Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী জিলা পুঁথিভড়াল প্ৰেক্ষাগৃহত চিন্তানায়ক শিবদাস ঘোষৰ ৫০ তম মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত সমাৱেশ অনুষ্ঠান

publisher by publisher
August 5, 2025
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটী জিলা পুঁথিভড়াল প্ৰেক্ষাগৃহত চিন্তানায়ক শিবদাস ঘোষৰ ৫০ তম মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত সমাৱেশ অনুষ্ঠান
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

✒️আজি এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী জিলা পুঁথিভড়াল প্ৰেক্ষাগৃহত এছ ইউ চি আই (কমিউনিষ্ট)ৰ প্ৰতিষ্ঠাতা, সৰ্বহাৰাৰ মহান নেতা, এই যুগৰ অন্যতম শ্ৰেষ্ঠ মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক শিবদাস ঘোষৰ ৫০ তম মৃত্যু দিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত এক সমাৱেশ অনুষ্ঠিত হয়।

ADVERTISEMENT

মূখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ কেন্দ্ৰীয় কমিটিৰ পলিটবুৰৰ প্ৰবীণ সদস্য, প্ৰখ্যাত জননেতা অসিত ভট্টাচাৰ্য্য।সমাৱেশত সভাপতিত্ব কৰে দলৰ ৰাজ্যিক কমিটিৰ সম্পাদক, কেন্দ্ৰীয় কমিটিৰ সদস্য চন্দ্ৰলেখা দাসে।

মুখ্য বক্তা অসিত ভট্টাচাৰ্যই প্ৰয়াত মহান নেতাগৰাকীৰ প্ৰতি বিপ্ৰৱী শ্ৰদ্ধাজ্ঞাপন কৰি তেওঁৰ ভাষণত কয়, সমগ্ৰ দেশ আজি এটি অতি গভীৰ অৰ্থনৈতিক সংকটত নিমজ্জিত হৈছে‌।

অভাবনীয় মূল্যবৃদ্ধি, উৎকট নিবনুৱা সমস্যা, তাৰ লগতে তীব্ৰ মূদ্ৰাস্ফীতি আৰু তীব্ৰ মন্দা,নতুন কলকাৰখানা গঢ়ি উঠা দূৰত থাকক, সৰু বৰ মজলীয়া সকলোপ্ৰকাৰৰ কলকাৰখানা বন্ধ হৈ যোৱাৰ ফলত জীয়াই থকাৰ কোনো অবলম্বন নাপাই মানুহে উন্মাদৰ দৰে সমগ্ৰ দেশত চাৰিওপিনে দৌৰি ফুৰিছে।

জীবিকাৰ কোনো অবলম্বন নথকা ৮২ কোটি দাৰিদ্ৰসীমাৰ তলত থকা মানুহক নামমাত্ৰ বিনামূলীয়া চৰকাৰী খাদ্য ৰেচন হিচাপে দি জীয়াই ৰখাৰ চেষ্টা হলেও মানুহে বেঘোৰত প্ৰাণ হেৰুৱাইছে।

ইয়াৰ লগত যুক্ত হৈছে তীব্ৰ ৰাজনৈতিক সংকট যিয়ে মানুহক পিষ্ট কৰি মাৰিছে। তাৰ লগতে জন্ম হৈছে তীব্ৰ সাংস্কৃতিক সংকট–হত্যা, ধৰ্ষণৰ পৰা আৰম্ভ কৰি নানা প্ৰকাৰৰ চূড়ান্ত সাংস্কৃতিক অবক্ষয়, সকলো প্ৰকাৰৰ মূল্যবোধৰ অবলুপ্তিয়ে সমগ্ৰ দেশৰ সমাজ জীৱনক ছেদেলি-ভেদেলি কৰি পেলাইছে।
চূড়ান্ত বিচাৰত দেশৰ পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা আৰু ৰাষ্ট্ৰগাঁথনিৰ পৰাই যে এইবোৰ উদ্বুত হৈছে তাক ব্যাখ্যা কৰি শ্ৰী ভট্টাচাৰ্যই সকলো ৰাজ্যৰ, অসম সহ সমগ্ৰ ভাৰতবৰ্ষৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো শোষিত জনসাধাৰণক শোষণ, অত্যাচাৰ, অবিচাৰৰ অবসানকল্পে বিপ্লৱী ভাবধাৰাত ধাৰাবাহিক আৰু শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

সভাপতিৰ ভাষণত চন্দ্ৰলেখা দাসে ৰাজ্যত চলি থকা উচ্ছেদক অমানৱিক আখ্যা দি শাসক গোষ্ঠীয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দি জনসাধাৰণৰ ঐক্যক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ আৰু সচেতন থকাৰ বাবে ৰাইজলৈ আহ্বান জনায়।

সমাবেশত তাৰোপৰি বক্তব্য ৰাখে দলৰ পলিটব্যুৰো আৰু ৰাজ্যিক কমিটিৰ সদস্য কান্তিময় দেবে।

উল্লেখযোগ্য যে, সমাৱেশত ৰাজ্যত চলি থকা অমানৱীয়, নিৰ্মম, নিষ্ঠুৰ উচ্ছেদ, কৰিমগঞ্জ জিলাৰ নাম পৰিৱৰ্তন কৰা আৰু চৰকাৰী স্কুলসমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে তিনিখন প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহন কৰা হয়।

তাৰ আগতে পুৱা দলৰ ৰাজ্যিক কাৰ্যালয়ত দলীয় পতাকা উত্তোলন আৰু মহান নেতা শিবদাস ঘোষৰ প্ৰতিকৃতিত মাল্যদান কৰি শ্ৰদ্ধা জনোৱা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGuwahati
publisher

publisher

Related Posts

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?
India

মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

September 13, 2026
দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d