Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

    Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

    Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Biswakarma Puja Celebration In Guwahati: ৰাজ্যজুৰি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ ব্যাপক আনন্দ উলাহ

মহানগৰীতো বিশ্বকৰ্মা পূজাৰ ব্যাপক উছাহ,দৈনিক অগ্ৰদূত' কাৰ্যালয়টো বিশ্বকৰ্মা পূজা উদযাপন

publisher by publisher
September 17, 2025
in Assam, News
Reading Time: 1 min read
0
Biswakarma Puja Celebration In Guwahati: ৰাজ্যজুৰি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ ব্যাপক আনন্দ উলাহ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

Biswakarma Puja Celebration In Guwahati:

আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পূজা৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ ব্যাপক আনন্দ উছাহ ৷ গুৱাহাটী মহানগৰীত মঙলবাৰে বিশ্বকৰ্মাৰ পূজাৰ প্ৰস্তুতিৰ মাজতে পুৱা দিয়া এজাক মুষলধাৰ বৰষুণে যথেষ্ট বিধি পথালি দিয়ে যদিও আজি পূজাৰ দিনটোত পুৱাতে ডাৱৰীয়া বতৰ আছিল যদিও দুপৰীয়া দিয়া ক্ষীণ ৰ’দচালিয়ে সকলোৰে মন পুলকিত কৰি তোলে ৷ মহানগৰীৰ বিভিন্ন কল – কাৰাখানা,গেৰেজ আদিৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ কাৰ্যালয়তো বিস্তৃত কাৰ্যসূচীৰে শিল্পৰ দেৱতাৰ আৰাধনা উৎসৱ বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় ৷

ADVERTISEMENT

ৰাজ্যৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ‘দৈনিক অগ্ৰদূত পাব্লিচাৰ্ছ লিমিটেড’ৰ মহানগৰীৰ গণেশগুৰি জটিয়াস্থ কাৰ্যালয়টো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজাভাগ ৷ পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণ আৰু হোম যজ্ঞৰে পূজাৰ কাম আৰম্ভ হয় ৷

আনহাতে উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকর্মা মন্দিৰ হিচাপে পৰিচিত মালিগাঁৱৰ ‘বিশ্বকৰ্মা মন্দিৰ’ত পুৱাৰে পৰা ভক্তৰ লানিনিচিঙা সোত ৷ ভক্তৰ অভাৱনীয় ভিৰে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ গুৱাহাটীৰ কামাখ্যা গে’টৰ ৰাজপথত যান-বাহনৰ দীঘলীয়া শাৰী। ‘বিশ্বকৰ্মা মন্দিৰ’ চৌহদত অর্ধশতাধিক পুৰোহিতৰ বৈদিক মন্ত্ৰোধ্বনি আৰু ঢাকৰ শব্দৰ মাজৰেৰে ইতিমধ্যে কৰিছে পূজা-অৰ্চনা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Biswakarma Puja CelebrationDainik Agradoot OfficeGuwahati
publisher

publisher

Related Posts

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম
Assam

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা
Assam

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

September 18, 2026
Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা
Assam

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

September 18, 2026
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

September 18, 2026
Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ
Assam

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d