Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Ministry Of Education Guidelines: শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

পঞ্চম-অষ্টম শ্ৰেণীত প্ৰৱৰ্তন উত্তীৰ্ণ-অনুত্তীৰ্ণৰ নিয়ম, স্কুলৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ব শিক্ষাৰ্থী, পঞ্চম-অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ নকৰাৰ নীতি বাতিল

publisher by publisher
December 24, 2024
in India, News
Reading Time: 2 mins read
0
Union Ministry Of Education Guidelines: শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Twice the national rate as Assam:ৰাষ্ট্ৰীয় হাৰতকৈ অসমত দুগুণ আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰীৰ হাৰ

Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Union Ministry Of Education Guidelines:

ছাত্ৰ-ছাত্ৰীক পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত বাধ্যতামূলকভাবে উত্তীর্ণ কৰি দিয়াৰ নীতি সলনি কৰিলে কেন্দ্ৰই। পুনৰ এই শ্ৰেণী দুটাৰ চূড়ান্ত বার্ষিক পৰীক্ষাত ‘পাছ-ফেইল’ৰ পুৰণি নীতি বলবৎ হ’ব। কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ এক জাননীত উল্লেখ কৰা হৈছে যে পঞ্চম অথবা অষ্টম শ্ৰেণীৰ কোনো শিক্ষার্থী পৰীক্ষাত সফল নহ’লে তেওঁলোকক পুনৰ পৰীক্ষাত বহিবলৈ সুযোগ দিয়া হ’ব।

ADVERTISEMENT

বিদ্যালয় শিক্ষাত এক বৃহৎ পৰিৱৰ্তন সাধন কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত এতিয়াৰে পৰা বছৰেকীয়া চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰা হাত্ৰ-ছাত্ৰীক অনুত্তীর্ণ কৰি ৰাখিব পৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইতিমধ্যে ১৬ খন ৰাজ্য আৰু দুখন কেন্দ্র শাসিত অঞ্চলে এই ব্যৱস্থা বলবৎ কৰিছে। বিভাগৰ জাননী অনুসৰি বাৰ্ষিক পৰীক্ষাত উত্তীর্ণ হ’বলৈ ব্যর্থ হোবা ছাত্র-ছাত্রীসকলক অতিৰিক্ত ক’চিঙৰ ব্যৱস্থা কৰা হ’ব আৰু ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব।

জাননীত উল্লেখ যে দ্বিতীয়বাৰ পৰীক্ষাত কোনো ছাত্র-ছাত্রী সফল নহ’লে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীর্ণ কৰা নহ’ব বুলি শিক্ষা বিভাগৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে। অৱশ্যে কোনো কাৰণতে ছাত্ৰজনক শিক্ষা সম্পূর্ণ নকৰালৈকে বিদ্যালয়ৰ পৰা বিতাড়িত কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰা হৈছে। বিবৃতিত প্রকাশ যদি পুনৰ পৰীক্ষাত শিক্ষার্থী ব্যর্থ হয় তেন্তে তেওঁ পঞ্চম অথবা অষ্টম যি শ্রেণীৰে ছাত্ৰ- ছাত্রী তাতে থাকিব দিয়া হ’ব। এই সময়ছোৱাত শ্রেণী শিক্ষকে শিক্ষার্থী গৰাকীক  নির্দেশনা দিব লাগিব। প্রয়োজন হ’লে বিশেষ তথ্যৰো যোগান ধৰিব লাগিব।

শিক্ষার্থীজনৰ বাবে যি প্রয়োজনীয় শিক্ষণৰ ত্রুটি আছে তাক পূৰণ কৰিব লাগিব। উচ্চ শিক্ষা মন্ত্রণালয়ৰ বিষয়াসকলে কয় যে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয় আৰু সৈনিক স্কুলকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত তিনি হেজাৰ অধিক বিদ্যালয়ৰ এই ব্যৱস্থা বলবৎ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Five & Eight ClassesGuidelineUnion Ministry Of Education
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d