Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

publisher by publisher
October 22, 2026
in Assam, News
Reading Time: 1 min read
0
অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাইজৰ ধনেৰে লাহ-বিলাসৰ সুযোগ লাভ কৰাৰ বাহিৰে অসমৰ ৰাজ্যসভাৰ অধিকাংশ সদস্যৰে কৰিবলৈ যেন একোৱেই নাই! ৰাজ্যবাসীৰ মাজত চলি অহা এই চর্চা যে অমূলক নহয় সেয়াও নিজৰ কৰ্মৰে প্ৰমাণ কৰিছে এইসকল সাংসদে। ৰাজ্যসভাৰ এজন সাংসদ নির্বাচিত হ’বলৈ সাধাৰণতে যি ধৰণৰ অৰ্হতাৰ প্ৰয়োজন হয়, তাক গৌণ কৰি গোটেই প্রক্রিয়াটো দলীয় ৰাজনৈতিক হিচাপ-নিকাচৰহে অংশ কৰি লৈছে দলবোৰে।

ADVERTISEMENT

ৰাজ্যসভাক ৰাজনৈতিক সংস্থাপনৰ আহিলা কৰি লোৱাত সংসদৰ উচ্চ সদনৰ উদ্দেশ্যতে ব্যাঘাত জন্মিছে। তাৰেই পৰিণাম ভুগিছে সাধাৰণ জনতাই। অসমৰ ৰাজ্যসভাৰ সাংসদসকলৰ সাংসদ উন্নয়ন পুঁজিৰে ৰূপায়িত কামৰ মতি-গতিয়েই ইয়াৰ উদাহৰণ হৈ পৰিছে।

অসম চৰকাৰৰ শেহতীয়া এক পৰিসংখ্যা অনুসৰি অসমক যিসকল সাংসদে ৰাজ্যসভাত প্রতিনিধিত্ব কৰি আছে তেওলোকে সাংসদ পুঁজিৰ ধনেৰে মাত্ৰ আঠ শতাংশ উন্নয়নমূলক কামহে কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যসভাৰ সাংসদ এজনে সংসদ উন্নয়ন পুঁজিৰ জৰিয়তে বছৰি পাঁচ কোটিকৈ টকা লাভ কৰে। তেওঁলোকে যিখন ৰাজ্যৰ ৰাজ্যসভাৰ আসনৰ পৰা দেশৰ উচ্চ সদনলৈ নির্বাচিত হয় সেইখনৰ চাৰিসীমাৰ ভিতৰৰ যিকোনো স্থানৰ আন্তঃগাঁথনি উন্নয়ন শিতানত এই পুঁজি ব্যয় কৰিব পাৰে।

সাংসদজন পুঁজি ব্যয়ত প্রত্যক্ষভাবে জড়িত নহয়, কিন্তু তেওঁ অনুমোদন দিয়া কামৰ জৰিয়তে পুঁজিৰ সঠিক ব্যৱহাৰ হৈছেনে হোৱা নাই সেই ক্ষেত্রত দায়বদ্ধ থাকে। অসমৰ অধিকাংশ সাংসদ যে এইক্ষেত্রত দায়বদ্ধহীন সেয়া তেওঁলোকে অনুমোদন জনোৱা কামৰ অগ্ৰগতিৰ তথ্যয়েই প্রমাণ।

সাংসদ এজনে অনুমোদন জনোৱা কাম এটাই আৱণ্টন লাভ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু কামটো ৰূপায়িত হ’বলগীয়া জিলাখনৰ প্ৰশাসনক অন্তর্ভুক্ত কৰি এখন নির্মাণ সমিতি গঠন কৰা হয়। এটা উন্নয়নমূলক কাম সম্পূর্ণ হৈ নুঠালৈকৈ সংশ্লিষ্ট সমিতিখনো সম্পূর্ণ দায়ৱদ্ধ হৈ থাকে।

ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা হ’ল সাতজন। বর্তমান কার্যনির্বাহ কৰি থকা সাতজনৰ তিনিজন কেইমাহমান পূর্বেহে নির্বাচিত হৈছে। ইয়াৰ বিপৰীতে অসমত এনে সাংসদ একাধিক আছে যিয়ে আসনখনত যেন খুঁটি পুতিহে লৈছে, অথচ উপেক্ষিত হৈ ৰৈছে ৰাইজৰ স্বার্থ।

