Cm Himanta Viswa sarma:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত আকস্মিক মৃত্যুৰ স’তে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰস্থিতি I
মঙলবাৰে হাৰ্টথ্ৰৱ গৰাকীৰ অন্তোষ্টিক্ৰিয়াৰ পিছতে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গৰাকীয়ে সামাজিক মাধ্যমযোগে শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান নিষিদ্ধ কৰাৰ বিষয়ে সদৰি কৰে ৷ এতিয়াৰ পৰা অসমত শ্যামকানু মহন্তই কোনো অনুষ্ঠান অনুস্থিত কৰিব নোৱাৰিব ৷ একেদৰে মহন্তৰ বেচৰকাৰী অনুষ্ঠানক ৰাজ্য চৰকাৰে নিদিয়ে কোনো ধন ৷ADVERTISEMENT






























