Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জীৱিকা সখীসকলৰ ছোৱালীক কম বয়সত বিয়া নিদিব:মুখ্যমন্ত্ৰী

খানাপাৰাত ৰাজ্য চৰকাৰৰ স্কুটাৰ প্ৰদান অনুষ্ঠান, 'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কমিউনিটী কেডাৰলৈ

publisher by publisher
August 30, 2025
in Assam, News
Reading Time: 1 min read
0
জীৱিকা সখীসকলৰ ছোৱালীক কম বয়সত বিয়া নিদিব:মুখ্যমন্ত্ৰী
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Cm Meeting in khanapara:

জীৱিকা সখীসকলৰ ছোৱালীক কম বয়সত বিয়া নিদিব ৷ ছোৱালী সকলক নিযুত মইনা আঁচনিৰ জড়িয়তে পঢ়াৰ খৰচ দিব চৰকাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷শনিবাৰে মহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ‘সখী এক্সপ্ৰেছ’ আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কমিউনিটী কেডাৰলৈ স্কুটাৰ প্ৰদান অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ,২৬ত বিজেপি মিত্ৰগোষ্ঠীৰ চৰকাৰ পুনৰ হ’লে নিযুত মইনা আঁচনিৰ ধন আৰু অধিক বাঢ়িব ৷ আনহাতে যিসকল জীৱিকা সখী বাইদেউৱে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকক পোনপটীয়াভাৱে অৰুণোদয় আঁচনি দিব চৰকাৰে ৷ জীৱিকা সখী বাইদেউসকলে মহিলা উদ্যমিতা অভিযানৰ অধীনত এইবাৰ ১৫ হাজাৰ, অহা বছৰ ৪০ হাজাৰ লাভ কৰিব ৷ আমি বিচাৰোঁ হিন্দুৱেই হওক বা মুছলমান, আমাৰ জীৱিকা সখী বাইদেউসকল সকলোতে মূলাগাভৰুৰ দৰে হ’ব লাগে ৷ সেয়েহে কৰ্মৰত প্ৰতি গৰাকী জীৱিকা সখীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে কৰি যাওক ৷ চৰকাৰ আপোনালোকৰ স’তে আছে।

ADVERTISEMENT

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে পশু সখী বেংক সখী আৰু জীৱিকা সখী সকললৈ আহ্বান জনায় যে এতিয়াৰ পৰা কোনোৱে তিনিটাতকৈ অধিক সন্তান জন্ম নিদিয়ে । অৱশ্যে জনজাতি আৰু চাহ জনগোষ্ঠীয় মহিলাই চাৰিটা সন্তান জন্ম দিয়াত কোনো বাধাৰোপ নাই ৷

আনহাতে স্কুটাৰ লাভ কৰা প্ৰতিগৰাকী জীৱিকা সখীয়ে হেলমেট পিন্ধি কম বেগত স্কুটাৰ চলাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে আৰু কয়,স্কুটাৰ লাভ কৰা প্ৰতিগৰাকী জীৱিকা সখীক পেট্ৰল ভৰাবৰ বাবে মাহেকত পাঁচশ টকাকৈ চৰকাৰে আগবঢ়াব ৷সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে৷ সভা খনত উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,বিধায়কত্ৰয় অতুল বৰা ,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি সহ জ্যেষ্ঠ বিষয়াবৰ্গ ৷

উল্লেখ্য যে ,সভাত জীৱিকা সখী হিচাপে নিয়োজিত ৰাজ্যৰ ৯,৭০৪ গৰাকী মহিলাক ৰাজ্য চৰকাৰে প্ৰদান কৰে স্কুটাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himantabiswa sarmaGuwahatijeevika SakhiKhanapara Play GroundNRLMScooty Distribution Programme
publisher

publisher

Related Posts

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d