Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Ashwini Vaishnaw Flagged Off Three Trains:অসমৰ সংযোগ ব্যৱস্থাত অন্য এক সংযোজন

মহানগৰীৰ পল্টন বজাৰত ৰে’লমন্ত্ৰীৰ তিনিখন ৰে’ল সেৱা মুকলি, মুকলি কৰা হয় জনশতাব্দী গুৱাহাটী-নিউ লখিমপুৰ ৰে’ল ,তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ ৰে’ল,নিউ বঙাইগাঁও-গুৱাহাটী পেচেঞ্জাৰ ৰে'ল, ফ্লেগ-অফ কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে

publisher by publisher
January 3, 2025
in News, Assam, India
Reading Time: 2 mins read
0
Ashwini Vaishnaw Flagged Off Three Trains:অসমৰ সংযোগ ব্যৱস্থাত অন্য এক সংযোজন
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Ashwini Vaishnaw Flagged Off Three Trains:

অসমৰ সংযোগ ব্যৱস্থাত অন্য এক সংযোজন ৷ শুক্ৰবাৰে অসমৰ বাবে তিনি খন নতুন ৰে’ল মুকলি কৰা হয় ৷ মহানগৰীৰ পল্টন বজাৰ স্থিত গুৱাহাটী ৰে’ল ষ্টেচনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটী- নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও- গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া- নাহৰলগুন এক্সপ্ৰেছ ৰে’ল কেইখন ফ্লেগ-অফ কৰে ৷

ADVERTISEMENT

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, দেশৰ উত্তৰ-পূব অঞ্চল আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ইঞ্জিন৷ এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ তৰাম্বিত কৰাৰ বাবে এই ইঞ্জিন সদায় সক্ৰিয় হৈ থকাটো নিতান্তই প্ৰয়োজন ৷ আনহাতে বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন ক্ষেত্ৰত অসমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে তৰুণ প্ৰজন্মৰো দায়িত্বও অপৰিসীম ৷

rail 2অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,নতুন বৰ্ষটোৰ প্ৰাৰম্ভনীতে কেন্দ্ৰীয় মন্ত্ৰী গৰকীয়ে যি উপহাৰ উত্তৰ-পূবক দিলে তাৰ বাবে বহু ধন্যবাদ দি কয়,অহা ২৫ ফেব্ৰুৱাৰীত ‘এডভান্স আসাম’ বিশেষ অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক নিমন্ত্ৰণ জনায় ৷

আন এক প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ২০৪৭ চনত বিকশিত অসম নিৰ্মাণ যি সপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখিছে সেইয়া বাস্তৱায়িত হ’ব ৷ একেদৰে অসমত প্ৰযুক্তিবিদ্যা খণ্ডত ন ন উদ্যোগ স্থাপনৰ পৰিকল্পনা লোৱা হৈছে ৷ ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যুদ্ধকালীন গতিৰে আৰম্ভ হৈছে ৷ জাগীৰোডতে অচিৰেই স্থাপন হ’ব এন আই এল আই টি বিশ্ববিদ্যালয় ৷ বিশ্ববিদ্যালয় খন ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ নামৰে নামাকৰণ কৰা হ’ব ৷

এই বিশ্ববিদ্যালয়ৰ এঘাৰটা চৌহত থাকিব সমগ্ৰ দেশতে ৷ ইয়াৰে এটা চৌহদ হ’ব জাগীৰোডত ৷ এই বিশ্ববিদ্যালয়ত শিক্ষা দিয়া হ’ব তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকচৰ পাঠ্যক্ৰমৰ ৷ একেদৰে শিক্ষা দিয়া হ’ব ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ ৷ শীৰ্ঘ্ৰেই ছেমি কণ্ডাক্টৰ পাৱাৰ হাউচলৈ ৰূপান্তৰিত হ’ব ভাৰত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, হোজাই জিলাৰ লামডিঙত ইতিমধ্যেই আৰম্ভ হৈছে ড্ৰাবল টেকৰ ৰে’ল লাইন ৷

উল্লেখ যে,এই অনুষ্ঠানতে তেতেলীয়া ৰেলৱে উৰণ সেতু জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ,কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি সহ এনএফ ৰে’লৱে জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaFlagged OffGuwahati Railway StationRailway Minister Ashwini VaishnawThree New Train
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d