Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Prabitra Magherita:শ্বহীদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু কংগ্ৰেছৰ মুখত নুশুনো

শ্বহীদৰ নাম ল'বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে : কেন্দ্ৰীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা

publisher by publisher
July 17, 2024
in Uncategorized
Reading Time: 2 mins read
0
Union Minister Prabitra Magherita:শ্বহীদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু কংগ্ৰেছৰ মুখত নুশুনো
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী

Union Minister Prabitra Magherita:

“অসম আন্দোলনৰ শ্বহীদৰ নাম ল’বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে ? গৌৰৱ গগৈৰ দলটোৱে ৮৬০ জন অসমীয়া যুৱকক গুলীয়াই হত্যা কৰিছিল” এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ। আজি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাৰ্ঘেৰিটাই কয় যে অসম আন্দোলনৰ শ্বহীদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু গৌৰৱ গগৈৰ মুখত কিয় শুনিম? তেওঁলোকৰ দলৰ চৰকাৰে গুলীয়াই হত্যা কৰা শ্বহীদৰ কথা কংগ্ৰেছৰ মুখত শোভা নাপায়।

ADVERTISEMENT

শ্বহীদৰ নাম ল’বলৈ গৌৰব গগৈয়ে লাজ পাব লাগিছিল। মন্ত্রী মাৰ্ঘেৰিটাই কয় যে বিগত নির্বাচনৰ পিছত ৩ খন আসন লাভ কৰা কংগ্ৰেছে আজিৰ দিনতো যদি ভাল দিন বুলি গণ্য কৰে, তেন্তে এনেকুৱা ভাল দিন কংগ্ৰেছৰ অহা দশক দশক জুৰি সদায় থাকক বুলিও দলটোক কটাক্ষ কৰে। যোৱা ৪০ বছৰত কংগ্ৰেছৰ এইবাৰেই বেয়া ফলাফল হৈছে। বিপৰীতে আমাৰ বিজেপি দলে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিগত সময়ছোৱাৰ সকলো অভিলেখ ভংগ কৰি জনাদেশ লাভ কৰিছে।

বিগত ২০১৯ ৰ লোকসভা নির্বাচনত আমি ৯ খন আসন লাভ কৰিছিলোঁ। এইবাৰ ১১ খন আসনত জয়ী হৈছোঁ। গতিকে ৩ ডাঙৰ নে ১১ ডাঙৰ এটা শিশুৱেও জানে। সাংবাদিকৰে বাৰ্তালাপত মাৰ্ঘেৰিটাই কয় যে ২০১৯ ৰ লোকসভা নির্বাচনত বিধানসভা সমষ্টি ভিত্তিক যদি চাও তেন্তে বিজেপিয়ে ৬৬ খন, অগপই ৯ খন, বিপিএফে ৪ খন, কংগ্রেছে ৩৩ আৰু এআইইউডিএফে ৮ খন আসন অর্থ্যাৎ বিৰোধীয়ে ৪১ খন আসনত আগবাঢ়িছিল।

বিপৰীতে আমি বিজেপি দলে ৭৯ খন আসনত সংখ্যাগৰিষ্ঠতা পাইছিলোঁ। ২০১৯ ৰ ৭৯ খন আসনত আগবঢ়াৰ বিপৰীতে ২০২৪ ৰ নিৰ্বাচনত ৯৩ টা বিধাসভা সমষ্টিত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিছোঁ। কংগ্ৰেছে কেৱল ৩০ খন আসনতহে আগবাঢ়ি থাকিল, তৎস্বত্বেও ইমান বিজয়োল্লাসৰ অর্থ আমি বুজা নাই।

কেন্দ্রীয় মন্ত্রীজনে পুনৰ কয় যে আজিৰ তাৰিখত বিধানসভাৰ নির্বাচন হ’লে আমি ৯৩ খন আসনত জয়লাভ কৰিম আৰু কংগ্রেছে ৩০ খনতে সীমাবদ্ধ থাকিলহেতেঁন। গতিকে এনেকুৱা ভাল দিনৰ উৎসৱ কংগ্রেছে দশক দশক জুৰি পালন কৰি থাকক বুলিও কেন্দ্রীয় মন্ত্রীজনে কংগ্ৰেছক কটাক্ষ কবে। মাৰ্ঘেৰিটাই দোহাৰে যে আমি যদিও উজনি অসমৰ ৯ খন আসনত পিছপৰি আছো, দলে আভ্যন্তৰীণ বিশ্লেষণ কৰি এইকেইখন আসনো দখল কৰিবলৈ সক্ষম হ’ব।

