Horoscope :✒️মেঘ: এই ৰাশিৰ জাকত-জাতিকাৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। বিদ্যার্থীৰ বাবে দিনটো ভাল। শুভ ৰং বগা, শুভ সংখ্যা ২।
বৃষ: আপোনাৰ চাকৰি কাৰণে দিনটো শুভ। যানবাহনৰ পৰা সাৱধান। বিদ্যার্থীৰ কাৰণে দিনটো শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মিথুন: দিনটো শেষৰ ভাগত উন্নতিৰ সুযোগ আহিব পাৰে। ভ্ৰমণৰ যোগ। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। প্ৰেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।
কর্কট: আপোনাৰ চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। শাৰীৰিক বেয়া নহয়। বিদ্যার্থীসকলৰ বাবে ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
সিংহ: আজিৰ দিনটো কৰ্মত ব্যস্ততা দেখা যায়। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব। শুভ ৰং আকাশী, শুভসংখ্যা ৪।
কন্যা: আপোনাৰ সন্তানৰ বাবে চিন্তা থাকিব। পুৱা ঘৰৰ পৰা ওলোৱাৰ আগত বেলগছৰ গুৰিত পানী ঢালিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
তুলা: আজি দিনটো মানসিক অশান্তিত ভুগি থাকিব। শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। ব্যৱসায়ৰ ভাল। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২।
বৃশ্চিক: আজি হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। এজন দৰিদ্ৰ দুখীয়াক কিছু পৰিমাণে চাউল ৰঙা দাইল দান কৰিব। প্ৰেমত সমস্যা, পেটৰ অসুখ। শুভ ৰং গুলপীয়া, শুভসংখ্যা ৯।
ধনু: দিনটো সাৱধানে থাকিব। ব্যৱসায়ত সমস্যা আহিব পাৰে। কোনো মহিলাৰ কাৰণে বদনাম হ’ব পাৰে। বিদ্যাৰ্থীৰ বাবে শুভষ শুভ ৰং বগা, শুভ সংখ্যা ২।
মকৰ : আপোনাৰ দিনটো শুভ। প্রেমত ভাল। ব্যৱসায়ত সাৱধান। শাৰীৰিক বেয়া নহয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
কুম্ভ: আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন কাৰণত সমস্যা অহা সম্ভাৱনা। বিদ্যার্থীয়ে যত্ন কৰিলে ভবাতকৈও ভাল ফল পাব। শুভ ৰং ক’লা, শুভসংখ্যা ৮।
মীন: দিনটো ভালেই যাব। কামত ব্যস্ততাৰে পাৰ হ’ব। প্ৰেমত মধ্যম। দূৰ ভ্রমণ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।































