Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Beef Seized :নিষিদ্ধ মাংসৰ বিৰুদ্ধে এক্সন মুডত আৰক্ষী !

নিষিদ্ধ মাংস বিচাৰি ডিব্ৰুগড়,নগাঁও,কোকৰাঝাৰ সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান

publisher by publisher
July 1, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Beef Seized :নিষিদ্ধ মাংসৰ বিৰুদ্ধে এক্সন মুডত আৰক্ষী !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

Beef Seized :

নিষিদ্ধ মাংসৰ বিৰুদ্ধে এক্সন মুডত আৰক্ষী |  নিষিদ্ধ মাংস বিচাৰি ডিব্ৰুগড়,নগাঁও,কোকৰাঝাৰ সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান | ডিব্ৰুগড়ৰ কেইবাখনো হোটেলত আৰক্ষীৰ অভিযান | গো- মাংস বিক্ৰী কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে গো-বধৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়তে ডিব্ৰুগড়ত গৰু মাংসৰ বিৰুদ্ধে বৃহৎ অভিযান।

ডিব্ৰুগড় মহানগৰৰ কালিবাৰী স্থিত শামা হোটেল, পাঁচ আলিৰ তিনি খন হোটেল, কাইনাট হোটেল, আফৰিন হোটেল আৰু চেলিম হোটেলত ডিব্ৰুগড় আৰক্ষীৰ অভিযান। দীৰ্ঘদিন ধৰি মুকলিকৈ গো-মাংস বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে হোটেল কেইখনৰ বিৰুদ্ধে। হোটেল কেইখনত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধিক্ষকৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ অভিযান চলাই।হোটেল খনত মোতায়েন কৰা হৈছে চিআৰপিএফ জোৱান। হোটেল কেইখনত অভিযান চলাই জব্দ কৰিছে বহুতো খাদ্য সামগ্ৰী সহ‌ গো-মাংস।

# ফকিৰাগ্ৰাম সদৰ চহৰত গো-মাংস বিচাৰি আৰক্ষীৰ অভিযান,গো- মাংস সহ এজনক আটক

ফকিৰাগ্ৰামত গো-মাংস বিচাৰি আৰক্ষীৰ অভিযান । ফকিৰাগ্ৰামৰ জামে মছজিদৰ ওচৰত থকা ইছলাম হোটেলৰ পৰা গো- মাংস সহ এজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোকজন আইজুল হক বুলি জানিব পৰা গৈছে।ফকিৰাগ্ৰামৰ ৰেলগেটৰ ওচৰত থকা ইছলাম হোটেলৰ পৰা ৰন্ধা গো মাংসৰ লগতে ১০ কেজি কেচা গো- মাংসও উদ্ধাৰ কৰে ফকিৰাগ্ৰাম আৰক্ষীয়ে।

ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিচিং বে আৰু কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবনিতা শৰ্মাৰ উপস্থিতিত উদ্ধাৰ কৰে গো মাংসখিনি। জানিব পৰা মতে দীৰ্ঘদিনৰ‌ পৰা ফকিৰাগ্ৰামৰ উক্ত ইছলাম হোটেলত উক্ত লোকজনে গো মাংস বিক্ৰী কৰি আহিছে বুলিও জানিব পৰা গৈছে।

# নগাঁৱতো নিষিদ্ধ গো- মাংসৰ বিৰুদ্ধে অভিযান

নগাঁৱতো নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান | নগাঁও চহৰৰ বৰবজাৰ, ঢাকাপট্টীত  অভিযান |  অভিযানত তিনিখন হোটেলত জব্দ হয় নিষিদ্ধ মাংস জব্দ  | হোটেল তাজ, হোটেল আয়ুব,হোটেল আল্লাৰাখাৰ পৰা জব্দ কৰা হয় নিষিদ্ধ গো- মাংস |

#বিজনীতো অবৈধ গো মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

বিজনীতো অবৈধ গো মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ | বিজনী চহৰৰ সুভাইজাৰ পথত থকা হোটেল ৰায়হান ৰোজ নামৰ হোটেলত অভিযান বিজনী আৰক্ষীৰ।

ৰফিকুল ইছলামৰ ৰায়হান ৰোজ নামৰ হোটেলৰ পৰা ৯ কিলোগ্ৰাম ৰন্ধা আৰু কেঁচা গো মাংস জব্দ  বিজনী আৰক্ষীৰ। অভিযানকাৰী দলটোৱে হোটেলখনৰ পৰা ৪,৬০০/- টকা জব্দ কৰাৰ লগতে স্বত্বাধিকাৰী ৰফিকুল ইছলামৰ পত্নী ববিতা আখতাক সোধ-পোচৰ বাবে আটক কৰে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police RaidBeef SeizedBijniDIBRUGARHKokrajharNagaon
publisher

publisher

Related Posts

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক
Assam

নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

September 5, 2026
শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত
Assam

দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d