়া সমষ্টিকেইটা হ’ল নগাঁও, কলিয়াবৰ, তেজপুৰ, মঙলদৈ আৰু বৰপেটা। এই বিষয়ে সদৰী কৰি দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে আলোচনাৰ ভিত্তিত এই তালিকাৰ পৰাই অগপই প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিকেইটাৰ নাম চূড়ান্ত কৰা হ’ব।

ইয়াৰ লগতে কলিতাই কয় যে এইবাৰ দলৰ প্ৰতিনিধিক সংসদলৈ নির্বাচিত কৰি পঠোৱাৰ লক্ষ্য লৈছে অগপই। সেই লক্ষ্যৰে দলে কাম কৰিছে। কলিতাই কয়, ‘আমাৰ দলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। তিনিটা সমন্বিত কর্মকর্তা সন্মিলন অনুষ্ঠিত হৈছে।

গুৱাহাটী সমষ্টিৰ বাবেও সন্মিলন অনুষ্ঠিত হ’ব। তাৰ পাছতে আমাৰ দলৰ পৰা বিজেপিৰ ওচৰত দাবী কৰা সমষ্টিৰ তালিকা অৰ্পণ কৰা হ’ব।

এই প্ৰসংগতে দলৰ সূত্ৰই কয় যে অগপই এইবাৰ এনেদৰে বিজেপিৰ ওচৰত সমষ্টি বিচাৰি পত্ৰ তথা তালিকা দাখিল কৰিব, য’ত ন্যূনতম এটা নিশ্চিত জয়ৰ সমষ্টি থাকিব লাগিব। অৱশ্যে সূত্রটোরে এই দাবীও কৰে যে এইবাৰ তেওঁলোকৰ মিত্রজোঁটে ২০১৯তকৈ ভাল ফলাফল লাভ কৰিব।

বিজেপিয়ে যিহেতু ন্যূনতম ১২টা সমষ্টি দখল কৰিব বুলি ঘোষণা কৰিছে, গতিকে মিত্রদল হিচাপে অগপই প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যাও বৃদ্ধি পাব।

এই প্রসংগতে বিজেপিয়ে অগপক ধুবুৰী সমষ্টিটো এৰি দিব বুলি যি চর্চা নির্বাচনকেন্দ্ৰিক আলোচনাবোৰত হৈ আহিছে, সেই সন্দৰ্ভত দলীয় সূত্ৰটোৱে কয় যে তেওঁলোক এই সমষ্টিটোৰ বাবে আগ্রহী নহয়। সেই কাৰণে ধুবুৰীত নির্বাচনী বিশেষ তৎপৰতা চলোৱা নাই।

কেৱল মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে যি কৰিব লাগে সেয়া কৰি থকা হৈছে আৰু নিৰ্বাচন চমু চাপি অহাৰ লগে লেগে অধিক ক্ষিপ্ৰতৰ হৈ থাকিব ।

আনহাতে, বিষয়টোৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই মন্তব্য কৰে যে মিত্ৰদলৰে মিলি বিজেপিয়ে এইবাৰ অসমত কংগ্ৰেছক শূন্য কৰি সৰ্বাধিক আসন লাভ কৰিব। তাৰ বাবে সঠিক ৰণকৌশলেৰে দলটো আগবাঢ়ি যাব।

গতিকে মিত্ৰদলৰ বিষয়বোৰো আলোচনা কৰা হ’ব। ইয়াৰ বিপৰীতে বিজেপিৰ সূত্ৰই মন্তব্য কৰে যে দাবী কৰা অনুসৰি অগপই সমষ্টি পাব বুলি কথা নাই। সকলোৰে মূল লক্ষ্য হ’ব লাগে কেনেকৈ লক্ষ্য নির্ধাৰিত আসনবোৰ দখল কৰিব পাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpBJPParliamentary election
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d