Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Wildlife Photography Exhibition:নগাঁৱত আৰণ্যকৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীলৈ বিপুল সহাঁৰি

publisher by publisher
August 4, 2025
in News, Assam
Reading Time: 2 mins read
0
 Wildlife Photography Exhibition:নগাঁৱত আৰণ্যকৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীলৈ বিপুল সহাঁৰি
1
SHARES
9
VIEWS
ShareShareShareShare

Wildlife Photography Exhibition:

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ সংখ্যক বাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি অনুষ্ঠিত কৰা এলানি কাৰ্যসূচীৰ অংশহিচাপে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত কৰা “বন ছবি ২.০” শীৰ্ষক এখন দুদিনীয়া প্ৰকৃতি আৰু বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীৰ কালি সফল সামৰণি পৰে ।

ADVERTISEMENT

নগাঁৱৰ পৰিচিত সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সহযোগত অনুষ্ঠিত এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ জন প্ৰতিভাৱান ফটোগ্ৰাফাৰে বন্দী কৰা ৪৫ খনতকৈও অধিক উল্লেখযোগ্য ফটো প্ৰদৰ্শন কৰা হয় । ৩০ ৰো অধিক যুৱ প্ৰকৃতিপ্ৰেমী আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তিয়েও ইয়াত অংশগ্ৰহণ কৰে।

RelatedPosts

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে ভালেসংখ্যক প্ৰকৃতি অনুৰাগীৰ উপস্থিতিত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শনিবাৰে প্ৰদৰ্শনীখন উদ্বোধন কৰে ।

aran 2জিলা আয়ুক্ত শৰ্মাই তেওঁৰ উদ্বোধনী ভাষণত প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক নিবিড় কৰা আৰু পৰিৱেশৰ প্ৰতি মানুহৰ দায়বদ্ধতা পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আৰণ্যকৰ নিৰলস প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু উপস্থিত লোকসকলক সংস্থাটোৰ এই অভিযানৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ কয়, “ফটোগ্ৰাফী গুৰুত্বপূৰ্ণ বাৰ্তা বিয়পোৱাৰ এক শক্তিশালী মাধ্যম আৰু প্ৰকৃতি ফটোগ্ৰাফীৰ মানুহক প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু গুৰুত্বৰৰ ওচৰ চপাই নিয়াৰ অনন্য ক্ষমতা আছে”।

বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তিত পৰিবেশত এনে পদক্ষেপৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে আৰু নগাঁৱত এনে এক অৰ্থপূৰ্ণ অনুষ্ঠান আয়োজন কৰাৰ বাবে আৰণ্যক আৰু কল্লোলক প্ৰশংসা কৰে । তেওঁ ৰাজ্য চৰকাৰৰ প্ৰশংসনীয় গছপুলি ৰোপণ অভিযানৰ প্ৰসংগ উল্লেখ কৰি উন্নয়ন আৰু পৰিৱেশ বৰ্তাই ৰখাৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আৰণ্যকৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য ড: পাৰ্থ জে দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আৰণ্যকৰ সাংগঠনিক সম্পাদক উদয়ন বৰঠাকুৰে সংস্থাটোৱে মনোনিৱেশ কৰা বিষয়বোৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপসমূহৰ ব্যাখ্যা আগবঢ়ায় আৰু কল্লোলৰ সম্পাদক নৌছাদ আখতাৰ হাজৰিকাই বৰ্তমানৰ পৰিৱেশ প্ৰেক্ষাপটত এই প্ৰদৰ্শনীৰ সাংস্কৃতিক তাৎপৰ্য্য আৰু প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে ।

উদ্বোধনী অনুষ্ঠানৰ পাছতে ড: পাৰ্থ জে দাসৰ সঞ্চালনাত অনুষ্ঠিত “প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ মাধ্যম হিচাপে ফটোগ্ৰাফীৰ গুৰুত্ব” বিষয়ক আলোচনাচক্ৰত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্না, যুৱ সমালোচক অৰিন্দম বৰকটকী আৰু এগৰাকী প্ৰখ্যাত সংৰক্ষণবিদ ড° স্মৰাজিৎ ওঝাই অংশগ্ৰহণ কৰে। আলোচনাত প্ৰকৃতিৰ ফটোগ্ৰাফীয়ে প্ৰযুক্তি আৰু সৃষ্টিশীলতাৰ মিশ্ৰণেৰে কেনেকৈ প্ৰকৃতিৰ বিষয়ে শক্তিশালী আৰু বহুমাত্ৰিক বাক্…ধাৰা সৃষ্টি কৰে তাৰ ওপৰত আলোকপাত কৰা হয়।

aran 3কাৰ্যসূচীৰ অংশহিচাপে অনুষ্ঠিত “ইউজ অৱ আৰ্ট এণ্ড টেকন’ল’জি ইন ফটোগ্ৰাফী ফৰ্… নেচাৰ এপ্ৰিচিয়েশ্যন এণ্ড কন্…জাৰভেশ্যন” শীৰ্ষক এখন কাৰিকৰী অধিবেশন পৰিচালনা কৰি প্ৰখ্যাত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ উদয়ন বৰঠাকুৰে সঠিক কৌশল ব্যৱহাৰৰ পৰা আৰম্ভ কৰি এখন ফটোক সংৰক্ষণৰ বাৰ্তা বহন কৰিব পৰাকৈ অৰ্থবহ কৰি তোলালৈ আকৰ্ষণীয় যাত্ৰাটোৰ বিষয়ে তেওঁ বৰ্ণনা কৰে।

“লেন্সৰ জৰিয়তে প্ৰকৃতিক দৰ্শন : প্ৰকৃতি আৰু সৃষ্টিশীলতাৰ সমন্বয়” শীৰ্ষক এক অন্তৰংগ আড্ডা (আলোচনা)ৰে ৩ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AaranyakkallolNagaonWildlife Photography Exhibition
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d