কেন্দ্রীয় মন্ত্রীজনে পুনৰ কয় যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে দেশজুৰি আচলতে ৯৯ খন আসন লাভ কৰি এইধৰণৰ ফুৰ্তি কৰাৰ মূলতে তেওঁলোকৰ দলৰ মূল পৰিয়ালটোৰ ব্যক্তিজনৰ চাকৰিটো বচোৱাৰহে এক কৌশল আছিল। কাৰণ প্ৰতিটো নির্বাচনত পৰাজিত হৈ থাকি দলটোৰ কৰ্মীসকলৰ মাজত হতাশা-অসন্তুষ্টিয়ে গা কৰি উঠিছিল।

গতিকে মূল ব্যক্তিজনক ৰক্ষাৰ কাৰণে কংগ্ৰেছে হাৰিও বিজয়োল্লাস কৰিবলগীয়া হৈছে। বিগত তিনিটা নির্বাচনত কংগ্রেছ দলে লাভ কৰা আসনৰ সংখ্যা যোগ কৰিলেও এইবাৰ বিজেপি দলে লাভ কৰা সংখ্যাৰ সমানো নহয়গৈ। কেন্দ্রীয় ৰাজ্যিক বৈদেশিক মন্ত্রীজনে পুনৰ কয় যে যিহেতু ৰাইজে আমাক নির্বাচিত কৰিছে, আমি ৰাইজৰ ওচৰত দায়বদ্ধ। আমি অকল বিজয়োল্লাস পাতি মত্ত হৈ থকা নাই।

বিজেপি দলৰ মন্ত্ৰই হৈছে সেৱাই সংগঠন, গতিকে এতিয়া বানৰ সময়ত আমাৰ কার্যকৰ্তাসকলে বান ক্ষতিগ্রস্ত এলেকাত দুর্গত ৰাইজৰ উদ্ধাৰ আৰু সাহাৰ্যৰ কামত নিজকে মনোনিৱেশ কৰিছে। এই সুযোগতে বান ক্ষতিগ্রস্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলকো কেন্দ্রীয় মন্ত্রীজনে ধন্যবাদ জ্ঞাপন কৰে। ক্ষতিগ্রস্ত ৰাইজৰ হকে সমর্পিত মনোভাৱেৰে দিনে-নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰী সকলকো কংগ্ৰেছ তুচ্ছ-তাচ্ছিল্য কৰিবলৈ এৰা নাই বুলিও মন্ত্রী মাৰ্ঘেৰিটাই কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। ক্ষতিগ্রস্ত ৰাইজক সহায় কৰা বিষয়া কৰ্মচাৰীক উপলুঙা নকৰিবলৈয়ো তেওঁ কংগ্ৰেছ দলক সকীয়াই দিয়ে।

উপ-নির্বাচন সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্রীজনে কয় যে, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কামকাজ আৰু দলৰ সভাপতি ভবেশ কলিতাৰ সাংগঠনিক দক্ষতাৰে আমি মিত্রজোঁটে ৫ খন আসনেই লাভ কৰিবলৈ সক্ষম হম। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ মডেলক সমগ্ৰ ৰাষ্ট্ৰই আজি আৰ্হি মডেল হিচাপে গ্রহণ কৰা বুলিও তেওঁ দোহাৰে। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে মেধাৰ ভিত্তিত এক লাখ চাকৰি দিয়া কাৰ্যক আনকি বিৰোধীয়েও মানি ল’বলৈ বাধ্য হোৱা বুলি তাৎপর্যপূর্ণভারে কেন্দ্রীয় মন্ত্রীজনে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing State Union Minister Prabitra MagheritaState Bjp OfficeState Bjp Pressmeet
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d