Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Landslide death toll in Wayanad, Kerala 358 people:কেৰালাৰ ৱায়ানাড়ত ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি পালে ৩৫৮জনলৈ

ধ্বংসস্তুপৰ মাজত বহুলোক আবদ্ধ হৈ থকাৰ সন্দেহ অভিযান তীব্ৰতৰ, প্ৰৱল বৃষ্টিপাতে বাধাৰ সৃষ্টি কৰিছে উদ্ধাৰ অভিযানত

publisher by publisher
August 3, 2024
in Uncategorized
Reading Time: 3 mins read
0
Landslide death toll in Wayanad, Kerala 358 people:কেৰালাৰ ৱায়ানাড়ত ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি পালে ৩৫৮জনলৈ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Gogamukh:গোগামুখত NDRF জোৱানৰ তাণ্ডৱ

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

Landslide death toll in Wayanad, Kerala 358 people:

দেশৰ মৰ্মান্তিক প্ৰাকৃতিক দুৰ্যোগ হিচাপে বিবেচিত  হোৱা কেৰালাৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাই আছে ৷ কেৰালা চৰকাৰে সদৰী কৰা শেহতীয়া তথ্য অনুসৰি ভূমিস্খলনত নিহতৰ সংখ্যা শনিবাৰে বৃদ্ধি পালে ৩৫৮জনলৈ ৷
বোকা আৰু প্ৰকাণ্ড শিলে পুতি পেলোৱা ধ্বংসপ্ৰাপ্তবাসগৃহ আৰু ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহত উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও নেৰানেপেৰা বৰষুণে উদ্ধাৰ অভিযানত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে৷তৎস্বত্বেও অভিযান চলি আছে ৷

ADVERTISEMENT

আনহাতে কেৰেলা চৰকাৰে উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ অত্যাধুনিক ৰাডাৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱাৰ প্ৰতি সহাৰী জনায় কেন্দ্ৰই শণিবাৰে ত্ৰিৰংগা মাউণ্টেইন ৰেছক্ৰু অৰ্গেনাইজেশ্বনৰ জৰিয়তেোজাভাৰ ৰাডাৰ আৰু চাৰিটা ৰিকো ৰাডাৰ বিমানেৰে প্ৰেৰণ কৰিছে ৱায়ানাড়লৈ লৈ ৷

ৱায়ানাড়ত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ পিছত উদ্ধাৰকাৰী দলে ড্ৰোণ আৰু স্নিফাৰৰ সহায়েৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত বহুলোক আবদ্ধ হৈ থকাৰ সন্দেহত বিগত পাঁচদিন ধৰি এছডিআৰএফ,এনডিআৰএফ,ভাৰতীয় স্থল সেনা,এয়াৰ ফৰ্ছ আৰু নৌসেনাই অত্যাধুনিক সা- সঞ্জামেৰে ক্ষতিগ্ৰস্ত অঞ্চলত সমূহত হেলিকপ্টাৰেৰে অভিযান অব্যাহত ৰাখিছে ৷

শুকুৰবাৰে তামিলনাডুৰ অনা চাৰিটা স্নিফাৰ ডগ আৰু ড্ৰোণৰ সহায়ত ইতিমধ্যে সন্ধানহীন হৈ থকা লোকৰ সন্ধানত অভিযান দুৰ্বাৰ গতিত চলাই আছে ৷ ৱায়ানাড়ৰ ভূমিস্খলনৰ ফলত এখন দলং সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হৈছিল ৷ইয়াৰ ফলত উদ্ধাৰ অভিযানত বৃহৎ অসুবিধাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী সন্থা সমূহ ৷ অৱশেষত যোৱা চাৰিদিন ধৰি অশেষ চেষ্টাৰ অন্তত এখন ব্ৰেইলী ব্ৰীজখন নিৰ্মাণ কৰিবলৈ সক্ষম হয় সেনাই ৷

উল্লেখ্য যে ৱায়ানাড়ৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনত গছ-গছনি উভলি পৰি বহুকেইটা পথ আবদ্ধ হৈ পৰিছিল। যাৰবাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈয়ো উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত ছটা ভাগত বিভক্ত হৈ অভিযান অব্যাহত ৰাখিছে | ইতিমধ্যে প্ৰায় ২০টা উদ্ধাৰকাৰী দলে যৌথভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ শুকুৰবাৰে সেনাৰ এটা দলে কুন্নুত আবদ্ধ হৈ থকা চাৰিজনলোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

মনকৰিবলগীয়া যে এয়াৰফৰ্ছৰ বিমান আৰু হেলিকপ্টাৰ সমূহ গাজিয়াবাদৰ হিন্দন বিমানঘাটিৰ পৰা উদ্ধাৰ অভিযানত উবুৰি খাই পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 358 people DeathAirforceIndian ArmyNavyNDRFSDRFWayanad Landslide
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d