Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনক লুটিপুতি খোৱা পৰজীৱীসকলৰ শেষ ৰক্ষাত কোনোবা নামিছে নেকি?

publisher by publisher
September 25, 2025
in Assam, News
Reading Time: 1 min read
0
Zubeen Garg’s Kahilipara Residence: বুধবাৰে বোৱাৰী পুৱা মহানগৰীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰা ওলাই গৈছিল জুবিন
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️ ন্যায় প্রদানত বিলম্ব মানেই ন্যায় লাভৰ পৰা বঞ্চিত হোৱা। এয়াই হ’ব নেকি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰো পৰিণতি। অসম তথা দেশৰ জনপ্রিয় শিল্পী অসমীয়াৰ কলিজাৰ টুকুৰা জুবিনৰ মৃত্যুৰ ঘটনাৰ খৰতকীয়া তদন্ত আৰু ইয়াৰ উচিত ন্যায় প্রদানত বিলম্ব কৰিলে দোষী যে সাৰি যাব বুলি ইতিমধ্যে বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি হৈছে।

ADVERTISEMENT

সম্প্রতি এই ঘটনাৰ অন্যতম সন্দেহজনক ব্যক্তিৰূপে চর্চিত শ্যামকানু মহন্তৰ নর্থ-ইষ্ট ফেস্টিভেলত অংশগ্রহণৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিনৰ মৃত্যু স্বাভাবিক ঘটনা নহয় বুলি দিনক দিনে সন্দেহ গাঢ় হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বুধবাৰে সামাজিক মাধ্যমত কৰা ঘোষণা অনুসৰি শ্যামকানু আৰু তেওঁৰ স’তে সম্পর্কিত কোনো সংস্থাকো ৰাজ্যৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা কৰা হৈছে।

একেদৰে ৰাজ্য চৰকাৰেও কোনো পৃষ্ঠপোষকতা আগনবঢ়ায়। জুবিনৰ দৰে বটবৃক্ষক আশ্ৰয় কৰি লৈ লুটিপুতি খোৱা পৰজীবীসকলৰ ভিতৰত অন্যতমৰূপে ৰাইজে চিনাক্ত কৰিছে শ্যামকানু, জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাকে ধৰি কে’বাজনকো। চৰকাৰে ৰহস্যজনক ঘটনাটোৰ তদন্তৰ বাবে এছআইটি গঠন কৰি দিলেও চিবিআইৰ তদন্ত বিচাৰিছে একাংশই।

নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু জুবিনৰ শোকাবহ মৃত্যুৰ বাবে আইনগতভাবে দায়ী হয় নে নহয় সেয়া তদন্তই খোলোচা কৰিব যদিও নৈতিক দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে শ্যামকানু। কিয়নো এই কথা স্পষ্ট হৈছে যে ফেষ্টিভেলৰ আয়োজক, জুবিনৰ মেনেজাৰ আৰু ছিংগাপুৰৰ একাংশ প্রৱাসী অসমীয়াই জুবিনক এখন য়টত উঠাই ব্যক্তিগত ভ্রমণ কার্যসূচীত লৈ গৈছিল আৰু পানীত নমাটো জুবিনৰ বাবে অতি বিপদজ্জনক বুলি চিকিৎসকে সাৱধান কৰি দিয়াৰ পাছতো তেওঁক দীঘলীয়া সময় পানীত থাকিবলৈ সুবিধাহে দিয়া হৈছিল। সেই সময়ত কিয় মেনেজাৰ সিদ্ধার্থই বাধা নিদিলে এই প্রশ্ন অতি ৰহস্যজনক হৈছে।