যোৱা মাৰ্চত নির্বাচিত অসমৰ তিনিজন সাংসদ হ’ল যোগেন মহন, তেৰচ গোৱালা আৰু প্রমোদ বড়ো। যোগেন মহনে যোৱা পাঁচ মাহত ৩.২৭ কোটি টকাৰ ২৫ টা কামত অনুমোদন জনায়। ইয়াৰে তিনিটা কামৰ পুঁজি মোকলাই দিয়া হৈছে।

অৱশ্যে ইয়াৰে এটাও কাম সম্পূর্ণ হোৱা নাই। প্রমোদ বড়োই অনুমোদন দিয়া কামৰ সংখ্যা হ’ল ১৮ টা। ইয়াৰে এটাও কামৰ পুঁজি আৱণ্টন হোৱা নাই। ইয়াৰ বিপৰীতে তেৰচ গোৱালাই এতিয়ালৈকে এটাও কামত অনুমোদনেই জনোৱা নাই।

অর্থাৎ সাংসদজনৰ পুঁজিৰে কোনো উন্নয়নমূলক কামৰ আৰম্ভণি কৰাটো বাদেই, তেনে কামত গোৱালাই হাতেই দিয়া নাই।

অসমক ৰাজ্যসভাত প্রতিনিধিত্ব কৰা এজন সাংসদ হ’ল ৰণগৌৰা নাৰ্জাৰী। ইতিমধ্যে ৰাজ্যসভাৰ সাংসদৰ ছবছৰীয়া কার্যকালৰ প্ৰায় তিনি বছৰ সম্পূৰ্ণ কৰা সাংসদজনে যোৱা ছেপ্টেম্বৰলৈ ২০.৩৯ কোটি টকাৰ ১৬৬ টা আন্তঃগাঁথনি উন্নয়ন কামত অনুমোদন জনাইছে। ইয়াৰে ১৫.১৬ কোটি টকাৰ ১২৬ টা কামৰ পুঁজিয়ে আৱণ্টন লাভ কৰিছে। ইয়াৰে ১৭ টা কাম সম্পূর্ণ হৈছে।

সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটায়ো তিনিবছৰীয়া কাৰ্যকালত যোৱা ছেপ্টেম্বৰলৈ ২১০ টা কামত অনুমোদন জনায়। অনুমোদিত কামৰ বিপৰীতে ধাৰ্য পুঁজিৰ পৰিমাণ হ’ল ১৭.০১ কোটি টকা। ইয়াৰে ১০৩ টা কামৰ বিপৰীতে ১১.৫৬ কোটি টকাৰ আৱন্টন লাভ কৰিছে। এই কামবোৰৰ মাত্র পাঁচটাহে সম্পূর্ণ হৈছে।

এতিয়ালৈকে দুবছৰ সম্পূৰ্ণ কৰা তথা ৰাজ্যসভালৈ কে’বাবাৰো নিৰ্বাচিত হোৱা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নিজৰ সাংসদ উন্নয়ন পুঁজিৰে এতিয়ালৈকে ৭.৭৫ কোটি টকাৰ ৪৫ টা কামত অনুমোদন জনাইছে। ইয়াৰে ২৬ টা কামৰ বাবে পুঁজি আৱণ্টন লাভ কৰিছে। এই পুঁজিৰ পৰিমাণ হ’ল ৪.৮৬ কোটি টকা। আৱণ্টিত কামৰ মাত্র এটাহে এতিয়ালৈকে সম্পূর্ণ হৈছে।

দুবছৰ কাৰ্যকাল সম্পূৰ্ণ কৰা আন এজন সাংসদ হ’ল কনাদ পুৰকায়স্থ। সাংসদজনে এতিয়ালৈকে ৬.৫ কোটি টকাৰ ৫০ টা উন্নয়নমূলক কামত অনুমোদন জনাইছে। ইয়াৰে আৱণ্টন লাভ কৰা কামৰ সংখ্যা হ’ল ৩১ টা। আৱণ্টিত পুঁজিৰ পৰিমাণ হ’ল ৪.৩৫ কোটি টকা। দুর্ভাগ্যজনক ভাবে ইয়াৰে এটা কামো আজিলৈকে সম্পূর্ণ নহ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Assam #RajyaSabhaMPs #MPFunds #DevelopmentWorks #PublicFunds #AssamPolitics #InfrastructureDevelopment #GovernmentAccountability #PoliticalNews #DainikAgradoot
publisher

publisher

Related Posts

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ
Assam

২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

October 22, 2026
উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
India

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

October 22, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d