Horoscope:✒️মেঘঃ সৎ কর্মত সফলতা। যানবাহনৰ পৰা সাৱধান। ব্যৱসায়ত উন্নতি। শৰীৰ উন্নত। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
বৃষ: মাতৃৰ শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। ভ্রমণত শুভ, কর্মত মধ্যম। শুভ ৰং কমলা, শুভ সংখ্যা ১।
মিথুন: কর্মস্থানত সম্মান বৃদ্ধি; আপোনাৰ দুৰ্বলতাৰ আনে সুবিধা ল’ব পাৰে। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত সফল। শৰীৰ উন্নত। শুভৰং মেৰুণ, শুভ সংখ্যা ৭।
কর্কট: কৰ্মত সুস্থিৰতা বৃদ্ধি। গৃহত মাংগলিক কার্য সম্পন্ন হ’ব। বিদেশ ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
সিংহ: নতুন কর্মসংস্থাপনৰ যোগ। নিৰামিষ খাওক। মূল্যৱান সম্পদ লাভ। গৃহ নির্মাণত সফল হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ৩।
কন্যা: কৰ্মত সুস্থিৰ পৰিৱেশ। শিৱ মন্দিৰত পাৰিলে বেল গছ ৰোপণ কৰক। অৰ্থ লাভ। বিয়াৰ যোগ। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৬।
তুলা: আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেনদেন কৰোতে সাৱধান। ভ্রমণত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩।
বৃশ্চিক: কর্মত শুভ। জুইৰ পৰা সাৱধান। বস্ত্ৰ, অলংকাৰ লাভ। ভ্রমণত কষ্ট। অর্থ লাভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৯।
ধনু: কর্মত উন্নতি, বিবাহৰ সংযোগ। পেটৰ অসুখ, ৰক্তচাপ বৃদ্ধি। অর্থ লাভ; শুভ ৰং বগা, শুভ সংখ্যা ৫।
মকৰ খং কমাওক উন্নতি হ’ব। শিৱ মন্দিৰ দৰ্শন কৰক। কৰ্ম সংস্থাপনৰ যোগ। আর্থিক উন্নতি। শুভ ৰং ক্রীম, শুভ সংখ্যা ১।
কুম্ভ: নতুন যোগাযোগত সুফল। ভ্রমণ কৰোতে সাৱধান হওক. প্রেমত শুভ। অর্থ নাশ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মীন: কৰ্মত শুভ। নিৰামিষ খাওক। শিৱ লিংগত গাখীৰ দিয়ক সুফল পাব। শৰীৰ উন্নত। শুভ ৰং বগা, শুভ সংখ্যা ১।































