Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সৰুসজাইত অগণিত অনুৰাগীৰ – মাজত হিয়াৰ আমঠু চিৰনিদ্ৰাত জুবিন

publisher by publisher
September 22, 2025
in Assam, News
Reading Time: 1 min read
0
সৰুসজাইত অগণিত অনুৰাগীৰ – মাজত হিয়াৰ আমঠু চিৰনিদ্ৰাত জুবিন
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️কোনো মঞ্চ বা অনুষ্ঠানত নহয়, অগণিত অনুৰাগীক কাষত লৈ সৰুসজাইৰ ক্রীড়া প্ৰকল্পৰ বাকৰিত চিৰনিদ্ৰাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। চৌপাশে কেৱল জুবিনৰ জয়ধ্বনি, তেওঁৰ কণ্ঠস্বৰৰে নিগৰিত এটাৰ পাছত আনটো হৃদয়স্পর্শী গীতৰ কোলাহল; কিন্তু এই জনসমুদ্রক উদ্দেশি কিবা এটা ক’বলৈ জুবিন আজি নাই।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ১৯ ছেপ্টেম্বৰত জুবিনৰ আকস্মিক মৃত্যুৰ পাছতে আজি পুৱা জুবিনৰ নশ্বৰদেহ তেওঁৰ মৰমৰ মাতৃভূমিত উপস্থিত হয়। লক্ষ লক্ষ অনুৰাগীয়ে বৰঝাৰ বিমানকোঠৰ পৰা জুবিনৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনা বাহনখনক বিশাল সমদলৰে কাহিলিপাৰাস্থিত বাসভৱনলৈ অনা হয়। ইয়াৰ পাছতে জুবিনৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনৰে সৰুসজাই ক্রীড়া প্ৰকল্পৰ চৌহদলৈ লৈ অনা হয়। দিনৰ প্রায় ২-৪৫ বজাত জুবিনৰ নশ্বৰদেহ সৰুসজাইত উপস্থিত হোৱাৰ সময়ছোৱাত সমগ্র চৌপাশ ‘জুবিন দা অমৰ হওক’ ধ্বনিবে মুখৰিত হৈ পৰাৰ লগতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। এই সময়ছোৱাত যুৱক-যুৱতীকে ধৰি বন্ধকেইজন মূর্ছা যোৱাৰ দৃশ্যও প্রত্যক্ষ হয়।

উল্লেখ্য যে জুবিনক শেষবাৰৰ বাবে যাতে প্রত্যেকজন অনুৰাগীয়ে প্রত্যক্ষ কৰিব পাৰে, ইয়াৰ বাবে চৰকাৰে জুবিনৰ নশ্বৰদেহ সৰুসজাই স্টেডিয়ামত ৰখাৰ ব্যবস্থা কৰিছে আৰু কাইলৈ অর্থাৎ সোমবাৰৰ দিনটোতো জুবিনৰ নশ্বৰদেহ সৰুসজাইত থাকিব বুলি মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে। আজি কাহিলিপাৰাৰ বাসগৃহৰ পৰা নশ্বৰদেহ সৰুসজাইলৈ লৈ যোৱাৰ পাছত জুবিনৰ পত্নী গৰিমা শইকীয়া গার্গে শেষবাৰলৈ স্বামী জুবিনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে।

ইয়াৰ প্ৰাক্ষণত জুবিনৰ পত্নী গৰিমাই কান্দি কান্দি লক্ষ লক্ষ জুবিন অনুৰাগীক সম্বোধন কৰি কয়, ‘আপোনালোক সকলোলৈকে মই আন্তবিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। কালি জুবিন থকাহেঁতেন এনেদৰে ইমান মৰম আৰু আর্শীবাদ, ইমান আদৰ দেখি আপোনালোকক কৃতজ্ঞতা জনালেহেঁতেন; কিন্তু তেওঁ শব্দৰে এতিয়া একো প্রকাশ কৰিব নোৱাৰে। গতিকে তেওঁৰ হৈ ময়ে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ লগতে গৰিমাই কয়, ‘অসমৰ বিভিন্ন প্রান্তৰ পৰা আপোনালোক আহি ইয়াত একগোট হৈছেহি, জুবিনৰ শেষ যাত্ৰাত পুনৰবাৰ মৰম আৰু শেষ শ্রদ্ধাঞ্জলি জনাবলৈ। তেওঁ থকাৰ সময়তো আপোনালোকে যিমান প্রাপ্য তাতকৈ বহু অধিক দিছে। সেই কাৰণে এশ বছবত এজন মানুহে কৰিব নোৱৰা কাম জুবিনে ৩০ বছৰত কৰিব পাৰিছে, ইমান সফল হৈছে।

এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব, আপোনালোকে তেওঁক জীয়াই ৰাখিব, সেইখিনি বিশ্বাস মোৰ আছে।’ জুবিনৰ অনুৰাগীসকলক উদ্দেশি পুনৰ গৰিমাই কয়, ‘জুবিনে সদায়ে সকলো একেলগ হৈ থকাটো বিচাৰে। সদায় শান্তি-সুস্থিৰ আৰু শৃংখলাবদ্ধভাবে তেওঁ সংস্কৃতিৰ বাট মুকলি কৰিছিল। আজি দেখিছো ইমান জাতি-জনগোষ্ঠীৰ, ভাষা-ভাষীৰ লোক ইয়ালৈ আহিছে। যিসমূহ সাম্প্রদায়িকতাৰ কথা চলি আছে, ইয়াৰ পাছতো আপোনালোকে এইসমূহ নস্যাৎ কৰি তেওঁক যি মৰম-আশীর্বাদ জনাইছে, অসমত হয়তো এনে পৰিৱেশ আৰু দেখিবলৈ নাপাম জুবিনে অসমক ভাল পায়, আপোনালোকক ভাল পায় বুলি গৰিমাই মন্তব্য কৰি কয়, ‘জুবিনৰ অন্তৰ সদায় আমাৰ লগত থাকিব। আমাৰ মাজত জুবিন সদায় জীয়াই থাকিব। মই সকলোকে শান্তিপূর্ণ আৰু শৃংখলাবদ্ধভাৱে জুবিনক শেষ শ্রদ্ধাঞ্জলি জনাবলৈ আহ্বান জনাইছো।’ অসম চৰকাৰ, প্ৰশাসন, আৰক্ষী আৰু লক্ষ লক্ষ জনতাক গৰিমাই কৃতজ্ঞতা জ্ঞাপন কৰি এনেদৰে সদায় জুবিনক জীয়াই ৰাখিবলৈ প্রত্যেককে আহ্বান জনায়

শেষবাৰৰ বাবে কফিনৰ ভিতৰত প্রিয় শিল্পীগৰাকীক দেখি অচেতন-ব্যাকুল হৈ পৰিল বহুজন

উল্লেখ্য যে দুপৰীয়া ২-৫০ মিনিটত সৰুসজাই ক্রীড়া প্রকল্পত সাজি বখা অস্থায়ী শ্রদ্ধাঞ্জলি গৃহত প্রবেশ কৰে জুবিনৰ নম্বৰদেহ। প্রিয় শিল্পীজনক শেষবাৰৰ বাবে চাবলৈ পুৱতি নিশাৰে পৰা সংশ্লিষ্ট স্থানত অপেক্ষা কৰি উদ্‌গ্রর হৈ থকা লক্ষ লক্ষ অনুৰাগীয়ে কফিনৰ ভিতৰত চিৰনিদ্রাবত জুবিনক দেখি আবেগিক হৈ পৰে। বহুজনে প্রিয় শিল্পীজনক চিঞৰি চিঞৰি ব্যাকুল হৈ পৰাৰ লগতে কে’বাগৰাকী যুৱক-যুৱতী ঠাইতে ঢলি পৰে।

নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ততাতৈয়াকৈ কাষতে স্থাপন কৰা অস্থায়ী চিকিৎসালয়ত ভর্তি কৰোৱায়। লগে লগে চৌদিশে প্রতিধ্বনিত হয় ‘জয় জুবিনদা’, ‘জুবিন দা অমৰ হওক’। ইয়াৰ পাছতে লক্ষ লক্ষ অনুৰাগীয়ে জুবিনৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিট সময় মৌন প্রার্থনা কৰে।

