Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শ্যামকানুক গ্ৰেপ্তাৰৰ দাবীত উত্তাল সৰুসজাই, বাৰে বাৰে ভাষ্য সলনি

publisher by publisher
September 22, 2025
in Assam, News
Reading Time: 1 min read
0
Song king Zubeen Garg: মানুহৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিয়েই গ’লগৈ জুবিন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Zubeen Garg:✒️জুবিন গাৰ্গক ছিংগাপুৰলৈ আমন্ত্রণ জনাই নি অকাল মৃত্যুলৈ ঠেলি দিয়া বুলি অভিযুক্ত হৈ থকা বহু বিতর্কিত নর্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল হৈ আছে ৰাজ্য।

ADVERTISEMENT

তাৰ মাজতে মহন্তই বাৰে বাৰে ভাষ্য সলনি কৰা কার্যই ঘটনাটোক অধিক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে। গতিকে ক্ষুব্ধ জনতাই দেওবাৰে সৰুসজাই ক্রীড়া প্রকল্পস্থলীত ‘শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক’ ধ্বনি দি চৌপাশ কঁপাই তোলে।

উল্লেখ্য যে শনিবাৰে নিশাৰে পৰা জুবিনৰ লাখ লাখ অনুৰাগী সৰুসজাইত উপস্থিত হয় আৰু শিল্পীগৰাকীৰ নশ্বৰদেহ আহি নোপোৱা পর্যন্ত তেওঁলোকে বিতর্কিত শ্যামকানু মহন্ত বিৰোধী শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি ৰাখে। লগতে তেওঁলোকে এই সমগ্ৰ ঘটনাৰ তদন্ত কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা নাইবা ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে। সমান্তৰালভাৱে সামাজিক মাধ্যমতো ইয়াৰ ব্যাপক চর্চা অব্যাহত আছে।

এই চৰ্চাৰ মাজতে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া ভায়লেট বৰুৱাই সামাজিক মাধ্যমত দিয়া এটা প’ষ্টে ব্যাপক চর্চা লাভ কৰিছে। প’ষ্টটোত বৰুৱাই লিখিছে-‘আজিৰ এই পৰিস্থিতিত আটাইতকৈ সুৰক্ষিতভাবে বাচি থকাৰ একমাত্র উপায় হৈছে ‘পুলিচ এৰেষ্ট’।

ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে; কিন্তু ভাৰতীয় ন্যায় সংহিতাৰ ২৩৮ নম্বৰৰ ধাৰাটো (তথ্য-প্রমাণ নষ্ট কৰা আৰু মিছা তথ্য দিয়া) চিআইডিয়ে পঞ্জীয়ন কৰা গোচৰটোত সন্নিবিষ্ট কৰিব লাগিছিল। অৱশ্যে এতিয়াও সময় আছে। বিষয়টো হ’ল নৱপ্ৰজন্মৰ হার্টথ্র’ব জুবিন। লগতে আমাৰবোৰৰো হিয়াৰ এফাল, ঘৰৰ দুষ্টালি কৰি থকা নিষ্পাপ শিশুটিৰ দৰে।’

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ দৰে জুবিনৰ লাখ লাখ অনুৰাগীৰ মনতো একেই প্রশ্ন উদ্রেক হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদো অনুৰূপ দাবী উত্থাপন কৰি সৰৱ হৈ আছে। আৰক্ষীৰ গ্ৰেপ্তাৰৰ নামত মহন্ত হাৰি যাব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। আনহাতে, আজিও অসমত উপস্থিত হ’বলৈ সাহস গোটাব পৰা নাই শ্যামকানু মহন্তই। কোনো কোনোবে তেওঁ পলাই থকা বুলিও সন্দেহ প্রকাশ কৰিছে।

উল্লেখ্য যে শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰা নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জুবিন যোৱা ১৭ ছেপ্টেম্বৰৰ পুৱা গুৱাহাটীৰ পৰা দিল্লীলৈ আৰু দিল্লীৰ পৰা ছিংগাপুৰত উপস্থিত হৈছিল। ইয়াৰ পাছতে ১৯ ছেপ্টেম্বৰত সাগৰত ৰহস্যজনক মৃত্যুক সাবটি লয় জুবিনে। জুবিনৰ আকস্মিক মৃত্যুক সহজভাবে ল’ব পৰা নাই তেওঁৰ কোটি কোটি অনুৰাগীয়ে।

