Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp State Youth Morcha Celebrates Central Swahid Diwas:পকামূৰা পথাৰত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

শ্বহীদ দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, প্ৰতিখন জিলাত হ'ব বিশ্ববিদ্যালয়,ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দলং আৰু মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

publisher by publisher
December 10, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bjp State Youth Morcha Celebrates Central Swahid Diwas:পকামূৰা পথাৰত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

ঐতিহাসিক অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদৰ ত্যাগক সুঁৱৰি বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাই আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ভালে সংখ্যক মন্ত্ৰী- বিধায়ক উপস্থিত থকা শ্বহীদ দিৱসত অবিভক্ত শোণিতপুৰ জিলাৰ ১৬০ শ্বহীদ পৰিয়ালক সম্বধৰ্ণা জনোৱা হয়।

ADVERTISEMENT

প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোক উপস্থিত থকা এই শ্বহীদ দিৱস কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি কয়, অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল ৷

বিদেশী বিতাড়নক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক এই অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে। অসম আন্দোলন হৈছে অসমবাসীৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট নিদৰ্শন ৷ অসমৰ বিদেশী বিতাড়ন আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্রাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আমাৰ চিৰনমস্য।

অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা ১৯৭৯ চনৰ ১০ ডিচেম্বৰত বাৰম্বাৰ লাঠীৰ প্রহাৰত আৰু বন্দুকৰ নলীৰ খুন্দাত ভৱানীপুৰৰ উজানবৰবৰী গাঁৱৰ খর্গেশ্বৰ তালুকদাৰক অমানৱীয় অত্যাচাৰ কৰি হত্যা কৰা ঘটনাই ৰাজ্যখনৰ সর্বত্রে জোকাৰণি তুলি অসম আন্দোলনক নতুন গতি প্ৰদান কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত অসমৰ ৮৬০গৰাকী শ্বহীদে আত্মবলিদান দি জাতীয় আন্দোলনটোক অধিক শক্তিশালী ৰূপ দিয়াৰ উপৰি ৰাজ্যখনৰ লগতে দেশৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামক মহীয়ান কৰি তুলিছিল৷ ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত আত্ম বলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদ সকলৰ লগতে জামুগুৰিহাটৰ যি ১৭ গৰাকী যুৱকে অসমৰ অস্তিত্ব আন্দোলনত প্ৰাণাহুতি দিছিল তেখেত সকলকো মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp State Youth Morcha CelebratesCentral Swahid DiwasCm Himanta Biswa SarmaJamagurighatPakamara FILEDশ্বহীদ দিৱস
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d