Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

শতায়ু গৰকা বৃদ্ধৰ মুখত গজিল দাঁত

আনন্দতে অন্নপ্রাসন পাতি ভোজৰ আয়োজন কৰিলে নাতি-নাতিনীয়ে

publisher by publisher
September 9, 2025
in Uncategorized
Reading Time: 1 min read
0
শতায়ু গৰকা বৃদ্ধৰ মুখত গজিল দাঁত
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

অতি শীঘ্ৰেই কোচ বিহাৰকলৈ দেশত গঠন হ’ব নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য

Cooch Behar:✒️ঘৰত চলিছে ভোজৰ মহা আয়োজন। গাঁৱৰ মানুহবোৰতো আছিলেই, নিমন্ত্রিত অতিথিসকলৰ ভিতৰত আছিল অঞ্চলটোৰ খণ্ড উন্নয়ন বিষয়া, সীমান্তৰক্ষা বাহিনীৰ বিষয়াসকলো। আচলতে বয়সৰ শতক আগতেই সম্পূৰ্ণ কৰিছিল সেই ঘৰৰ গৰাকী নৃপেন্দ্ৰ বৰ্মনে। এইবাৰ পালন কৰা হৈছে তেওঁৰ অন্নপ্রাসন।

ADVERTISEMENT

বৃদ্ধৰ নাতি-নাতিনীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ মানুহে এই আয়োজন কৰিছে। শিশুৰ প্ৰথম দাঁত গজাৰ পাছত অন্নপ্রাসন পতা হয়। অথচ শতায়ু গৰকা বৰ্মনৰ অন্নপ্রাসনৰ আয়োজন কৰা বিষয়টোও আমোদজনক। কিয়নো এশ বছৰ পাৰ কৰাৰ পাছত বৃদ্ধৰ মুখত পুনৰ গজিছিল গাখীৰ দাঁত।

বৃদ্ধৰ এই অন্নপ্রাসনৰ আয়োজনক কেন্দ্র কৰি কোচবিহাৰৰ হলদিবাড়ি গাঁৱত এতিয়াও চর্চা অব্যাহত আছে।কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ বড় হলদিবাড়ি গাঁৱৰ বাসিন্দা বৰ্মন।

সেই গাঁও তথা জিলাৰ প্ৰবীণতম ব্যক্তি হয়তো তেৱেঁই। গাঁৱৰ সকলোৰে মাজত তেওঁ দাদু বুলিয়েই পৰিচিত। ভোটাৰ কাৰ্ডৰ হিচাপ ধৰিলে এই মুহূৰ্তত তেওঁৰ বয়স ১০২ বছৰ। যদিও বৰ্মনে দাবী কৰে যে তেওঁৰ বয়স এতিয়া ১১৩ বছৰ। বৃদ্ধৰ তিনি প্ৰজন্ম একেটা ঘৰতে থাকে। পৰিয়ালত তেওঁৰ তিনি পুত্ৰ আৰু চাৰি কন্যা।

নাতি-নাতিনীৰ সংখ্যাও ৩৪। নাতি-নাতিনীসকলে ‘দাদু’ক লৈ সকলো সময়তে উলাহত থাকে। বয়সৰ ভৰত তথা প্রাকৃতিক নিয়মত আগতেই বৃদ্ধৰ বহু দাঁত সৰিছিল। মুখত লাগি থকা বাকী দুই-তিনিটামান দাঁতো ইতিমধ্যে ক্ষয় যাবলৈ আৰম্ভ কৰিছিল।

সম্প্রতি নাতি-নাতিনীসকলে লক্ষ্য কৰে যে ককাকৰ পুনৰ দাঁত গজিছে। মুখৰ আলু ফুটি শুধ বগা তিনিটা ‘গাখীৰ দাঁত’ ওলাই আহিছে। তাৰ পাছৰে পৰাই বৃদ্ধক কেন্দ্ৰ কৰি নাতি-নাতিনীসকলৰ মাজত নতুনকৈ উৎসাহ আৰম্ভ হয়।

পৰম আহ্লাদিত হৈ পৰে নাতি-নাতিনীকে ধৰি পৰিয়ালৰ সদস্যসকল। তেওঁলোকে ঠিক কৰে যে বৃদ্ধৰ অন্নপ্রাসন পতা হ’ব আৰু সেয়া হ’ব অতি আড়ম্বৰপূৰ্ণভাবে। যোৱা শুকুৰবাৰে অন্নপ্রাসনৰ অনুষ্ঠানক কেন্দ্ৰ কৰিয়ে সমগ্ৰ গাঁওখনতে উৎসৱমুখৰ পৰিৱেশ দেখা গ’ল।

অঞ্চলটোৰ লোকসৰলৰ উপৰি আমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছিল হলদিবাড়িৰ খণ্ড উন্নয়ন বিষয়া ৰেঞ্জি লামু ভূটীয়া আৰু বিএছএফৰ একাংশ বিষয়াই। সকলোৱে বৃদ্ধ বৰ্মনৰ দীর্ঘায়ু কামনা কৰে।

উল্লেখ্য যে শতায়ু গৰকিলেও বৃদ্ধ বৰ্মন এতিয়াও শাৰীৰিকভাৱে শক্তিসমর্থ। এতিয়াও নিজেই খোজকাঢ়ি ফুৰিব পাৰে। এটা সময়ত তেওঁৰ ঘৰ আছিল বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ জিলাৰ মুক্তিৰহাটৰ ভোগডাবুড়ি গাঁৱত। ১৯৭২ত তেওঁ ভাৰতলৈ গুচি আহে। তেতিয়াৰ পৰাই তেওঁ সেই অঞ্চলতে বাস কৰি আছে।

বৃদ্ধ বয়সত এনে অন্নপ্রাসন অনুষ্ঠানৰ বাবে তেওঁ কিছু লজ্জিতও অনুভৱ কৰিছে। তথাপি নাতি-নাতিনীৰ এনে মৰমত তেওঁ অনেক তৃপ্তও বুলি জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cooch beharhaldibari
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d