অসুস্থ জুবিনক ছিংগাপুৰলৈ নি আয়োজকে পর্যাপ্ত ব্যৱস্থা গ্রহণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অনুৰাগীসকলে অভিযোগ কৰিছে। লগতে শ্যামকানু মহন্তই জুবিনক হত্যা কৰা বুলি অভিযোগ তুলিও বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু চৰকাৰৰ লগতে অসম আৰক্ষীৰ কে’বাজনো শীর্ষ আৰক্ষী বিষয়াৰ স’তে সু-সম্পর্ক থকা শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিয়াৰো চেষ্টা কৰা হৈছে বুলি চর্চা চলিছে আৰু ফলত এই সমগ্র ঘটনা কেন্দ্রীয় তদন্তকাৰী সংস্থা নাইবা ন্যায়ধীশৰ তত্ত্বাৱধানত কৰাৰ দাবী জনাইছে জুবিনৰ অনুৰাগীসকলে।

শ্যামকানুৰ বিৰুদ্ধে গৰজি উঠিল নগাঁৱৰ নাগৰিক সমাজ:ৰঙিয়াত থানা ঘেৰাও ৰাইজৰ

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা অস্বাভাৱিক মৃত্যুৰ বাবে ‘নর্থ-ইষ্ট ফেষ্টিভেল’ৰ অন্যতম উদ্যোক্তা শ্যামকানু মহন্তক জগৰীয়া কৰি তেওঁৰ বিৰুদ্ধে গৰজি উঠিছে নগাঁও নাগৰিক সভাই। নগাঁও নাগৰিক সভাই শ্যামকানু মহন্তৰ বিৰুদ্ধে প্রায় ১৫শ লোকৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰে। ইপিনে, নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাৰ আহ্বানক্রমে শনিবাৰে বিয়লি দুই বজাৰ পৰা গোটখোৱা প্ৰায় হেজাৰৰো অধিক নগাঁৱৰ ৰাইজে গীত-মাত আৰু বক্তব্যৰে গণশিল্পীগৰাকী শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে শ্যামকানু মহন্তক কেতিয়াও অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে। নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা, সহকাৰী সম্পাদক ৰূপম বৰা, কর্মকর্তা ইমদাদুল হুছেইন, সূৰ্য বৰা, আফ্রিন আহমেদ, কবিৰ আহমেদ, বিকাশ বৰা, ভাৰ্গৱ বৰা, নগাঁৱৰ সুকবি অশোকৰাম ভট্টাচার্য ইত্যাদিয়ে অংশগ্রহণ কৰা কাৰ্যসূচীত সম্পাদক বিৰিঞ্চি বৰাই শ্যামকানু মহন্তৰ ব্যক্তিগত স্বাৰ্থৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰি চৰম অৱহেলাৰে হার্টথ্র’ব জুবিনক মৃত্যুমুখলৈ ঠেলি দিয়া বুলি কয়। নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই লগতে কয়, ‘শ্যামকানু মহন্ত এতিয়া ক’ত, কিয় পলাই ফুৰিছে। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লাগে আমাক, মৰণোত্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক, কোনেও যাতে কাকো বচোৱাৰ যত্ন নকৰে, কোনেও যাতে এই ধূর্ত শ্যামকানুৰ হৈ ওকালতি নকৰে আৰু মুখ্যমন্ত্রীজনকো কৈছো আপোনাৰ পুৰণি কুটুম সুবিধাবাদী মহন্ত পৰিয়ালৰ হৈ যাতে আপুনি চাফাই দিবলৈ যত্ন নকৰে, ধৈৰ্যৰো এটা সীমা আছে, ধৈৰ্যৰ বান্ধ ছিঙি যাবলৈ নিদিব। অসম আৰু অসমীয়াই যি হেৰুৱাইছে সেয়া আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। নর্থ-ইষ্ট ফেষ্টিভেললৈ কে’বাটাও সংবাদ গোষ্ঠীৰ মালিক, সাংবাদিক গৈছিল। আপোনালোক কিয় মৌন, মুখ খোলক, আমি মুখ খোলাবলগীয়া হ’লে, নাম ল’বলগীয়া হ’লে বেয়া হ’ব, তাৰ আগতেই সঁচা কথাবোৰ জনাওক আমাক। উল্লেখ্য যে নগাঁও টাউনৰ ক্লথ টাৱাৰৰ সন্মুখত প্রায় পাঁচ ঘণ্টা ধৰি অৱস্থান কৰাৰ পাছত সহস্র প্রতিবাদী জনতাই সন্ধিয়া নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ দাসৰ ওচৰত শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d