Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Interim Budget 2024 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট

সংসদত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে ক’লে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ বিকাশ দ্ৰুতগতিত আগবাঢ়িছে

publisher by publisher
February 1, 2024
in India, News
Reading Time: 3 mins read
0
Interim Budget 2024 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ

Interim Budget 2024 :

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত আজি পুৱা ১১ বজাত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। অন্তৱৰ্তীকালীন বাজেটখন খন দাখিলৰ পূৰ্বে প্ৰথমে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনায় ৷

ADVERTISEMENT

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট ৷ এই কেবিনেট বৈঠকে বাজেটক জনায় অনুমোদন ।

উল্লেখ্য যে,বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে,নিৰ্বাচনৰ পিছত নতুন চৰকাৰে দায়িত্ব লৈ পূনাংগ বাজেট দাখিল কৰিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট সদনত দাখিল কৰি তেওঁৰ বাজিট ভাষণত কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত দহ বছৰত দেশত ইতিবাচক দিশত অগ্ৰগতিৰ দিশত আগবাঢ়ি গৈছে ৷

সবকা সাথ আৰু সবকা বিকাশ’ এই চৰকাৰৰ মৌলিক মন্ত্ৰ বুলিও উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মোদী চৰকাৰৰ অধীনত কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্ট সূযোগ আহিব ৷

ক’ৰোনাৰ পিছত অৰ্থনীতি দেশৰ উন্নত দ্ৰুতগতিত বৃদ্ধি পাইছে। মানুহে নতুন কৰ্মসংস্থাপনৰ সুযোগ পোৱাৰ লগতে মোদী চৰকাৰে যুৱ দেশৰ আকাংক্ষা পূৰণ কৰিছে ৷

দেশত ৭ খন আই আই টি , ১৫ খন এইমছ, সাত খন আইআই এম , ৩৯০ বিশ্ববিদ্যালয় স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ একেদৰে স্থাপন হ’ব নতুন ৰে’ল ক’ৰিডৰ৷ নিৰ্মাণ হ’ব ৪৯হাজাৰ নতুন ৰে’ল ডবা ৷ন ন চহৰলৈ মেট্ৰ’ৰে’লৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণত মন্তব্য কৰে ৷

নিৰ্মলা সীতাৰমণে ভাষণত আৰু কয় যে,আমাৰ প্ৰধান চাৰিটা জাতি আছে ৷সেই কেইটা হ’ল’মহিলা, যুৱ, গৰীৱ, কৃষক ৷ এই চাৰিটা জাতিৰ কল্যাণেই হৈছে আমাৰ প্ৰধান অগ্রাধিকাৰ ৷

আন এক প্ৰসংগত কয়, ‘গৰীৱ কল্যাণেই দেশৰ কল্যাণ ৷ ২৫ কোটি জনতা বহুমাত্রিক দৰিদ্ৰতাৰ পৰা ইতিমধ্যে মুক্ত হৈছে ৷আনহাতে ,জনধন একাউণ্টতইতিমধ্যে জমা হৈছে ২.৭ লাখ কোটি টকা৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,আমাৰ মন্ত্ৰ ছেকুলাৰৰিজিম ইন এক্সন ৷ ‘সামাজিক ন্যায়, ৰাজনৈতিক শ্ল’গান হ’ব নোৱাৰে৷ পৰিবাৰবাদ, ভাই-ভতিজাবাদ শেষ হ’ব লাগিব বুলি আওপকীয়াকৈ গান্ধী পৰিয়ালক কটাক্ষ কৰে ৷

নিৰ্মলা সীতাৰমণে কয়, কৃষকসকল আমাৰ অন্নদাতা তেওঁলোকৰ উৎপাদিত খাদ্যৰে আমি ভোগ নিবাৰণ কৰোঁ ৷ এনেক্ষেত্ৰত গৰীৱ কল্যাণৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ ৷আগন্তুক নিৰ্বাচনত আমি পুনৰ অভূতপূর্ব জনাদেশ লাভ কৰিম৷

ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবেই উন্নয়নৰ আঁচনিয়ে সৰ্বস্তৰক সামৰিছে ৷ সর্বাংগীন, সর্বস্পর্শী, সর্বসমাৱেশী নীতি চৰকাৰৰ ৷ ইয়াৰ বাবে ৮০ কোটি জনতাৰ বাবে ৰেচন কার্ড দিয়া হৈছে ৷ এনেবোৰ জনহিতকৰ কামৰ বাবেই ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এক কোটি ঘৰে সৌৰশক্তিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ । এই আঁচনিৰ ফলস্বৰূপে ১৫-১৮ হাজাৰ টকা সঞ্চয় হ’ব।

আনহাতে ই-বাহনৰ চাৰ্জিঙৰ বাবে বৃহৎ পৰিসৰৰ ইনষ্টলেচন হ’ব। এইক্ষেত্ৰত যথেষ্ট সুবিধা লাভ কৰিব বিক্ৰেতাসকলে ৷ইপিনে, ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত আশা, অংগনৱাড়ী কৰ্মী আৰু সেৱিকাকো স্বাস্থ্যৰ চিকিৎসাকো সাদৰি লোৱা হ’ব । তদুপৰি অংগনৱাড়ী কেন্দ্ৰসমূৰ ব্যাপক উন্নীতকৰণ কৰা হ’ব বুলিও বাজেটত উল্লেখ কৰে ৷

আগন্তুক পাঁচ বছৰত দুই কোটি পৰিয়ালক দিয়া হ’ব চৰকাৰী ঘৰ ৷ আনহাতে ভাড়াতীয়া হিচাপে থকা লোকসকলকো দিয়া হ’ব ঘৰ । আগন্তুক দিনত দেশৰ এককোটি বাইদেউ লাখপতি বাইদেউ হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয়, ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীক বিনামূলীয়াকৈ দিয়া হ’ব টিকাকৰণ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Budget Session of ParliamentInterim Budget 2024Union FInance Minister Nirmala Sitharaman
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d