Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Union Minister Visit Assam-Meghalaya: তিনিদিনীয়া ভ্ৰমণসূচীৰে মেঘালয় আৰু অসম ভ্ৰমণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড:নিমুবেন বাম্ভানিয়াৰ

শ্বিলঙত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা নিমুবেন বাম্ভানিয়াৰ

publisher by publisher
February 20, 2025
in India, News
Reading Time: 2 mins read
0
Union Minister Visit Assam-Meghalaya: তিনিদিনীয়া ভ্ৰমণসূচীৰে মেঘালয় আৰু অসম ভ্ৰমণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড:নিমুবেন বাম্ভানিয়াৰ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Cm Himanta Viswa Sarma:আজিও অব্যাহত আছে বৰষুণ ,বৰষুণ গুৱাহাটীত বন্ধ কৰিছে এশ ট্ৰেন্সফৰ্মাৰ

Meghalaya Also Demands Sonapur-Chandrapur:সীমা বিবাদ মীমাংসাৰ তৎপৰতাৰ মাজতে আমচাং অভয়াৰণ্য-চন্দ্ৰপুৰলৈ নিজৰ অঞ্চল বুলি দাবী

Union Minister Visit Assam-Meghalaya:

তিনিদিনীয়া ভ্ৰমণসূচীৰে মেঘালয় আৰু অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য, আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড:নিমুবেন বাম্ভানিয়াই আজি উভতে দিল্লীলৈ ৷ তিনিদিনীয়া মেঘালয় আৰু অসম ভ্ৰমণৰ কালছোৱাত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিভিন্ন উন্নয়নমূলক প্ৰকল্প, চৰকাৰী আঁচনি, আৰু জনকল্যাণমূলক কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰে।

ADVERTISEMENT

উল্লেখ্য যে মঙলবাৰে মন্ত্ৰী গৰাকীয়ে মেঘালয়ৰ ৰি-ভয় জিলা উপাযুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ জিলা খনত চলি থকা চৰকাৰী পদক্ষেপ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে।

আনহাতে বুধবাৰে শিলচৰত থকা শিশু পৰ্যবেক্ষণ গৃহ আৰু এটা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে শিশু কল্যাণ আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে ভাৰত নিৰ্মাণ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ ভ্ৰমণ কৰি নতুনকৈ নিৰ্মিত ঘৰ পৰিদৰ্শন কৰি আৰু হিতাধিকাৰীৰ সৈতে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণত শ্বিলঙৰ ৰিঞ্জাহত থকা ঔষধৰ দোকান এখনত উপস্থিত হৈ স্বাস্থ্যসেৱা সেৱাৰ পৰ্যালোচনা কৰে আৰু অঞ্চলটোৰ চিকিৎসা আন্তঃগাঁথনিৰ উন্নতিৰ বিষয়ে আলোচনা কৰে। একেদৰে শ্বিলঙস্থ ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ কাৰ্যালয়ত তেওঁ খাদ্য সংৰক্ষণৰ সুবিধা, ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ পৰ্যালোচনা কৰে। পিডিএছৰ কাৰ্য্যকলাপ বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এফপিএছ গ্ৰেইন এটিএম পৰিদৰ্শন কৰি খাদ্য বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ড: বাম্ভনিয়াই ৰাজভৱনত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰক সৌজন্যতামূলক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ ওপৰত আলোচনা কৰে। আনহাতে মন্ত্ৰী গৰাকীয়ে শ্বিলঙত খাদ্য যোগানৰ কৌশল, পিডিএছৰ কাৰ্যক্ষমতা, আৰু কৃষি নীতিৰ পৰ্যালোচনাৰ বাবে মেঘালয়ৰ বিভাগীয় মন্ত্ৰী, বিষয়াবৰ্গ আৰু এফচিআইৰ বিষয়াৰে এক বৈঠক অনুষ্ঠিত কৰি ভ্ৰমণৰ সামৰণি মাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam-MeghalayaUnion Minister Visit
publisher

publisher

Related Posts

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d