Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

All Assam Unemployed Association: প্ৰতি বছৰে ২ লাখকৈ নিবনুৱাক কর্ম সংস্থাপন দিম বুলি প্রতিশ্রুতি দিয়া চৰকাৰে বাস্তৱ ক্ষেত্ৰত নিবনুৱাক কৰ্ম সংস্থাপন দিয়াত বিফল হৈছে :নিবনুৱা সন্থা

publisher by publisher
July 31, 2025
in Assam, News
Reading Time: 1 min read
0
All Assam Unemployed Association: প্ৰতি বছৰে ২ লাখকৈ নিবনুৱাক কর্ম সংস্থাপন দিম বুলি প্রতিশ্রুতি দিয়া চৰকাৰে বাস্তৱ ক্ষেত্ৰত নিবনুৱাক কৰ্ম সংস্থাপন দিয়াত বিফল হৈছে :নিবনুৱা সন্থা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

All Assam Unemployed Association:

প্ৰতি বছৰে ২ লাখকৈ নিবনুৱাক কর্ম সংস্থাপন দিম বুলি প্রতিশ্রুতি দি দিছপুৰৰ মনছদত বহা বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে বাস্তৱ ক্ষেত্ৰত নিবনুৱাক কৰ্ম সংস্থাপন দিয়াত বিফল হৈছে ৷ এই মন্তব্য সদৌ অসম নিবনুৱা সন্থাৰ ৷

ADVERTISEMENT

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি ধর্মেন্দ্ৰ দেউৰীয়ে কয় ,কেৱল ডেৰ লাখ চৰকাৰী চাকৰি দিলেই অসমৰ ৫০ লাখ নিবনুৱা সমস্যা সামাধান নহয়। চৰকাৰে বিস্ফোৰণ মুখী নিবনুৱা সমস্যা সামাধানৰ কাৰনে কি ব্যৱস্থা গ্ৰহন কৰিছে তাক ৰাজহুৱা ভাৱে প্ৰকাশ কৰক।
একেদৰে সংগঠনটোৱে তেওঁলোকৰ দাবী কেইটাও সংবাদমেলত সদৰি কৰে ৷ চৰকাৰে অসমৰ মাটি বিভিন্ন পুজি পতি গোষ্ঠীক বৃহৎ বৃহৎ কোম্পানী প্রতিষ্ঠা কৰিবলৈ আৱণ্টন প্ৰদান কৰিছে। এই পুজি পতি গোষ্ঠী সমূহে অসমৰ থলুৱা নিবনুৱাক ১০০% ই কোম্পানী সমূহত নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰে এক উদ্যোগ নীতি প্রণয়ন কৰক। কোম্পানী সমূহত কাম কৰিবলৈ উপযুক্ত দক্ষতা, যোগ্যতা সম্পন্ন নিবনুৱা নাথাকিলে ভূমি আৱণ্টন দিয়াৰ কোম্পানী সমূহে আগতীয়াকৈ নিবনুৱা সকলক প্রশিক্ষণ দি উপযুক্ত কৰি তুলিবৰ বাবে চৰকাৰে কোম্পানী সমূহক বাধ্য কৰাৰ ব্যৱস্থা গ্ৰহন কৰক।

তদুপৰি বৰ্তমান সময়ত হাজাৰ হাজাৰ নিবনুৱা যুৱকে বিভিন্ন কর্ম জৰিয়তে নিজকে কৰ্ম সংস্থাপিত কৰিবলৈ আগবাঢ়ি আহিছে এনে নিবনুৱা সকলৰ উপাৰ্জনৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহন কৰিছে তাক ৰাজহুৱা ভাবে প্রকাশ কৰক।

বর্তমান সময়ত অসম চৰকাৰে বেদখল উচ্ছেদ কৰি বহু লাখ হেক্টৰ মাটি মুক্ত কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ এনে সাহসী পদক্ষেপক সন্থাই প্রসংশা কৰিছো কিন্তু এই বে-দখল মুক্ত হোৱা মাটি কি কামত ব্যৱহাৰ কৰিব তাক চৰকাৰে আজিও ৰাজহুৱা ভাবে প্রকাশ কৰা নাই  | চৰকাৰে মাটি সমূহ কি কামত ব্যৱহাৰ কৰিব তাক তৎকালিন ভাৱে ৰাজহুৱা ভাৱে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে

সংগঠনটোৰ সভাপতি গৰাকীয়ে আৰু কয় যে, দাবী নীতি নিয়মৰ মাজত থাকি স্থানীয় সম্পদৰ ওপৰত ভিত্তি কৰি নিবনুৱা সকলক উচ্ছেদিত ভূমি সমূহ লীজত দিয়াৰ ব্যৱস্থা গ্ৰহন কৰক। সংবাদমেলত নিবনুৱা পৰিষদৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱা সহ কে’বাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Unemployed AssociationGuwahatiPressmeet
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d