Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two former MLAs resign in Assam: বিজেপি -অগপৰ দুই প্ৰাক্তন বিধায়কৰ দলত্যাগ

কংগ্ৰেছত যোগদানৰ সম্ভাৱনা !

publisher by publisher
September 3, 2025
in Assam, News
Reading Time: 1 min read
0
Two former MLAs resign in Assam: বিজেপি -অগপৰ দুই প্ৰাক্তন বিধায়কৰ দলত্যাগ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Two former MLAs resign in Assam:

শাসকীয় বিজেপি আৰু অগপত গৰাখহনীয়া ৷ প্ৰভাৱশালী দুই প্ৰাক্তন বিধায়ক অগপৰ সত্যৱত কলিতা আৰু বিজেপিৰ বিনন্দ শইকীয়াই আজি নিজ নিজ দলৰ পৰা পদত্যাগ কৰে ৷ কমলপুৰৰ অগপৰ প্ৰাক্তন বিধায়ক সত্যৱত কলিতাই বাৰ্তাবাহকৰ জৰিয়তে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে দলৰ সভাপতি অতুল বৰালৈ ৷ একেদৰে ছিপাঝাৰৰ বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই দৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে,ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই পূৰ্বতে কংগ্ৰেছত আছিল যদিও মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ২০১৪ত বিজেপিত যোগদান কৰাৰ কিছুমাহৰ পিছতে তেওঁৱো কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ বিগত বিধানসভা নিৰ্বাচনত অন্যতম টিকট প্ৰত্যাশী আছিল যদিও শইকীয়াক বঞ্চিত কৰি ন বিজেপি পৰমানন্দ ৰাজবংশীক টিকট দিয়া হয় । তেতিয়াৰ পৰা ক্ৰমাৎ দলৰ পৰা ব্যৱধান বৃদ্ধি পায় শইকীয়াৰ ৷ আনকি এসময়ত ড:হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত স্বৰূপ হিচাপে পৰিচিত বিনন্দ শইকীয়া শেহতীয়াকৈ বিজেপিৰ মজিয়াত একাষৰীয়া হোৱাত অস্তিত্ব সংকটত ভোগি অৱশেষত দলত্যাগ কৰিবলৈ বাধ্য হয় ৷

আনহাতে অসম আন্দোলনৰ কৰ্মী তথা অগপৰ সাধাৰণ সম্পাদক আৰু অগপৰ শাসনৰ কালছোৱাত কমলপুৰৰ পৰা বিধায়ক ৰূপে বিধানসভাৰ আসন শুৱনি কৰা সত্যৱত কলিতা বিগত দিনত দলৰ পৰা টিকট লাভ  কৰা নাছিল ৷ কিয়নো বিজেপিৰে অগপৰ মিত্ৰতা হোৱা সূত্ৰে ২০১৬ আৰু ২০২১ ত কমলপুৰ সমষ্টিতো এৰি দিয়া হৈছিল বিজেপিক ৷ সেই সূত্ৰে বৰ্তমান সমষ্টিটোৰ বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে দিগন্ত কলিতাই ৷ অগপৰ টিকটত পুনৰ কমলপুৰৰ পৰা টিকট প্ৰত্যাশী হৈ থকা সত্যৱত কলিতাই শেহতীয়াকৈ বিভিন্ন মহলত নিশ্চিত হৈছিল যে কমলপুৰ সমষ্টিটো পুনৰ বিজেপিক এৰি দিব অগপই ৷ এনে আশংকা কৰিয়েই সত্যৱত কলিতাই অগপ পৰা দলত্যাগ কৰে বুলি বিভিন্ন মহলত সৰৱ চৰ্চা লাভ কৰিছে ৷

আনহাতে অগপৰ প্ৰভাৱশালী জ্যেষ্ঠ নেতা সত্যৱত কলিতাৰ পদত্যাগৰ পিছত কমলপুৰ অগপত পদত্যাগৰ জোৱাৰ উঠিছে ৷ শেহতীয়া খবৰ অনুসৰি সমূহীয়াভাৱে দলত্যাগ কৰিলে কমলপুৰ সমষ্টি অগপ সমিতিয়ে ৷ কাৰ্যত অগপ শূন্য হ’ল কমলপুৰ বিধানসভা সমষ্টি ৷ দলত্যাগি অগপ তৃণমূল নেতা- কৰ্মীয়ে ক্ষোভ উজাৰে দলৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে  ৷

আনহাতে বিশেষ খবৰ অনুসৰি দুই দলত্যাগি প্ৰাক্তন বিধায়ক সত্যৱত কলিতা আৰু বিনন্দ শইকীয়াই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভত দুয়োজনে সুকীয়া সুকীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ স’তে আলোচনাত মিলিত হৈছে ৷ হয়তো দুই – এদিনৰ ভিতৰতে দুয়োজন নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ৰাজিৱ ভৱনৰ সূত্ৰে জানিব পৰা গৈছে ৷

ৰাজ্য বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত শাসকীয় বিজেপি- অগপৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়কে নিজ নিজ দলৰ পৰা পদত্যাগৰ ঘটনাই কিবা প্ৰভাৱ পৰে নে নপৰে সেয়া আগন্তুক দিনত হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpBinandra SaikiaBJPSatyabrat KalitaTwo former MLAs resign
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d