ইয়াৰ পাছতে জুবিনৰ পৰিয়ালৰ সদস্যসকলে, মন্ত্রী ক্রমে অজন্তা নেওগ, কেশর মহন্ত, বিমল বড়া, ডাঃ বণোজ পেণ্ড, অতুল বৰা, বিষায়ক ভৱেশ কলিতাৰ লগতে লক্ষ লক্ষ অনুবাগীয়ে জুবিনক পুষ্পাঞ্জলি আৰু গামোচাবে শেষ শ্রদ্ধা জ্ঞাপন কৰে। তদুপৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কণ্ঠশিল্পী মর্মিতা মিত্র আদিয়ে জুবিনক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে বৰষুণ, গাজনি অতি প্রিয় আছিল জুবিনৰ। বহু সংখ্যক গীতত তেওঁ বৰষুণ, মেঘৰ গাজনি আদিক ঠাই দিছিল। কালি জুবিনৰ নশ্বৰদেহ সৰুসজাইত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে হৈছিল প্রবল বৃষ্টিপাত, বিজুলী-গাজনি। ইয়াৰ পাছতে লক্ষ লক্ষ অনুৰাগীৰ কণ্ঠস্বৰৰে নিগৰিত হৈছিল জুবিনৰ গীত ‘এজাক বৰষুণে মোক ধুই থৈ গ’ল, এজাক সুবাসে মোক চুই থৈ গ’ল..।’ বহুজনেই কৈছিল আজি আকাশেও জুবিনদাক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে।

শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি অনুৰাগীয়ে জনালে শেষ শ্রদ্ধা

ইফালে, জুবিনৰ আকস্মিক মৃত্যুত শোকস্তব্ধ বাজ্যবাসীয়ে জুবিনবিহীন দুটা নিশা উজাগৰে কটালে। প্রিয় কণ্ঠশিল্পীজনক শেষবাৰৰ বাবে চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কালিয়েই গুৱাহাটীত উপস্থিত হৈছিল জুবিনৰ লক্ষ লক্ষ অনুৰাগী। অনাহাৰে-অনিদ্রাৰে থাকি পুৱা বিমানকোঠৰ পৰা জুবিনৰ নশ্বৰদেহক আদৰি আনিলে অগণিত অনুৰাগীয়ে। বৰঝাৰৰ পৰা খানাপাৰালৈ, গণেশগুৰিৰ পৰা লালগণেশলৈ, লতাশিল আদিত কেৱল মানুহ আৰু মানুহ। প্রত্যেকৰে মাথোঁ এটাই সপোন, শেষবাৰৰ বাবে জুবিনদাক এবাৰ চোৱা।

উল্লেখ্য যে সৰুসজাই স্টেডিয়ামত জুবিনৰ নশ্বৰদেহ ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব বুলি কালি ঘোষণা হোৱাৰ পাছতে শনিবাৰৰ নিশাৰে পৰা অগণন অনুৰাগীৰ লানি নিছিগা শাৰী কালি নিশা পর্যন্ত অব্যাহত আছে। কোনেও যদি হাতত জুবিনদাৰ ফটো লৈ আহিছে, আন কোনোরে গামোচাত জুবিনৰ হৃদয়স্পর্শী গীত লিখি আনিছে। আন কোনোবাই গামোচাত তেজেৰে লিখি লৈছে ‘জুবিনদা জিন্দাবাদ’, ‘জুবিনদা অমৰ হওক’। বাটে-পথে কেরল জুবিনৰ ধ্বনি। ডিব্ৰুগড়ৰ ৰাজগড়ৰ পৰা অহা নৱজ্যোতি বকলীয়াল নামৰ যুৱকজনে এখন গামোচাত লিখি আনিছে- ‘আকাশ ৰাঙলী কৰি আবেলিৰ পশ্চিমত মাৰ গ’লা, তুমি অমৰ জুবিন’ যুৱকজনে কয়, ‘জুবিনদাক মই শেষবাৰলৈ চাবলৈ আহিছো। তেওঁক লৈ মই এটা কবিতাও লিখিছো; কিন্তু কবিতাটো শেষ কৰিব পৰা নাই। আজি জুবিনদা নাই; কিন্তু তেওঁ আমাৰ হৃদয়ত থাকিব।’ যোৰহাটৰ পৰা অহা শোভন বৰা নামৰ যুৱকজনে কয়, ‘এইবাৰ ১৮ নৱেম্বৰত জন্মদিনৰ কেক কাটিবলৈ জুবিনদা আৰু নাহে। সপোনতো ভবা নাছিলো জুবিনদা ইমান সোনকালে গুচি যাব; কিন্তু জুবিনদা অমৰ হৈ থাকিব।’ একেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জুবিনৰ ফটো লৈ বহি থকা পাঠশালাৰ খনিন কলিতা নামৰ যুৱকজনে জুবিনৰ মৃত্যুৰ উচিত তদন্ত হ’ব লাগিব বুলি মন্তব্য কৰি কয় যে প্রবল বৰষুণক নেওচি লক্ষ লক্ষ লোকৰ আজি যি সমাগম, ইয়ে প্রমাণ কৰিছে যে জুবিনদাৰ জনপ্রিয়তা কিমান। অসমে আজি এক আপুৰুগীয়া সম্পদ হেকবালে যদিও তেওঁ সদায়ে আমাৰ মাজত জীয়াই থাকিব বুলি কয়। ইফালে, জুবিনক ‘ভগবান’ বুলি আখ্যা দি অহা কন্ঠশিল্পী মর্মিতা মিত্রই জুবিনক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ‘দাদা, তুমি এনেদৰে আমাক এৰি যাব নোৱৰা, উঠা’ বুলি চিঞৰি চিঞৰি কৰা মন্তব্যই সকলোকে অধিক আৱেগিক কৰি তুলিলে। উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা হেজাৰ হেজাৰ অনুৰাগীৰ এটাই মত যে তেওঁলোকে জুবিন গাৰ্গক অন্তৰৰ পৰা কেতিয়াও বিদায় দিব নোৱাৰে। আজি শেষবাৰৰ বাবে তেওঁক চাবলৈ আহিছে। লগতে অনুৰাগীসকলে এই সমগ্র ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

