Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zubeen Garg’s Kahilipara Residence: বুধবাৰে বোৱাৰী পুৱা মহানগৰীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰা ওলাই গৈছিল জুবিন

publisher by publisher
September 20, 2025
in Assam, News
Reading Time: 1 min read
0
Zubeen Garg’s Kahilipara Residence: বুধবাৰে বোৱাৰী পুৱা মহানগৰীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰা ওলাই গৈছিল জুবিন
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Zubeen Garg’s Kahilipara Residence:

শুকুৰবাৰে বিয়লি প্রায় তিনি বাজিছে। হঠাৎ খবৰ আহিল জুবিন গাৰ্গ আৰু নাই। এই অপ্রত্যাশিত খবৰ কোনেও বিশ্বাসেই কৰিব পৰা নাছিল। কল্পনা কৰিব পৰা নাছিল যে সোণেৰে সজোৱা পঁজা খহাই দুনাই সাজিব নোৱাৰাকৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন অনন্ত ধামলৈ গতি কৰিব। খবৰটো নিমিষতে বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিল সমগ্ৰ ৰাজ্য। চৌদিশে কেৱল দুচকুত চুকুলো আৰু মৌনতাৰ কোলাহল। ‘জুবিন দা’ নাই এয়া কোনো কাৰণতে বিশ্বাসতে ল’ব পৰা নাছিল তেওঁৰ হেজাৰ হেজাৰ অনুৰাগীয়ে। সকলোৱে ঢাপলি মেলিছিল কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ ফ্লেটলৈ, জোনালীৰ ষ্টুডিঅ’লৈ নাইবা খাৰঘুলিত নির্মীয়মাণ অৱস্থাত থকা জুবিনৰ সপোনৰ ঘৰখনলৈ।

ADVERTISEMENT

উল্লেখ্য যে বিগত কে’বাবছৰ ধৰি জুবিনে পত্নী গৰিমা গাৰ্গৰ স’তে কাহিলীপাৰাৰ ভগদত্তপুৰ পথত থকা ‘ছিনাৰ্জী ইম্পেৰিয়ল’ নামৰ আৱাসিক এপার্টমেণ্টটোৰ চতুৰ্থ মহলাত থকা ফেল্টত বাস কৰি আহিছে। সমান্তৰালভাৱে খাৰঘুলিত নির্মীয়মাণ অৱস্থাত আছে জুবিনৰ সপোনৰ ঘৰখন। শেহতীয়াকৈ এক অনুষ্ঠানত জুবিনে তেওঁৰ স্থায়ী ঠিকনা খাৰঘুলি হ’ব বুলিও ঘোষণা কৰিছিল; কিন্তু প্ৰকৃতিৰ স’তে থাকি ভালপোৱা জুবিনে খাৰঘুলিৰ সপোনৰ ঘৰখনত থকাটো চিৰদিনৰ বাবে সপোন হৈয়ে ৰ’ল।

ইফালে, জুবিনৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে লোকাৰণ্য হৈ পৰে কাহিলীপাৰাস্থিত বাসগৃহ। কাহিলীপাৰা-লালগণেশ সংযোগী পথৰ পৰা জুবিনৰ ফ্লেটলৈ যোৱা প্রায় পাঁচশ মিটাৰ দূৰত্বৰ সমগ্র পথছোৱা একপ্ৰকাৰ নিশা পর্যন্ত লোকাৰণ্য হৈ পৰে। ফেল্টৰ সন্মুখৰ পৰা কোনোজনে যদি ‘জুবিন দা’ ‘জুবিন দা’ বুলি ওপৰলৈ চাই চিঞৰ মাৰিছে, কোনোজনৰ চকুত চকুলো, প্রত্যেকৰে মুখত বিষাদৰ ছাঁ। এসময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে ভগদত্তপুৰ পথত যান-বাহন চলাচল বন্ধ কৰি দিবলগীয়া হ’ল।

