Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Himanta Viswa Sarma:আজিও অব্যাহত আছে বৰষুণ ,বৰষুণ গুৱাহাটীত বন্ধ কৰিছে এশ ট্ৰেন্সফৰ্মাৰ

ন লাখ লোকৰ বিজুলী যোগান কর্তন, পশ্চিম কাৰ্বি আংলঙত বানৰ সৃষ্টি ,পৰিস্থিতি জটিল হৈয়ে থাকিব

publisher by publisher
May 31, 2025
in News, Assam
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:আজিও অব্যাহত আছে বৰষুণ ,বৰষুণ গুৱাহাটীত বন্ধ কৰিছে এশ ট্ৰেন্সফৰ্মাৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Cm Himanta Viswa Sarma:

গুৱাহাটীত মেঘালয়ৰ পানীয়ে কৃত্রিম বানৰ সৃষ্টি কৰি আহিছে বুলি অসম চৰকাৰে উত্থাপন কৰি অহা অভিযোগৰ সম্পৰ্কত অহা দুই জুনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পর্যায়ত বৈঠক অনুষ্ঠিত হ’ব।
ইয়াৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক গুৱাহাটীলৈ আমন্ত্রণ জনোৱা হৈছে বুলি শুকুৰবাৰে দিছপুৰত এক সংবামেলত সদৰী কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে মেঘালয়ৰ পানীৰ বাবে অসমত বানৰ সৃষ্টি হৈ আহিছে সেই বিষয়ত দৃষ্টিগোচৰ কৰাত উচ্চতম ন্যায়ালয়ে দুয়োখন ৰাজ্যৰ চৰকাৰক জাননী জাৰি কৰিছে। সেই জাননীৰ বাবেই দুই জুনত আলোচনা আহ্বান কৰা হৈছে।

ADVERTISEMENT

গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰ প্ৰসংগত বিষয়টো সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘শুক্ৰবাৰে যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে মই কোনো ৰাজ্যক দোষ নিদিওঁ। কিন্তু এয়া ঠিক যে গুৱাহাটী তথা যোৰাবাটত সৃষ্টি হোৱা বানৰ মুখ্য কাৰণ হ’ল মেঘালয়ত ব্যাপকৰূপত চলি থকা পাহাৰ খনন। ইপিনে, মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে বাংলাদেশত উৎপত্তি হোৱা নিম্নচাপৰ বাবে মেঘালয়ৰ লগতে গুৱাহাটীকে ধৰি পশ্চিম অসম আৰু দক্ষিণ অসম আৰু পাহাৰীয়া জিলাকেইখনত প্ৰৱল বৰষুণ হৈছে।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

আজি বিয়লিলৈকে বতৰৰ এনে ৰূপ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই জনাইছে। এনে পৰিস্থিতিত সুৰক্ষাজনিত কাৰণত অসমৰ ন লাখ লোকৰ বিজুলী সংযোগ কর্তন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়। তদুপৰি গুৱাহাটীত এশটা ট্রেন্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়, ‘ প্রসংগক্রমে কাইলৈ পর্যন্ত বতৰৰ পৰিস্থিতি জটিল হৈ থাকিব। আজি মেঘালয়তো যথেষ্ট বৰষুণ হৈছে।

মেঘালয়ৰ পৰা অসমলৈ পানীৰ ধল নামিছে। বৰষুণ বন্ধ হ’লেও মেঘালয়ৰ পানী অসমলৈ ১২ ঘন্টা পর্যন্ত পানী নামি থাকিব। মেঘালয়ৰ পানী অসমলৈ নামি আহোতে সিমান সময় লাগে। গুৱাহাটীত  পৰিৱেশ ভাল হোৱাৰ সম্ভাৱনা থাকিলেও নামনি অসমত আৰু বেছি বৰষুণ হৈ থাকিব।’ গুৱাহাটীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে বৰষুণ চলি থাকিলে গুৱাহাটীৰ পৰিস্থিতি উন্নত হোৱাৰ আশা কম। বতৰ বিজ্ঞান কেন্দ্ৰই কৰা সম্ভাৱনীয়তাও ভাল নহয়।

গুৱাহাটীৰ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীয়ে কামৰূপ আৰু কামৰূপ মহানগৰত কৰ্মৰত দূৰৰ পৰা অহা আজিৰ দিনটো বিশেষ ছুটীৰ দিন হিচাপে ঘোষণা কৰে। তদুপৰি জিলা দুখনৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানো শনিবাৰে বন্ধ থাকিব বুলি মুখ্যমন্ত্রীয়ে জনায়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে  শনিবাৰৰ দিন হিচাপে বন্ধ থাকিব বুলি কয়।

মুখ্যমন্ত্ৰীয়ে জিলা দুখনত ব্যক্তিগত প্রতিষ্ঠানত দূৰৰ পৰা অহা কৰ্মৰত কৰ্মচাৰীসকলকো শনিবাৰৰ দিনটোত ৰেহাই দিবলৈ কর্তৃপক্ষক আহ্বান জনায়। ইপিনে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কাইলৈৰ দিনটোত জনসাধাৰণক পাৰ্যমানে যাতায়াত নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। একেদৰে পাহাৰৰ তলত আৰু পাহাৰৰ অঞ্চলত বাস কৰা লোকসকলক পানীৰ ধল আৰু সম্ভাৱনীয় ভূমিস্খলনৰ প্ৰতি সতর্ক থাকিবলৈ আহ্বান জনাইছে। তদুপৰি প্ৰাধিকৰণে মানুহক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে।

# নিয়ম অনুসৰি বহিষ্কাৰ

এই সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে শেহতীয়াকৈ ১৪ জন লোকক বাংলাদেশলৈ ‘পুছবেক‘ কৰা সন্দৰ্ভতো মতামত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে, সম্পূর্ণ নীতি-নিয়মৰ মাজেৰে এই কাম কৰা হৈছে। আগন্তুক দিনতো অধিক সংখ্যক লোকক এনেদৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে ‘পুছবেক’ কৰা সকলোৱেই আইন অনুসৰি বাংলাদেশী নাগৰিক। আনহাতে, ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্র দিব বুলি সিদ্ধান্ত কৰিছে। ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। এনে বিতর্কক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধানে দিয়া অধিকাৰৰ ভিত্তিত চৰকাৰে ভাবি-চিন্তি এই সিদ্ধান্ত গ্রহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodsAssam-MeghalayaCm Himanta Biswa Sarmajoint Discation
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d