Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আইনক অংগুষ্ঠ দেখুৱাই ৰাজ্য চৰকাৰৰ ঋণ গ্রহণত হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ

publisher by publisher
August 7, 2025
in Assam, News
Reading Time: 1 min read
0
আইনক অংগুষ্ঠ দেখুৱাই ৰাজ্য চৰকাৰৰ ঋণ গ্রহণত হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Guwahati high court:✒️অসম চৰকাৰে সকলো নীতি-নিয়মক অংগুষ্ঠ দেখুৱাই ৰাজ্যখনক অভাৱনীয় ঋণৰ বোজাত কক্ককাবলৈ এৰি দিছে। ঋণ গ্ৰহণৰ বাবে আনকি ভাৰতীয় ৰিজার্ভ বেংকৰ নীতি-নিৰ্দেশনাকো গুৰুত্ব দিয়া হোৱা নাই।

ADVERTISEMENT

এই ক্ষেত্রত ‘আছাম ফিছকেল ৰেছপনছিবিলিটি এণ্ড বাজেট মেনেজমেন্ট’ (এএফআৰবিএম) এক্ট, ২০০৫ উলংঘা কৰা বুলি বুধবাৰে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এক পত্রযোগে অৱগত কৰি ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ক নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

তেওঁ এই বুলিও উল্লেখ কৰে যে যোৱা জুলাইলৈ অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১,৮৪,৪৬ কোটি টকালৈ বৃদ্ধি হৈছে। এএফআৰবিএম আইনখন বিত্তীয় ঘাটিৰ পৰিমাণ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩.৫ শতাংশৰ অধিক হ’ব নোৱাৰে। অথচ অসমৰ বৰ্তমান এই ঘাটিৰ পৰিমাণ ৩.৮৮ শতাংশলৈ বৃদ্ধি হৈছে। পত্ৰখনত অভিযোগ কৰা অনুসৰি, এই পৰিস্থিতি অসমৰ বাবে অতি ভয়াৱহ।

অর্থনৈতিক স্থিৰতা, জনকল্যাণমূলক কাম-কাজ আৰু ৰাজ্যখনৰ নাগৰিকৰ সাংবিধানিক অধিকাৰবোৰলৈ এই পৰিস্থিতিয়ে ভয়ংকৰ ভাবুকি নমাই অনাৰ আশংকা গাঢ় হৈছে। ২০২৯-২০ক লৈ অসমত ফিছকেল ঘাটিৰ হাৰ লক্ষ্যতকৈ ওপৰত আছে। এনে ধাৰাবাহিকতাই অসমৰ অৰ্থনীতিক আগন্তুক দিনত কোঙা কৰাটো প্রায় স্পষ্ট হৈছে বুলি শইকীয়াই অভিযোগ কৰে।

তেওঁ উল্লেখ কৰে যে ২০১৯-২০ত তিনি শতাংশৰ বিপৰীতে ফিছকেল ঘাটি তথা বিত্তীয় ঘাটি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তিনি শতাংশৰ বিপৰীতে আছিল ৪.২ শতাংশ। ২০২১-২২ত এই হাৰ আছিল ২.৪ শতাংশৰ বিপৰীতে ৩.৫ শতাংশ। ২০২২-২৩ত আছিল তিনি শতাংশৰ বিপৰীতে ৩.৫ শতাংশ। ২০২৩-২৪৩ ০.২ শতাংশৰ বিপৰীতে আছিল ৩.৫ শতাংশ আৰু ২০২৪-২৫ত এই ঘাটিৰ পৰিমাণ আছিল ৩.৫ শতাংশৰ বিপৰীতে ৩.৮৮ শতাংশ।

পত্ৰখন দাখিলৰ সন্দৰ্ভত শইকীয়াই কয়, ‘কেৱল মাত্র অনুৎপাদনশীল কাৰ্যত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। হিতাধিকাৰী সৃষ্টিৰ নতুন নতুন আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতি কোঙা কৰিছে। এনে আঁচনিৰ বাবে চৰকাৰে কোটি কোটি টকা ঋণ লৈছে। ইমানৰ পাছতো নতুন নতুন আঁচনি চৰকাৰে ঘোষণা কৰি আছে। চলিত থকা আঁচনিৰো হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ঋণৰ মাত্রা বৃদ্ধি হোৱাৰ পৰিণাম অসম গণ পৰিষদ চৰকাৰৰ দিনত ৰাইজে ভুগিছিল। বিত্তীয় বিশৃংখলতাই ১৯৮৫-১৯৯০ লৈ অসমক অর্থনৈতিকভাৱে অস্থিৰ কৰি তুলিছিল। সেই পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটাতো স্পষ্ট হৈ পৰিছে।’

পত্ৰখনৰ জৰিয়তে এএফআৰবিএম আইনখন কঠোৰভাৱে মানি চলিবলৈ ৰাজ্য চৰকাৰক বাধ্য কৰাব লাগে বুলি উচ্চ ন্যায়ালয়ক আহ্বান জনোৱা হৈছে। চৰকাৰক বাজেট বহির্ভূত ব্যয় বন্ধ কৰিবলৈ অন্তর্বতীকালীন স্থগিতাদেশ জাৰি কৰিবলৈও পত্রখনত ন্যায়ালয়ক আহ্বান জনোৱা হৈছে। আইন ভংগৰ বাবে অসম চৰকাৰক কৈফিয়ৎ তলৱৰো ন্যায়ালয়ক আহ্বান জনাইছে বিৰোধী দলপতিজনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI HIGH COURT
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d