বাধা দিয়াৰ পৰিৱৰ্তে এই সমস্ত ঘটনাৰ আন এক সন্দেহজনক চৰিত্ৰ জুবিনৰ সুদীর্ঘকালৰ বাদ্যযন্ত্রী শেখৰ গোস্বামীয়েও পানীত নমা জুবিনক এবি ওচৰতে থকা আন এটা দ্বীপলৈ যাব বিচৰাতো সম্প্ৰতি এটা প্ৰচাৰিত ভিডিঅ’ত স্পষ্ট হৈছে। ইতিমধ্যে শ্যামকানুৱে বহুবাৰ কৈছে যে জুবিন বিহীন নর্থ-ইষ্ট ফেষ্টিভেলৰ কথা ভাবিব নোৱাৰি। জুবিন ইয়াৰ অন্যতম আধাৰ বুলি ৰাজহুৱাভারে শ্যামকানুৱে কৈছে। অথচ ইয়াৰ পূৰ্বে জুবিনৰ একাধিকবাৰ ‘ছিজাৰ’ হোৱাৰ পাছত আৰু সম্প্রতি তেওঁ অসুস্থ হৈ থকাৰ পাছতো কিয় ছিংগাপুৰলৈ জুবিনক লৈ যোৱাৰ সময়ত চিকিৎসকৰ পৰা অনুমোদন লোৱা নহ’ল অথবা লগত এজন চোৱা-চিতাৰ বাবে চিকিৎসক লৈ যোৱা নহ’ল এই প্রশ্ন উঠিছে। মাত্র এয়ে নহয়, ছিংগাপুৰতো জুবিনৰ স’তে এজন চিকিৎসক কিয় ৰখা নহ’ল? এজন আয়োজক হিচাপে শিল্পীজনৰ চোৱা-চিতাৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে শ্যামকানুরে। তেওঁ জুবিন য়টলৈ যোৱা কথা নাজানে বুলি কৈ গা এৰা দিব নোৱাৰিব। এটাৰ পাছত আনটো দায়সৰা আৰু অসংবেদনশীল ভাষ্য প্রকাশ কৰা শ্যামকানুরে দোষী যদি নহয়, তেন্তে কিয় এই পর্যন্ত সাহসিকতাৰে বিষয়টোৰ সন্মুখীন হ’ব পৰা নাই? বিগত দুদিন ধৰি শ্যামকানু পলাতক বুলিয়ে খবৰ বিয়পিছে। সূত্রত প্রকাশ যে গোপন আশ্ৰয়ৰ পৰা আগতীয়া জামিন বিচাৰি তৎপৰ হৈছে শ্যামকানু।

জুবিনৰ পানীৰ পৰা বিপদ থকা কথাটো ভালদৰে জানিছিল সিদ্ধার্থই। দৰৱ কি সেৱন কৰে সেয়াও তেওঁ জানিছিল। তাৰ পাছতো তেওঁ য়টত উঠি নিজ বিনোদনতহে মত্ত হয় আৰু জুবিনৰ চোৱা-চিতা এৰি দিয়ে। ভিডিঅ’ত এইবোৰ দৃশ্য স্পষ্ট হৈছে। প্রশ্ন উঠিছে যে এজন মেনেজাৰ হিচাপে ফেস্টিভেললৈ যোৱা জুবিন সন্দর্ভত তেওঁ আয়োজকৰ স’তে চুক্তি কৰিছিল নে? য’ত জুবিনৰ শাৰীৰিক স্বাস্থ্য অবস্থা আৰু প্রয়োজনীয় চিকিৎসাৰ দায়িত্বৰ বিষয়ে উল্লেখ আছিল।

এনে কথাবোৰ এতিয়াও ৰাজহুৱা হোৱা নাই গভীৰ ৰহস্যত সোমাই আছে। আইনৰ আওতাত সিদ্ধাৰ্থৰ কাণ্ডকাৰখানা কিমানদূৰ প্রমাণিত হ’ব সেয়া সময়ে ক’ব যদিও ৰাইজৰ তুলাচনীত সিদ্ধার্থ ইতিমধ্যে দোষী সাব্যস্ত হৈছে। দায়বদ্ধহীন আচৰণৰ বাবে অসমৰ ৰাইজে কেতিয়াও সিদ্ধার্থক ক্ষমা কৰি নিদিয়ে। জুবিনক আশ্ৰয় কৰি তেওঁ পূৰ্বৰ মেনেজাৰ টাৰছিম মিটলে অগাধ সা-সম্পত্তি গঢ়ি সময় থাকোতে মুম্বাইলৈ গুচি যোৱা বুলি দীর্ঘদিনৰ অভিযোগ থকাৰ সময়তে একেবাটকে সিদ্ধার্থয়ো ল’বলৈ বিচৰাৰ সময়তে জুবিনৰ মৃত্যুৱে বহু অংকই ওলট-পালট কৰি দিলে নে নিজৰ অংক মিলাবলৈ জুবিনৰ জীৱনকে শেষ কৰি দিয়া হ’ল এনেবোৰ চৰ্চাও এতিয়া অব্যাহত আছে।

