Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Leaders who joined BJP are banned from Returning to the Congress:কংগ্রেছলৈ ওভতাৰ চেষ্টা ব্যর্থ বিজেপিত যোগ দিয়া নেতা-নেত্ৰীৰ

publisher by publisher
July 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Leaders who joined BJP are banned from Returning to the Congress:কংগ্রেছলৈ ওভতাৰ চেষ্টা ব্যর্থ বিজেপিত যোগ দিয়া নেতা-নেত্ৰীৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Leaders who joined BJP are banned from Returning to the Congress:

বিজেপিত নিজৰ স্থান নাপাই পুনৰ কংগ্ৰেছমুৱা হ’ব বিচাৰিছে একাংশ প্রাক্তন দলীয় নেতা-কর্মীয়ে। লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিত যোগ দি মাত্র চাৰি মাহতে দলটোৰ প্ৰতি মোহ হেৰুৱাই পেলোৱা সেইসকলৰ প্ৰচেষ্টাতে কলিতে মযিমূৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। সেইসকলক দলৰ বাবে অন্ততঃ আজিৰ সময়ত ‘অস্পৃশ্য’ সজাই কংগ্রেছ এতিয়া পাঁচটা সমষ্টিৰ উপ- নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে।

ADVERTISEMENT

অহা ১৫ জুলাইত ইয়াকে লৈ বিস্তৃতভাৱে আলোচনা কৰা হ’ব। উল্লেখ্য যে সাংসদ হোৱাৰ পৰিপ্ৰেক্ষিতত বিধায়ক শূন্য হোৱা বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাইত নিয়ম অনুসৰি ছমাহৰ ভিতৰতে উপ-নির্বাচন অনুষ্ঠিত হ’ব লাগে। সেয়েহে দলৰ সাংগঠনিক দিশ, সম্ভাব্য প্রার্থী, নির্বাচনী ৰণকৌশল, প্ৰচাৰৰ বিষয়বস্তু আদি সকলো দিশৰ আলোচনা ১৫ জুলাইৰ সভাত অনুষ্ঠিত হ’ব। এই আলোচনাৰ বাবে বৈঠকত উপস্থিত থাকিব প্রদেশ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক জিতেন্দ্র সিঙো। ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে আটাইকেইজন সাংসদ-বিধায়কো উপস্থিত থাকিব।

ইপিনে, ১৬ জুলাইত অনুষ্ঠিত হ’ব দলৰ সকলো পৰ্যায়ৰ সাংগঠনিক সভা। ১৭ জুলাইত অনুষ্ঠিত হ’ব প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ গুৰুত্বপূৰ্ণ সভা। এই সভাতে দলত যোগদানৰ বাবে যোগাযোগ ৰক্ষা কৰি চলাসকলৰ উপৰি নিজাববীয়াকৈ আন দলৰ কোন কোন নেতাক কংগ্রেছত যোগদানৰ বাবে চেষ্টা চলোৱা হ’ব, সেই সম্পর্কত আলোচনা কৰা হ’ব।

কংগ্ৰেছে যোগদানৰ বিষয়টোক আগ্রাসী ৰূপত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। দলৰ নেতৃত্বই সাম্প্রতিক সময়ত এই বিশ্বাস কৰে যে কংগ্ৰেছত যোগদানৰ বাবে বহুতেই আগ্রহী হৈ আছে। সেইবুলি কিন্তু সকলোকে গ্রহণ কৰা নহয়। বিশেষকৈ যিসকলে যোৱা লোকসভা নিৰ্বাচনৰ আগত কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়ে, সেইসকলৰ নাম আলোচনাৰ মাজলৈকে ননাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্তৰ বাবেই পুনৰ কংগ্ৰেছলৈ ওভতাৰ বাবে যোগাযোগ স্থাপন কৰা এজন প্রাক্তন কাৰ্যকৰী সভাপতি, গুৱাহাটীৰ এজন প্রাক্তন মন্ত্ৰীৰ পুত্ৰ আৰু দলৰ এজন প্ৰয়াত প্রাক্তন সভাপতিৰ জীয়ৰীৰ নাম পোনছাটেই নাকচ কৰা হৈছে। তদুপৰি সিদ্ধান্ত লোৱা হৈছে যে বৰাৰ সভাপতিৰ কার্যকালত কংগ্ৰেছ এৰা সকলক পুনৰ দলত লোৱা নহ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCbannedBjp Leader-WORKERSReturning to the Congress
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d