উল্লেখ্য যে ছিংগাপুৰ অভিমুখে বুধবাৰে কাহিলীপুৱাতে এই ফেল্টৰ পৰা ওলাই গৈছিল জুবিন। পুৱা প্রায় পাঁচ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ছিংগাপুৰলৈ বুলি উৰা মাৰিছিল; কিন্তু লগত যোৱা নাছিল পত্নী গৰিমা শইকীয়া গার্গ। ফ্লেটত থকা পত্নী গৰিমাই প্রথমে জুবিনৰ মৃত্যুৰ খবৰ পোৱা নাছিল। অৱশ্যে জুবিনৰ অসুস্থাৰ বাতৰি লাভ কৰিয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। পত্নী গৰিমাই সন্ধিয়া পর্যন্ত কৈ আছিল যে জুবিনে উশাহ লৈ আছে আৰু সোঁ-শৰীৰে পুনৰ ঘূৰি আহিব; কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল জুবিনক। গৰিমাক সান্তনা দি ওলাই অহা বান্ধৱী মলালিছা শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘গৰিমাই কেৱল প্ৰাৰ্থনা কৰি আছে যে জুবিনে উশাটো লৈ থাকক, জুবিন ভালকৈ ঘূৰি আহিব। তাই এইদৰেই কৈ আছে। ময়ো বিশ্বাস কৰা নাই আৰু এনে ভাব আহি আছে যে খবৰটো মিছা হওক।’

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ সহজভাৱে ল’ব পৰা নাই তেওঁৰ হেজাৰ হেজাৰ অনুৰাগীয়ে। প্রিয় মানুহজনক এবাৰ চোৱাৰ হেঁপাহেৰে কাহিলীপাৰা ফ্লেটত শশ অনুৰাগীয়ে ভিৰ কৰেহি, য’ত জমেট’ বয়ৰ পৰা আৰম্ভ কৰি শাক-পাচলিৰ ব্যৱসায়ীলৈকে সকলোকে দেখা গ’ল। সমান্তৰালভাৱে এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্নজন জুবিনৰ ফ্লেটলৈ বুলি ৰাওনা হয় আৰু ফলত কাহিলীপাৰা-লাল গণেশ সংযোগী পথছোৱাত তীব্র যান-জঁটৰ সৃষ্টি হয়। আনহাতে, কাহিলীপাৰাৰ ফ্লেটৰ সমান্তৰালভাৱে জুবিনৰ জোনালীৰ ষ্টুডিঅ’ আৰু খাৰঘুলিৰ নিৰ্মীয়মাণ বাসগৃহৰ চৌহদটো শ শ অনুৰাগীয়ে ভিৰ কৰে।

চকুৰেও লোতক বাগৰি আহে আৰু এই দৃশ্য দেখি অনুৰাগীসকলক অধিক আৱেগিক কৰি তোলে। উল্লেখ্য যে জোনালীৰ ষ্টুডিঅ’ত আছে জুবিনৰ প্ৰিয় ইছিজু বাহনখন। প্রত্যেকৰে চিনাকি এএছ-০১ ইজে-৯৯৯৯ নম্বৰৰ ইছিজু বাহনখনৰ কাষলৈ বাৰে বাৰে অহা-যোৱা কৰি জুবিনৰ কুকুৰকেইটাই এসময়ত চোতালত শুই চকু পানী টোকা ভিডিঅ’-এ বহুজনৰ চকু সেমেকাই তুলিলে। আনহাতে, জুবিনৰ মৃত্যুক লৈ মহানগৰীৰ বিভিন্ন স্থানত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু প্রিয় মানুহজন হেৰাই যোৱা বুলি কোনেও বিশ্বাসত ল’ব পৰা নাই। ৰাজগড়ৰ ষ্টুডিঅ’ৰ সন্মুখত এজন অনুৰাগীয়ে বাগৰি বাগৰি কন্দা দৃশ্য, প্রত্যেকৰে আশা এই খবৰ মিছা হওক।

উল্লেখ্য যে জুবিনৰ মৃত্যুৰ খবৰৰ পাছতে আহিল এজাক বৰষুণ আৰু জুবিনৰ অনুৰাগীসকলে কয় যে আজি আকাশেও কান্দিছে। একেদৰে জোনালীৰ ষ্টুডিঅ’ত থকা জুবিনৰ মৰমৰ কুকুৰকেইটাৰ কাহিলীপাৰা ফ্লেটৰ চৌহদত এজন অনুৰাগীয়ে বুকু ঢকিয়াই ঢকিয়াই নিজকে শেষ কৰি দিয়াৰ ভাবুকি, জোনালীৰ ষ্টুডিঅ’ত এগৰাকী মহিলা অনুৰাগীয়ে হিয়া ঢাকুৰি কন্দা দৃশ্য আদিয়ে বহুজনৰ চকু সেমেকাই তুলিলে। যেন তেওঁৰ কণ্ঠৰে নিগৰা গীত ‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই’ৰ দৰেই সোণেৰে সজোৱা পঁজা খহাই কোনেও দুনাই সাজিব নোৱাৰাকৈ গুচি গ’ল জুবিন গাৰ্গ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahatikahilipara residenceZubeen Garg
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d