বহু সময় ধৰি বন্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ: জালুকবাৰীৰ পৰা বশিষ্ঠলৈ বাহনৰ লানি নিছিগা শাৰী

আনহাতে, আজি পুৱাৰে পৰা একপ্রকার স্তত্ত হৈ পৰে ২৭ নম্বব বাস্ত্রীয় ঘাইপথ। জুবিনৰ নম্বৰদেহ আগবঢ়াই অনা বিশাল সমদল যদিও কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হয়, সমান্তৰালভাৱে সৰুসজাই স্টেডিয়াম অভিমুখী লক্ষ লক্ষ অনুৰাগীৰ ফলত যাতায়াত স্তব্ধ হৈ পৰে সমগ্র পথছোবা। শেষত আৰক্ষী-প্রশাসনে বাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰী-বশিষ্ঠ সংযোগী পথছোৱা সম্পূর্ণরূপে বন্ধ কৰি দিয়ে আৰু সমগ্র পথছোৱা একপ্রকাৰ পার্কিং স্থানলৈ পর্যবসিত হয়। আনহাতে, বশিষ্ঠ-জালুকবাৰী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথছোবাবে দুয়ো দিশৰ পৰা বাহন চলাচলৰ বাবে খুলি দিয়াৰ পাছতে তীব্র যান-জটৰ সৃষ্টি হয় আৰু দীর্ঘ সময় ধৰি পথছোৱা বন্ধ হৈ থাকে। বাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জালুকবাৰী-বশিষ্ঠ সংযোগী ছার্ভিচ পথছোৱা সকসজাই ষ্টেডিয়ামৰ সমীপৰ পৰা দুই কিলোমিটাৰ দূৰত্বত যান-বাহন চলাচল বন্ধ কৰি দিয়া হয়। উল্লেখ্য যে নিশা পর্যন্ত দুয়ো দিশৰ পৰা অগণন লোক সকসজাই অভিমুখে অহা-যোৱা অব্যাহত আছে। ফলত জালুকবাৰীৰ পৰা বশিষ্ঠলৈ বাষ্ট্ৰীয় ঘাইপথছোৱা ৰখাই থোৱা বাহনৰে ভৰি পৰিছে। সমান্তৰালভাবে বহু লোকে পাঁচ-ছয় কিলোমিটাৰ দূৰত্বতে বাহন বখাই গোজকাঢ়ি সকসজাইলৈ আহিছে।

বিয়লি পর্যন্ত ডেৰ শতাধিক অসুস্থ: আইচিইউত চিকিৎসাধীন বহুকেইজন: অনুৰাগীৰ ভৰিত সোমাল লোৰ ৰড: অচেতন হৈ পৰা এজনক জিএমচিএইছত ভর্তি

