Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Devotees drink AC water, mistaking it for ‘Charan Amrit’ at Banke Bihari Temple In Mathura Vrindavan:পবিত্ৰ বৃন্দাৱনত এচিৰ পানীকে ভগৱান কৃষ্ণৰ ‘চৰণামৃত’ বুলি খালে বহু ভক্তই !

অভাৱনীয় ঘটনাৰ দৃশ্য ভাইৰেল হোৱাত প্রতিক্রিয়া, গুৰুতৰ নিউম 'নিয়া সদৃশ লেগিঅ'নেয়াছ ৰোগত আক্ৰান্ত হোৱাৰ শংকা

samimsultana by samimsultana
November 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Devotees drink AC water, mistaking it for ‘Charan Amrit’ at Banke Bihari Temple In Mathura Vrindavan:পবিত্ৰ বৃন্দাৱনত এচিৰ পানীকে ভগৱান কৃষ্ণৰ ‘চৰণামৃত’ বুলি খালে বহু ভক্তই !
2
SHARES
15
VIEWS
ShareShareShareShare

Devotees drink AC water, mistaking it for ‘Charan Amrit’ at Banke Bihari Temple In Mathura Vrindavan:

পবিত্ৰ বৃন্দাৱনত দৈৱকীনন্দন ভগৱান শ্রীকৃষ্ণৰ চৰণৰ জল বুলি একাংশ ভক্তই বাতানুকূল যন্ত্র (এচি)ৰ পানীকে খোৱাৰ দৃশ্য ইণ্টাৰনেটত ভাইৰেল হোৱাত চৌদিশে মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃন্দাবনত অত্যুৎসাহী ভক্তসকলে সংঘটিত কৰা এই ঘটনাক লৈ বহু স্বাস্থ্য বিশেষজ্ঞ উদ্বিগ্ন হৈছে।

ADVERTISEMENT

তেওঁলোকে আঙুলিয়াই দিছে যে যন্ত্ৰৰ পৰা নিগৰিত এই পানী পান কৰাসকল বিভিন্ন ৰোগ তথা বীজাণু সংক্রমণত আক্রান্ত হোৱাৰ আশংকা আছে। কাৰণ এচিৰ পানীত শৰীৰৰ বাবে ক্ষতিকাৰক অণুজীৱ, শৰীৰ ক্ষয়কাৰী ধাতু আদি থাকে। এই স্বাস্থ্য হানিকাৰকসমূহ মিহলি হৈ থকাৰ ফলত এচিৰ পানী কেৱল খোৱাৰ অনুপযোগীয়েই নহয়, গছ-গছনিত দিয়াৰ বাবেও অনুপযোগী; অথচ এনে অৱস্থাতে ভগৱান শ্রীকৃষ্ণৰ চৰণামৃত বুলি এই ভক্তসকলে এচিৰ পানীকে পান কৰে।

RelatedPosts

No Content Available

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে পানীৰ ফোঁৱাৰৰ পৰা ওলোৱা পানী একাংশ ভক্তই হাতেৰে ধৰি পান কৰি আছে।

ac 2পবিত্র জল বুলি গণ্য কৰা এই পানী খোৱা ভক্তসকলৰ বাবে স্বাস্থ্যৰ কেনে ক্ষতি হ’ব পাৰে সেই সম্পৰ্কত একাংশ বিশেষজ্ঞই মত পোষণ কৰিছে। এই সম্পৰ্কত হেপাট’ল ‘জিষ্ট চিৰাক এবে ফিলিপছে সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘শীত-তাপ নিয়ন্ত্রিত যন্ত্ৰত ভেঁকুৰকে ধৰি বহু ধৰণৰ অণুজীৱই বাহৰ পাতে। ইয়াৰে কিছুসংখ্যক সঁচাকৈয়ে ভয়ংকৰ। এচিৰ পানী খালে লেগিঅ’নেল্লা নামৰ বেক্টেৰীয়াই সৃষ্টি কৰা লেগিঅ’নেয়াছ নামৰ ভয়লগা ৰোগৰ সৃষ্টি হ’ব পাৰে। ‘ তদুপৰি এচিৰ পানী খালে অন্যান্য পার্শ্বক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকা কৰে বিশেষজ্ঞ চিকিৎসকজনে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, লেগিঅ’নেয়াছ ৰোগ হৈছে এক গুৰুতৰ ৰূপৰ নিউম’নিয়া। এই ৰোগ সৃষ্টিকাৰক লেগিঅ’নেল্লা বেক্টেৰীয়া সাধাৰাতে নৈ, হ্ৰদৰ দৰে প্ৰাকৃতিক জল উৎসসমূহত পোৱা যায়। অৱশ্যে এনে বেক্টেৰীয়াই এচি, হট টাব, পানীৰ পাইপ, কুলিং টাৱাৰ আদিতো বাহৰ পাতি বংশবৃদ্ধি ঘটাব পাৰে। এই বেক্টেৰীয়াযুক্ত কেইটোপালমান পানী মানুহৰ ভিতৰলৈ গ’লেই বিপদ অৱধাৰিত হ’ব পাৰে।

এই জটিল ৰোগৰ লক্ষণসমূহৰ অন্যতম হৈছে প্রচণ্ড জ্বৰ, কাহ, মাংসপেশীৰ বিষ আৰু উশাহ চুটি হোৱা। এই ৰোগত যিকোনো বয়সৰ লোক আক্রান্ত হ’ব পাৰে। অৱশ্যে যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুর্বল, তেনে লোকসকল সহজে আক্রান্ত হোৱাৰ আশংকা থাকে। আনহাতে, বিশেষজ্ঞৰ মতে, যিহেতু অধিকাংশ এচিৰ পানী ঘনীভূতকৰণৰ জৰিয়তে সংগ্ৰহ কৰা হয়, গতিকে তেনে পানী খালে আন কেতবোৰ বিপদো আহিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত এচিৰ পানী বাচন-বর্তন ধোৱা আদি কামতো ব্যৱহাৰ কৰা অনুচিত।

বিশেষজ্ঞসকলে এই কথাও আঙুলিয়াই দিছে যে এচিৰ পানীত সহজে ধূলি-মাকতিৰ লগতে শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৰাসায়নিক দ্রব্যও জমা হোৱাৰ আশংকা থাকে। কাৰণ এই পানী ঘনীভূতকৰণৰ জৰিয়তে সংগ্ৰহ কৰা হয়। একেদৰে এচিৰ পানীত বেক্টেৰীয়া, ভেঁকুৰ আদিৰ দৰে অণুজীৱ সহজে জমা হ’ব পাৰে।

সেয়েহে সজাগ-সচেতন লোকসকলে এচিৰ পানী গছ-গছনিতো নিদিয়ে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে এচিৰ পানীয়ে মাটিৰ পিএইছ (pH) সলনি কৰে। এই সলনিয়ে মাটি অনুৰ্বৰ কৰাৰ আশংকা থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Banke Bihari TempleDevotees drink AC waterMathura Vrindavanmistaking it for 'Charan Amrit'
samimsultana

samimsultana

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d