Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Matrimony Centre:মহানগৰীত বিবাহৰ পাত্ৰ-পাত্ৰীৰ সন্ধানৰ নামত প্ৰৱঞ্চনা ঘটক প্ৰতিষ্ঠানৰ

গোচৰ ৰুজু ভুক্তভোগীৰ অভিভাৱকৰ

publisher by publisher
July 2, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Matrimony Centre:মহানগৰীত বিবাহৰ পাত্ৰ-পাত্ৰীৰ সন্ধানৰ নামত প্ৰৱঞ্চনা ঘটক প্ৰতিষ্ঠানৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Dispur: দিছপুৰত বহি:ৰাজ্যৰ চিলনী চোৰ আৰক্ষীৰ জালত

Dispur Theft :দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ

Matrimony Centre:

বিবাহৰ পাত্ৰ-পাত্ৰীৰ সন্ধান দিয়া ঘটক সংস্থাই গ্রাহকক লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ দুটা এনে প্রতিষ্ঠান ‘দ্য ৰয়েল ৱেডিংছ মেট্রিমনিয়েল কনছালটেন্ট’ আৰু ‘সাত ফেৰে মেট্রিমনিয়েল চেন্টাৰ’ৰ বিৰুদ্ধে গ্রাহকক প্ৰৱঞ্চনা আৰু কৰ্মক্ষেত্ৰত আতিশয্যৰ অভিযোগ উত্থাপন হৈছে। ৰয়েল ৱেডিংছৰ এগৰাকী প্রাক্তন কৰ্মচাৰীয়ে এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

ADVERTISEMENT

ছায়াস্মিতা সেনাপতি নামৰ প্ৰাক্তন ছেলছ এগজিকিউটিভ গৰাকীয়ে সোমবাৰে দিছপুৰ থানাত দাখিল কৰা এজাহাৰত দাবী কৰা অনুসৰি কোম্পানীটোৱে বিভিন্ন প্ৰৱঞ্চনাৰ ঘটনাৰ স’তে জড়িত। বিবাহৰ পাত্ৰ-পত্ৰীৰ সন্ধান দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন আদায় কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ কৰিছে এজাহাৰত। ৰয়েল ৱেডিংছৰ স্বত্বাধিকাৰী পিংকি গায়ন আৰু উর্মিমালা গায়নৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে এজাহাৰত।

অভিযোগ অনুসৰি কোম্পানীৰ অবৈধ কাৰ্যকলাপৰ বাবে তেওঁ কৰ্মস্থলী ত্যাগ কৰিবলৈ বিচৰাত তেওঁ শাৰীৰিকভাৱে নিগৃহীত হয়, মৃত্যুৰ ভাবুকি দিয়া হয় আৰু মৌন হৈ থাকিবলৈ বাধ্য কৰোৱা হয়। আৰক্ষী সূত্ৰত প্রকাশ যে যোৱা ২৯ জুনত এই ঘটনাটো সংঘটিত হৈছিল। মহানগৰীৰ আদিত্য টাৱাৰৰ তৃতীয় মহলাত থকা কোম্পানীৰ কাৰ্যালয়ত এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, সন্ধিয়া সাত বজালৈ অভিযোগকাৰীক কাৰ্যালয়ত আবদ্ধ কৰি ৰখা হয়, তেওঁৰ ম’বাইল ফোন কাঢ়ি লোৱাৰ উপৰি তেওঁক এক লিখিত ঘোষণাপত্র আদায় দিবলৈ বাধ্য কৰোৱা হয়। কোম্পানীক ক্ষতি কৰা কোনো কাম তেওঁ নকৰাৰ নিশ্চিতিৰে সকলো কৰ্মচাৰীৰ সন্মুখত এটা ভিডিঅ’ কৰা হয় বুলিও অভিযোগ উঠিছে।

অভিযোগৰাকীয়ে কয় যে সম্ভাৱনাপূর্ণ গ্রাহক আকৰ্ষিত কৰিবলৈ আৰু বিপথে পৰিচালিত কৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ অপব্যৱহাৰ কৰা হয়। ছায়াস্মিতাই এজাহাৰত লিখিছিল যে তেওঁ ৰুক্মিণী গাঁৱৰ আদিত্য টাৱাৰ বিল্ডিঙত থকা ৰয়েল ৱেডিংছ মেট্রিমনিয়েল কনছালটেন্ট নামৰ অনুষ্ঠানটোত বিগত এবছৰ ধৰি ছেলছ এগজিকিউটিভ হিচাপে কৰ্মৰত আছিল। তেওঁ কয় যে ইয়াৰ পূৰ্বে ছাট ফেৰে মেট্রিমনিয়েল চেণ্টাৰত কাম কৰিছিল।

