Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সংসদত হাতে হাতে বিৰোধীৰ প্লেকার্ড, ধাৰাবাহিক শ্ল’গান

publisher by publisher
July 23, 2025
in India, News
Reading Time: 1 min read
0
সংসদত হাতে হাতে বিৰোধীৰ প্লেকার্ড, ধাৰাবাহিক শ্ল’গান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

Opposition Protests✒️হাতে হাতে প্লেকার্ড লৈ শ্ল’গান দি অব্যাহত ৰখা বিৰোধীৰ প্ৰতিবাদত আজিও পুৱাৰে পৰা কে’বাবাৰো স্থগিত ৰাখিবলগীয়া হয় সংসদৰ বৰ্ষাকালীন অধিবেশনৰ কাৰ্যসূচী।

ADVERTISEMENT

অপাৰেছন সিন্দুৰক লৈ আলোচনাৰ দাবীত লোকসভাত তীব্ৰ কোলাহলৰ সৃষ্টি হয়। একে সময়তে ৰাজ্যসভাত বিৰোধীয়ে উত্থাপন কৰে বিহাৰত ভোটাৰ তালিকা সংশোধনীৰ প্ৰসংগ। এই দুই বিষয়ত আলোচনাৰ দাবীত সংসদৰ উভয় সদনত প্রতিবাদমুখৰ হৈ পৰে বিৰোধী।

সোমবাৰে অধিবেশনৰ প্রথমদিনাই বিৰোধীয়ে আগ্রাসী ৰূপ লৈছিল আৰু কালিও বিৰোধীয়ে অধিবেশনৰ দ্বিতীয়দিনা চৰকাৰৰ সমালোচনাত মুখৰ হয়। মঙলবাৰে দিনৰ ১১ বজাত লোকসভাৰ অধিবেশন আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছসহ বিৰোধী সাংসদসকলে আসন ত্যাগ কৰি বাহিৰলৈ ওলাই আহে আৰু অপাৰেছন সিন্দুৰক লৈ আলোচনাৰ দাবীত সৰৱ হয়।

কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁলোকক সদনৰ ভিতৰলৈ যাবলৈ অনুৰোধ জনায়। সেই সময়ত হ’বলগীয়া কৃষি সংক্রান্তীয় বিষয়ত আলোচনাত অংশ ল’বলৈ মন্ত্রী চৌহানে বিৰোধীক অনুৰোধ জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো বিৰোধীক নিজ আসন গ্ৰহণৰ বাবে অনুৰোধ জনায়।

সদনত হাতে হাতে প্লেকার্ড লৈ শ্ল’গান নিদিবলৈ তেওঁ কয় বিৰোধীক। অৱশ্যে ইয়াৰ পাছতো তীব্র হট্টগোল অব্যাহত থাকে। ফলত প্ৰথমতে দিনৰ ১২ বজা পর্যন্ত সদন স্থগিত কৰে অধ্যক্ষ বিৰলাই।

দিনৰ ১২ বজাত পুনৰ লোকসভাৰ অধিবেশন আৰম্ভ হোৱাত বিৰোধীয়ে একে দাবীতে সৰৱ হয়। অপাৰেছন সিন্দূৰক লৈ আলোচনাৰ দাবীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱালে কয় যে অধ্যক্ষৰ অনুমতি সাপেক্ষে চৰকাৰে যিকোনো বিষয়ে আলোচনাৰ বাবে প্রস্তুত। বিৰোধী সাংসদসকলক তেওঁ আসন গ্রহণ কৰিবলৈ কয়। ইয়াৰ পাছতো হট্টগোল অব্যাহত থকাত পুনৰ দিনৰ দুই বজা পর্যন্ত সদন স্থগিত ৰখা হয়।

এই সময়ছোৱাত বিৰোধীয়ে বাহিৰলৈ ওলাই যায় আৰু বিহাৰত ভোটাৰ তালিকা সংশোধনক লৈ প্রশ্ন উত্থাপন কৰে। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী, সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদৱসহ অন্যান্য বিৰোধী সাংসদসকলে সদনৰ বাহিৰলৈ গৈ বিক্ষোভ প্রদর্শন কৰে।

