Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GST:অসমত ১২ গুণলৈ বৃদ্ধি জিএছটি সংগ্রহ

পূর্বে ৫৫৮ কোটি বিক্ৰী কৰ সংগৃহীত ৰাজ্যত এতিয়া বার্ষিক জিএছটিৰ পৰিমাণ ৭,০৯৭ কোটি

publisher by publisher
July 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
GST:অসমত ১২ গুণলৈ বৃদ্ধি জিএছটি সংগ্রহ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ

Gst:

ADVERTISEMENT

সংসদত ২০১৬ত জিএছটি বিধেয়ক গৃহীত হোৱাৰ চাৰিদিনৰ পাছতে অসমে জিএছটি আইন গৃহীত কৰা প্ৰথমখন ৰাজ্য আছিল। জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত অসমে চমকপ্রদ বিকাশ প্ৰদৰ্শন কৰিছে ।

পূৰ্বৰ তুলনাত অসমত জিএছটি সংগ্ৰহৰ পৰিমাণ ১২ গুণ পর্যন্ত বৃদ্ধি পাইছে। জিএছটিৰ ক্ষেত্ৰত অসমে প্রদর্শন কৰা সফলতাক প্ৰশংসা কৰি গুৱাহাটীত এনেদৰে মন্তব্য কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে। বিশেষ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে নির্বাচিত পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসাৰ প্ৰমাণপত্ৰ আৰু পদক প্রদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয় যে জিএছটিয়ে কেবল ৰাজহ সংগ্ৰহতে নহয়, বন্ধ ৰাজ্য আৰু কেন্দ্ৰৰ মাজত নিৰ্ধাৰিতভাৱে কৰৰ লাভ্যাংশ বিতৰণতো ইতিবাচক প্রভাৱ পেলাইছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অসমত জিএছটি প্রযোজ্য হোৱাৰ পূৰ্বে ৰাজ্যখনে এবছৰত বিক্ৰীকৰ সংগ্ৰহ কৰিছিল ৫৫৮.২৬ কোটি টিকা; কিন্তু এতিয়া অসমত জিএছটি সংগ্ৰহ হৈছে বছৰি ৭,০৯৭ কোটি টকা পৰ্যন্ত। কৰ সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ এই সফলতা প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ছিকিম আৰু মেঘালয়েও জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।

ছিকিমত পূর্বে ২৬৩.৫ কোটি টকা বিক্ৰীকৰ সংগ্ৰহ হৈছিল যদিও এতিয়া বছৰি ৩,০৩৬ কোটি টকা জিএছটি সংগ্রহ হয়। একেদৰে মেঘালয়ত পূৰ্বে ৫৮৭.২১ কোটি টকা বিক্ৰী কৰ সংগ্ৰহৰ বিপৰীতে জিএছটিৰ পৰিমাণ সম্প্রতি বাঢ়িছে ২,০৭৮ কোটি টকালৈ।

তেওঁ কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জিএছটি ৰাজহ সংগ্ৰহৰ বিকাশৰ হাৰ ২৭.৫ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে, উপভোক্তা আৰু গন্তব্যস্থলৰ কৰৰ ভিত্তিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে জিএছটিৰ বাবে এক বৃহৎ উৎসৰূপে চিহ্নিত হৈছে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণৰ মতে, জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত দেশৰ সৰ্বসাধাৰণ জনতাই বিশেষভাৱে লাভান্বিত হৈছে। গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হোৱা সভাখনত অংশ লোৱা কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শুষ্ক বিভাগৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি কয় যে চাৰিখনকৈ চুবুৰীয়া দেশৰ স’তে প্রায় পাঁচ হেজাৰ কিলোমিটাৰৰ অধিক আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন উত্তৰ-পূৰ্বাঞ্চলত ২৫ টা স্থল শুল্ক কেন্দ্ৰ আছে আৰু ১৫ টা কেন্দ্র ইতিমধ্যে তথ্য সংগ্রহ ব্যৱস্থাৰে সুসজ্জিত কৰা হৈছে।

বাকী থকা ১০ টা কেন্দ্রতো চলিত বৰ্ষ ডিচেম্বৰৰ ভিতৰত বৈদ্যুতিন ব্যৱস্থাৰে সংলগ্ন কৰা হ’ব বুলি তেওঁ সদৰী কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি এই কাৰ্য ৰোধ কৰিবলৈ চিবিআইচিয়ে কৰিবলগীয়া আৰু বহু আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে অসমত পূর্ব নির্ধাৰিত এই কাৰ্যসূচীত অংশ লোৱাৰ পাছত আজি ত্ৰিপুৰাত এলানি চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Two Day Visit To AssamUnion FInance Minister Nirmala Sitharaman
publisher

publisher

Related Posts

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d