Horoscope:ৰাশিফল
মেষ: সামাজিক কৰ্মত সুনাম বৃদ্ধি। পাৰিবাৰিক দায়বদ্ধতাও বৃদ্ধি পাব। উচ্চ বিদ্যাত যত্না কাৰক। প্রেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃষ: ঘৰুৱা ভাল দেখা যায়। কর্ম লাভৰ যোগ। মাতৃৰ স্বাস্থ্য ভাল নাযাব। ধন বিনিয়োগ নকৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
মিথুন: চুটি ভ্রমণ আছে। প্রেমত ভাল দেখা যায়। দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে। শুভ ৰং বগা। শুভ সংখ্যা ৭।
কর্কট: গৱেষণা কর্মত সাফল্য লাভ। পিতা-মাতাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ভ্রমণ সফল হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫।
সিংহ: ধনত মধ্যম। যৌথ ব্যৱসায়ত সতর্ক দৃষ্টি ৰাখক। আর্থিক দিশতো সতর্ক থাকক। প্রেমত অশুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ১।
কন্যা: প্রেম দাম্পত্য ভাল বুলি ক’ব পৰা যায়। পিতা-মাতাৰ তীৰ্থ ভ্ৰমণৰ যোগ। ভ্ৰমণত কষ্ট। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
তুলা: দূৰ ভ্ৰমণ বাতিল হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। নিম্ন লোকে প্ৰতাৰণা কৰিব পাৰে। ভ্রমণ নাই। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।
বৃশ্চিক: লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে। ভ্রমণ নাই। প্ৰেমত কষ্ট। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
ধনু: পাৰিবাৰিক অশান্তি বৃদ্ধি পাব। সতর্ক থাকক। কৰ্মত শনিৰ দৃষ্টি থকা কাৰণে মধ্যম ফল। সন্তানৰ শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ২।
মকৰ : নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়। ঘৰত আলহীৰ সমাগম। প্রেমত গতানুগতিক। চুটি ভ্রমণ হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
কুম্ভ: আপোনাৰ দুৰ্বলতাৰ কাৰণে অইন লোকে অন্যায় সুযোগ ল’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে। বিবাহৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ।।
মীন: ধনা গন বৃদ্ধি পাব। যান-বাহন ক্ৰয় কৰিব পাৰে। দাম্পত্যত সুখ। কৰ্মত শনিৰ দৃষ্টি থকা কাৰণে মধ্যম ফল। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।



