ইফালে, সৰুসজাইত আজি ডেৰ শতাধিকৰো অধিক লোক অসুস্থ হৈ পৰে। অৱশ্যে জনতাৰ সমাগমৰ প্ৰতি লক্ষ্য বাখি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ে সংশ্লিষ্ট স্থানত এখন চিকিৎসালয় স্থাপন কৰিছিল। হঠাৎ অসুস্থ হৈ পৰা লোকসকলক ইয়াতে চিকিৎসা প্রদান কৰা হৈছে যদিও এজনৰ স্বাস্থ্য অধিক অৱনমিত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে। যুৱকজন শুৱালকুছিব লক্ষ্মণ বৈশ্য (২৫) বুলি চিকিৎসকে সদৰী কৰিছে। একেদৰে জিলা যুটীয়া সঞ্চালক এ কে শর্মাই সদৰী কৰা অনুসৰি, বিয়লি তিনি বজা পর্যন্ত সকসজাইত স্থাপন কৰা চিকিৎসালয়ত ১১৩ জন লোকৰ চিকিৎসা প্রদান কৰা হৈছে। ইয়াৰে ১৩ জনক আইচিইউত চিকিৎসা প্রদান কৰা হৈছিল। অৱশ্যে সকলো পববর্তী সময়ত সুস্থ হৈ উঠে আৰু ইয়াৰ এজনক উন্নত চিকিৎসাৰ বাবে জিএমডিএইছলৈ প্রেৰণ কৰা হৈছে। তদুপৰি এজনৰ ভবিত লোৰ ৰড সোমোৱাত তেওঁ চিকিৎসাধীন অবস্থাত আছে। অনাহাব, অনিদ্রাবে থকাৰ লগতে গৰমৰ বাবে লোকসকলৰ স্বাস্থ্য বেয়া হৈছিল বুলি তেওঁ মন্তব্য কৰি সৰুসজাইত প্রায় তিনিশ চিকিৎসক-চিকিৎসা কর্মীয়ে সেরা আগবঢ়াই আছে বুলি কয়া।

মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মই মুক্ত বিভিন্ন বাজহুৱা অনুষ্ঠানত জুবিনে বহুবাৰ কৈ আহিছিল যে ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মই মুক্ত।’ লগতে জুবিনে সৰু-বৰ বাছ-বিচাৰ নকৰি সকলোকে সমান চকুৰে চাইছিল। আজি জাতি-ধর্ম-ভাষা নির্বিশেষ জনসমুদ্রত পৰিণত হোৱা বাজহুরা শ্রদ্ধাঞ্জলি অনুষ্ঠানে তাকেই প্রমাণ কৰিলে। কণমানি ল’ৰাটোৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে আজি হিয়াৰ আমঠুজনক শেষবাৰলৈ ওচৰৰ পৰা প্রত্যক্ষ কৰি উচুপি উঠিল।

আৰক্ষীৰ প্ৰহাৰক লৈ উত্তপ্ত: ভাঙি পেলালে ভিআইপিৰ দৰ্শনৰ বেৰিকেড

ইফালে, জুবিনৰ নম্বৰদেহস্থলীলৈ যাবলৈ অনুৰাগীসকলক এক নম্বৰ গেটেবে প্রবেশ কৰিবলৈ দিয়া হৈছিল। কিছুদূৰ আগুৱাই গৈ উক্ত পথছোবা বেবিকেড দি তিনিটা পথলৈ বিভক্ত কৰা হৈছিল আৰু তিনিওটা পথৰে গৈ অনুৰাগীসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। সমান্তৰালভাবে ভিআইপি দর্শনব বাবেও পৃথকে পথৰ ব্যৱস্থা কৰা হৈছিল আৰু তেওঁলোকে ভিতৰত গৈ শ্রদ্ধাঞ্জলি জনাব পাৰিছিল। এটা সময়ত সেই পথছোৱাত খোজ পেলাবলৈ ঠাঁই নোহোৱাত বেৰিকেডসমূহ ঠায়ে ঠায়ে অনুৰাগীসকলে একৱাই পেলায়। আনকি ভিভিআইৰ বাবে বেবিকেড দি স্থাপন কৰা বিশেষ পথো উত্তেজিত অনুৰাগীসকলে ভাঙি পেলায়। এই সময়ছোৱাত দুই-এজনক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ পৰিৱেশ উত্তাল হৈ পৰে যদিও পাছত নিয়ন্ত্রণলৈ আহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d