Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিজেপি চৰকাৰ থাকোতে ভিচিডিচিত দুর্নীতি কেনেদৰে হ’বলৈ পালে?

publisher by publisher
September 14, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপি চৰকাৰ থাকোতে ভিচিডিচিত দুর্নীতি কেনেদৰে হ’বলৈ পালে?
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Gaurav Gogoi:✒️অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ প্রতিশ্রুতি দিয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক উন্নয়নৰ দিশত সকলো ক্ষেত্রতে ব্যর্থ আখ্যা দিছে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কালি ফকিৰাগ্ৰামত বিটিচি নিৰ্বাচনৰ দলীয় প্রার্থী সমর্থনত ড০ হাছনা আৰা বেগমৰ সমর্থনত এখন জনাকীর্ণ সভাত ভাষণ দি গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্রী ড° শৰ্মা কেৱল মানুহৰ মাজত সংঘাত লগোৱাতহে সফল।

ADVERTISEMENT

তেওঁ কয়, ‘মুখ্যমন্ত্রীয়ে বিটিচিৰ ভিচিডিচিত দুর্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু ১০ বছৰ কেন্দ্ৰ-ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পাছতো বিটিআৰত কেনেদৰে দুর্নীতি হ’বলৈ পালে?’

শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমে তল ফালেহে স্থান পালে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দায়িত্ব মুখ্যমন্ত্রীয়ে ল’ব লাগিব। বিজেপিৰ মাজত কেৱল গৰু চোৰ, ভোট চোৰেই নাই, মাটি চোৰো আছে বুলি গগৈয়ে কটাক্ষ কৰে। তেওঁ কয়, ‘বাহুল গান্ধীয়ে বিজেপিত ভোট চোৰ আছে বুলি কৈ আহিছে। মই বিটিআৰলৈ আহি গম পালো যে বিজেপিৰ মাজত মাটি চোৰো আছে। গতিকে বিজেপিৰ মাজত গৰু চোৰ, ভোট চোৰেই নাই, মাটি চোৰো আছে।’

প্রদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে অভিযোগ উত্থাপন কৰে যে বিজেপিৰ স’তে বিপিএফ আৰু ইউপিপিএলৰ গোপন বুজাবুজি আছে। নিজৰ নিৰাপত্তা, ভবিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিলে কংগ্রেছক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

গগৈয়ে কয়, ‘আপোনালোকে যদি নিজৰ নিৰাপত্তা বিচাৰে, সুৰক্ষিত ভবিষ্যৎ বিচাৰে তেন্তে কংগ্রেছক সমর্থন জনাব। গোপন বুজাবুজি কৰা দলক সমর্থন কৰিব নে?’ এইবাৰৰ বিটিচি নির্বাচনত কংগ্রেছে তিনিগৰাকী মহিলাক প্রার্থিত্ব দিছে বুলিও তেওঁ কয়। এই সভাতে আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনৰো ৰণশিঙা বজায় গগৈয়ে। সাত মাহৰ পাছত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ জৰিয়তে ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও তেওঁ দাবী কৰে।

বিজেপিক সমালোচনা কৰি গগৈয়ে লগতে কয়, ‘বিজেপিয়ে বাঙালীসকলৰ ‘ডি’ ভোটাৰৰ সমস্যা সমাধান নকৰিলে। জনজাতিকৰণৰ দাবীত প্রতিবাদ কৰা কোচ ৰাজবংশীসকলৰ আৰক্ষী নিয়োগ কৰি প্ৰহাৰ কৰালে। দৰাচলতে বিজেপিৰ ভোটক লৈ চিন্তা নাই। বাঙালী, নেপালী জনগোষ্ঠী আদিয়ে ভোট নিদিলেও তেওঁলোকৰ চিন্তা নাই। কাৰণ তেওঁলোকে ভোট চুৰি কৰে।’ সভাখনত কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰ আদিয়েও অংশগ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPGaurav Gogoi
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d