চর্চা অনুসৰি, ২০১৪ৰ পৰা জুবিনৰ মেনেজাৰ হিচাপে কাম কৰি থকা সিদ্ধার্থ আছিল টাৰছিমৰ এজন কৰ্মচাৰী। মুম্বাইলৈ প্ৰস্থানৰ পূৰ্বে টাৰছিমে জুবিনৰ মেনেজাৰ হিচাপে সিদ্ধার্থক নিয়োগৰ ব্যৱস্থা কৰে। মাত্র ১১ বছৰৰ ভিতৰতে টাৰছিম কমেও তিনি কোটিটকীয়া এটা ‘ৱাটাৰ বটলিং প্লান্ট’ৰ গৰাকী হোৱাই নহয়, মহানগৰীত কমেও ৩০ কোটি টকীয়া এখন হোটেলৰ স্বত্বাধিকাৰী বুলিও চর্চা হৈছে। জুবিনৰ ঘনিষ্ঠ মহলতে এই চর্চা চলিছে। এনে এক চর্চা অনুসৰি, অতি শেহতীয়াভাৱে জুবিনে ঘৰ বনাবলৈ ভূমি ক্ৰয় কৰিবলৈ বিচৰাতহে গম পালে যে তেওঁৰ বেংকৰ একাউণ্টত থকা ধনেৰে ঘৰ বনোৱাটো বাদেই মাটিখিনিয়ে কিনিব নোৱাৰে।

জুবিনৰ নিজৰ পছন্দৰ এখন ডাইনিং টেবুল কিনিব বিচাৰিছিল। প্ৰয়োজনীয় ধনৰ জোৰা মাৰিব নোৱাৰা বাবে এই সম্পত্তি ক্রয়ত পিছহোঁহকিবলগীয়া হোৱাত এই বিষয়ে বন্ধুমহলত জুবিনে দুখ প্রকাশ কৰিছিল আৰু চকুলো টুকিছিল। এই ঘটনাত জুবিনে নিজৰ বিত্তীয় ব্যবস্থাপনাক লৈ হতাশ হৈছিল আৰু সিদ্ধাৰ্থৰ স’তে মানসিক ব্যৱধান বৃদ্ধি পায় তথা সম্পর্ক কিছু জটিল হৈ পৰে। সিদ্ধার্থৰ স’তে সম্পত্তি গঢ়াত আৰু কোনোবা অংশীদাৰ আছে নেকি সেয়া এই পর্যন্ত স্পষ্ট নহয়।

ইমানৰ পাছতো ক্ষান্ত হোৱা নাই সিদ্ধার্থ শর্মা। জুবিন গাৰ্গৰ সৃষ্টিশীলতাৰ প্ৰক্ৰিয়াটোক লৈ এই মুহূর্তত প্রশ্ন উত্থাপন হৈছে। শেহতীয়াভাৱে উপলদ্ধ অনুসৰি, জুবিনৰ সংগীত, লিখনি আদি বৌদ্ধিক সম্পত্তিৰ স্বত্বাধিকাৰীও হেনো সিদ্ধার্থ। জীবিত অৱস্থাত জুবিনক লুটিপুতি খোরা সিদ্ধার্থই স্পটীফাই, গানা, জিঅ’ ছাৱন আদিৰ দৰে প্লেটফৰ্মত থকা জুবিনৰ গানৰ ক’পিৰাইট হস্তগত কৰাৰ পৰিকল্পনা ৰচিছিল। ইয়াকে লৈ সামাজিক মাধ্যমত সম্প্রতি ধুমুহাৰ সৃষ্টি হৈছে।

সম্প্রতি অন্তর্ধান সিদ্ধার্থ। তেওঁ ক’লৈ গৈছে কোনেও নাজানে। সেয়েহে জুবিনৰ বিৰুদ্ধে কোনো গভীৰ ষড়যন্ত্ৰৰ অংশীদাৰ তেওঁৰ মেনেজাৰ আছিল নেকি বুলি প্রশ্ন উঠিছে। ইয়াৰ লগে লগে এই কথাৰ অৱতাৰণা হৈছে যে কোনেও চুব নোৱাৰাকৈ সুৰক্ষিত স্থানলৈ লৈ যোৱা হ’ল নেকি সিদ্ধার্থক। এই প্রশ্ন উত্তৰ বিচাৰিছে অনুৰাগীয়ে।

শেহতীয়াকৈ জুবিনৰ একালৰ অন্যতম সংগী মানস ৰবীনেও মুখ খুলিছে। তেওঁ প্রশ্ন কৰিছে যে জুবিনক উচতাই, ষড়যন্ত্র ৰচি পৰিকল্পিতভাৱে হত্যাকাণ্ডক দুর্ঘটনা ৰূপ দিয়া হৈছে নেকি? জুবিনক হত্যাক কৰি অর্থনৈতিকভারে কোন লাভান্বিত হ’লহেঁতেন আৰু তেওঁৰ এই ঘটনাৰ স’তে কিবা সংযোগ আছে নেকি? এই কথা লিখি এটা প’ষ্ট দিছে সামাজিক মাধ্যমত। তেওঁ কয় যে অর্থনৈতিক প্ৰৱঞ্চনাৰ তেওঁৰ হাতত প্রমাণ আছে। তদুপৰি চিবিআইৰ তদন্তও দাবী কৰিছে মানস ববীনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiedZubeen Garg
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d