Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Modi-Macron:‘ভাৰতত বিনিয়োগৰ এইটোৱেই উত্তম সময়’, মে’ক্ৰনৰ দেশৰ উদ্যোগীসকলৰ বাবে মোডীৰ বাৰ্তা !

publisher by publisher
February 12, 2025
in International
Reading Time: 1 min read
0
Modi-Macron:‘ভাৰতত বিনিয়োগৰ এইটোৱেই উত্তম সময়’, মে’ক্ৰনৰ দেশৰ উদ্যোগীসকলৰ বাবে মোডীৰ বাৰ্তা !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Modi-Macron ফ্ৰান্সত মোডীক উষ্ণ আদৰণি মে’ক্ৰনৰ, বন্ধুক সাৱটি ধৰি, এআইৰ বিশ্ব বিপ্লৱৰ ঘোষণা

Modi-Macron:‘ভাৰতত বিনিয়োগৰ এইটোৱেই উত্তম সময়’, মে’ক্ৰনৰ দেশৰ উদ্যোগীসকলৰ বাবে মোডীৰ বাৰ্তা !

ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই উপযুক্ত সময় ! বিশ্বৰ আগশাৰীৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগ সংস্থাসমূহক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাই এই বাৰ্তা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ADVERTISEMENT

পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত ভাষণ দি মোডীয়ে কয় যে ভাৰতত ঔদ্যোগিক বিনিয়োগৰ বাবে সকলো সুবিধা আৰু ব্যৱস্থা কৰা হৈছে।এতিয়া সকলোৰে প্ৰগতি ভাৰতৰ প্ৰগতিৰ স’তে জড়িত।

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ বিমান পৰিবহণ খণ্ডক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয়, “আগতে, ভাৰতীয় কোম্পানীবোৰে বিমানৰ বাবে বাহিৰত ডাঙৰ অৰ্ডাৰ দিছিল। এতিয়া আমি ১২০ টা নতুন বিমানবন্দৰ খুলিবলৈ গৈ আছো (ভাৰতত)। কল্পনা কৰক যে সেই ক্ষেত্ৰত ভৱিষ্যত কিমানটা সম্ভাৱনা আছে। ”

সোমবাৰে দুদিনীয়া ভ্ৰমণত ফ্ৰান্সত উপস্থিত হয় মোডী। তেওঁ মঙলবাৰে এআই সন্মিলনত অংশ লয় । তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ (আৰ্টিফিছিয়েল ইন্তেলিজেঞ্চ বা এআই) ভাল আৰু বেয়া দিশসমূহ তুলি ধৰে। মোডীয়ে জনাইছে, কৃত্ৰিম বুদ্ধিমত্তাই লাখ লাখ লোকৰ জীৱন সলনি কৰিব পাৰে।

পেৰিছত অনুষ্ঠিত ১৪তম ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত দেশখনে ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে।ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই উত্তম সময়।

তেওঁ কয়, ‘যোৱা দশকত ভাৰতত যি পৰিৱৰ্তন হৈছে সেয়া আপোনালোকে দেখিছে। বিভিন্ন সংস্কাৰৰ জৰিয়তে বিনিয়োগ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে।

বৰ্তমান, ভাৰত হৈছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি। ই সোনকালেই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব। “ভাৰত এতিয়া বিনিয়োগৰ গন্তব্যস্থান। আমি অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম অভিযানো আৰম্ভ কৰিছো। প্ৰতিৰক্ষা খণ্ডতো ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক উৎসাহিত কৰা হৈছে।”

ইণ্ডিয়া-ফ্ৰান্স চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰী মোডীয়ে ‘মেক ইন ইণ্ডিয়া’ৰ পদক্ষেপে ভাৰতত বিনিয়োগৰ পৰিৱৰ্তন কেনেদৰে কৰিছে সেই বিষয়ে বৰ্ণনা কৰে।

তেওঁৰ কাৰ্যকালতে এই সম্পৰ্কীয় পদক্ষেপসমূহ আৰম্ভ কৰা বুলিও তেওঁ উল্লেখ কৰে । কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ গৱেষণাৰ ক্ষেত্ৰতো ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰে।

ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মে’ক্ৰন আৰু দুয়োখন দেশৰ বৃহৎ কোম্পানীসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক শলাগ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁৰ স’তে একেখন মঞ্চত থকাটো মোৰ বাবে এক আনন্দৰ কথা। যোৱা দুবছৰৰ ভিতৰত এয়া আমাৰ ষষ্ঠখন বৈঠক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Modi-Macron
publisher

publisher

Related Posts

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d