ইপিনে, ৰাজ্যসভাত দেশৰ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ আলোচনাৰ দাবী উত্তাপন কৰে বিৰোধী সাংসদে।

জগদীপ ধনখড়ৰ পদত্যাগ হেতুকে কালি ৰাজ্যসভাৰ কাম-কাজ পৰিচালনা কৰে উচ্চ সদনৰ উপাধ্যক্ষ হৰি বংশ নাৰায়ণ সিঙে। অধিবেশনৰ আৰম্ভণিতে ১০জন বিৰোধী সাংসদে অবিলম্বে আলোচনাৰ দাবী উত্থাপন কৰে। একে সময়তে ধনখড়ৰ পদত্যাগক লৈও এজন সাংসদে আলোচনাৰ দাবী তোলে।

বিৰোধীৰ হুলস্থূলত একেদৰে ৰাজ্যসভাৰ অধিবেশন দিনৰ ১২ বজালৈ স্থগিত ৰখা হয়। পাছত দিনৰ ১২ বজাত অধিবেশন আৰম্ভ হোৱাত ভোটাৰ তালিকা সংশোধনীৰ প্ৰসংগত আলোচনাৰ দাবীত সৰৱ হয় বিৰোধী।

পৰিস্থিতি অতি হুলস্থুলীয়া হোৱাত দিনৰ দুই বজালৈ অধিবেশন স্থগিত ৰখা হয়। এইদৰে বাৰে বাৰে অধিবেশনৰ কাম-কাজ ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ পর্যন্ত সদন স্থগিত ৰখা হয়।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধীক তীব্ৰ গৰিহণা দি কয়, ‘বিৰোধীয়ে আলোচনা বিচাৰিছে আৰু আমি সাজু। তেন্তে কিয় তেওঁলোকে সদনৰ কাম-কাজ চলিবলৈ দিয়া নাই। এই দুমুখীয়া স্থিতি ভুল কথা। আপোনালোকে যদি আলোচনা বিচাৰিছে তেন্তে হট্টগোলৰ সৃষ্টি নকৰিব। চৰকাৰে কৈছে যে আলোচনাৰ বাবে সাজু। অথচ আপোনালোকে ৰাজহুৱা ধন অপব্যয় কৰিছে।’

মঙলবাৰে দিনৰ দুই বজাতে অচল হয় সংসদৰ অধিবেশন। উল্লেখ্য যে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিষয়ত সংসদৰ মকৰদ্বাৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সমাজবাদী দলৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি বিৰোধীয়ে হাতে হাতে প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে।

ৰাহুল গান্ধীয়ে কয়, ‘আজি মই ইণ্ডিয়া মিত্ৰজোঁটৰ সতীৰ্থসকলৰ স’তে বিহাৰত ভোট চুৰিৰ বিৰুদ্ধে সংসদৰ চৌহদত প্রতিবাদত অংশগ্ৰহণ কৰিছো। ভোটদান হৈছে প্রতিজন নাগৰিকৰ অধিকাৰ। আমি যিকোনো মূল্যৰ বিনিময়ত ইয়াক কাঢ়ি নিবলৈ নিদিওঁ। সংবিধানবিৰোধী শক্তিৰ বিৰুদ্ধে আমি একত্রিতভাৱে যুঁজ দিম।’

ইপিনে, মঙলবাৰে বিৰোধীয়ে ৰাজ্যসভা আৰু লোকসভাত শ্ল’গান দিয়াত অধ্যক্ষ ওম বিৰলাই কয়, ‘শূন্যকালীন ঘণ্টাত আজি কৃষকৰ বিষয়ক লৈ আলোচনা কৰা হ’ব। আপোনালোকে এই আলোচনা নিবিচাৰে, এইদৰে সদন নচলে।’ আজিৰ দিনটোত সদনৰ কাম-কাজ চলিছিল মাত্র দুঘণ্টাৰ বাবে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Opposition ProtestsRahul Gandhi
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d