তেওঁ কয়, ‘দুয়োটা প্রতিষ্ঠান একেই, এজনেই গৰাকী পিংকি গায়ন আৰু উর্মিমালা গায়ন। দুটা প্ৰতিষ্ঠানৰ পৃথক কার্যালয়, এটা খ্রীষ্টানবস্তিৰ চেন্ট্রেল মলৰ পঞ্চম মহলাত অৱস্থিত ছাট ফেৰে মেট্রিমনিয়েল চেণ্টাৰৰ আৰু আনটো ৰয়েল ৱেডিংছৰ মেট্রিমনিয়েল কনছালটেন্ট’ৰ কাৰ্যালয় ৰুক্মিণী গাঁৱৰ আদিত্য টাৱাৰত অৱস্থিত। বিগত সাত বছৰ ধৰি তেওঁলোকে প্রতিষ্ঠান চলাই আছে আৰু বহু গ্ৰাহকৰ পৰা দৰা কইনা চাই দিম বুলি ধন আদায় কৰিছে।

‘ ছায়াস্মিতাই কয় যে এই ধনৰ বিপৰীতে তেওঁলোকে দিয়া সেৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল। তেওঁ পুনৰ কয়, ‘মই জনা নাছিলো যে তেওঁলোকে প্রৱঞ্চনা বা বেআইনী কামত লিপ্ত। ইয়াৰ বিৰুদ্ধে মাত মাতিলে কামৰ পৰা খেদি দিব, দৰমহা নিদিব জাতীয় ভাবুকি দিয়ে। কালি কার্যালয় ছুটী হোৱাৰ পাছত মোক মাৰপিট কৰে দুয়োটা কাৰ্যালয়ৰ কৰ্মচাৰীৰ সন্মুখত। মোক গালত চৰ শোধাইছে আনকি মোৰ ফোন জব্দ কৰি থৈছে।

কালি ৰয়েল ৱেডিংছৰ বহুকেইটা ৰিভিউ আহিছিল আৰু এইবোৰ মই লিখা বুলি তেওঁলোকে সন্দেহ কৰিছে। কিয়নো এই মাহটো মোৰ কাৰ্যালয়ত শেষ মাহ বুলি আৰু মই কাম নকৰো বুলি জনোৱা বাবেই মোৰ ওপৰত সন্দেহ কৰি মোক শাৰীৰিকভাৱে অপদস্থ কৰে। মই কৰ্মস্থলী ত্যাগ কৰি কথাবোৰ উদঙাই দিম বুলি তেওঁলোকে ভাবিছিল। যাৰ বাবে মোক ভাবুকি দিছে।’ ছায়াস্মিতাই কয় যে প্ৰতিষ্ঠানৰ পৰা ওলাই আহি ইয়াৰ বিৰুদ্ধে কোনো কথা নক’ব বুলি ভিডিঅ’ কৰে স্বত্বাধিকাৰীয়ে। কিবা ক্ষয়-ক্ষতি হ’লে দায়ী হ’ব বুলি লিখিত পত্ৰত স্বাক্ষৰ কৰায় বুলিও অভিযোগ উঠিছে।

ইপিনে, এই অভিযোগ খণ্ডন কৰে স্বত্বাধিকাৰী উর্মিমালা গায়নে। ছায়াস্মিতাই এজাহাৰৰ উল্লেখ কৰা মতে, কাৰ্যালয়টোৰ কিছুমান বেআইনী কাম তেওঁৰ দ্বাৰা কৰাই থকাৰ কথা তেওঁ লাহে লাহে উপলব্ধি কৰিছিল। সেয়ে তেওঁ কাম এৰিব খোজাত মাৰধৰ কৰাই নহয় হত্যাৰ ভাবুকি দিয়ে। যোৱা ২৯ জুনৰ নিশাই তেওঁৰ ওপৰত অত্যাচাৰ চলায়। তেওঁৰ প্ৰাপ্য ধন অর্থাৎ মাহিলি দৰমহা ১৭ হেজাৰ টকাৰ লগতে উদগনিৰ ধন ২১ হেজাৰ টকা আদায় নিদিয়ে বুলি ভাবুকি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against fir filedDispur PoliceMatrimony CentreRoyal Wedding Matrimonial ConsultantSatphere Matrimonial Centre
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d