Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে তীব্র প্রতিবাদ, আৰক্ষীৰ লাঠিচালনাত ৰক্তাক্ত হ’ল ৰাজপথ ৱীৰ

publisher by publisher
September 26, 2025
in Assam, News
Reading Time: 1 min read
0
জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে তীব্র প্রতিবাদ, আৰক্ষীৰ লাঠিচালনাত ৰক্তাক্ত হ’ল ৰাজপথ ৱীৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Zubeen Garg:✒️হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্তসকলৰ বিৰুদ্ধে উত্তাল হৈ পৰে গুৱাহাটী। ইপিনে, বুধবাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ কালি ব্যাপক ৰূপত অভিযান আৰম্ভ কৰে। এছআইটিৰ এই অভিযানৰ সময়তে বিশেষকৈ নর্থ-ইষ্ট ফেস্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ প্ৰৱন্ধক সিদ্ধার্থ শৰ্মাৰ বাসগৃহৰ সম্মুখত সৃষ্টি হয় উত্তেজনাপূর্ণ পৰিস্থিতিৰ।

ADVERTISEMENT

সিদ্ধার্থৰ দাতালপাৰাৰ মানপাৰাস্থিত অর্কিড হিলভিউ এপার্টমেন্টৰ সম্মুখত বিয়লিৰ পৰা কে’বাশ লোকৰ সমাগম হয়। সিদ্ধাৰ্থৰ কঠোৰ শাস্তিৰ দাবীত সকলোৱে সৰৱ হয়। ‘জুবিন গাৰ্গক হত্যাৰ ন্যায় লাগে’, ‘সিদ্ধার্থ শর্মাক শীঘ্রে গ্ৰেপ্তাৰ কৰক’ আদি ধ্বনি দিয়ে প্রতিবাদকাৰীসকলে। ইয়াৰ মাজতে উত্তেজিত একাংশ লোকে এপার্টমেণ্টৰ মূল প্ৰৱেশ গেটখন ভাঙি ভিতৰলৈ সোমোৱাৰ চেষ্টা চলায়। মানুহ সোমাব নোৱাৰাকৈ গেটখনত ডাঙৰ তলা লগাই দিয়া হয়। সেই তলা প্ৰতিবাদকাৰীসকলে ভাঙি পেলায়। একাংশই সিদ্ধার্থ শৰ্মাৰ ঘৰলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে। সন্ধিয়া এনেদৰে পৰিস্থিতি অধিক উত্তেজনাপূর্ণ হৈ পৰে।

আনকি জনসমাগমো বৃদ্ধি হয়। ঘৰটোত সিদ্ধার্থ শর্মা লুকাই থকা বুলিও একাংশই দাবী কৰে। অৱশ্যে ঘৰটোত সেই সময়ত কোনো নাছিল। দুপৰীয়া ডেৰ বজাত এছআইটিৰ দল ঘৰটোত উপস্থিত হয় যদিও তলা বন্ধ অৱস্থাত পায়। ফ্লেটটোত সিদ্ধার্থ মাতৃ আৰু ভগ্নী-ভ্রাতৃৰ স’তে বাস কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তিনিদিনৰ পাছতে মাতৃ আৰু ভ্ৰাতৃ-ভগ্নী ঘৰটোৰ পৰা কোনো স্থানলৈ গুচি যায়। এছআইটিয়ে ঘৰটো আজি ছীল কৰি দিয়ে।

সিদ্ধার্থ শৰ্মাক ৰাইজক গতাই দিয়াৰ দাবীও উত্থাপন হয়। তাৰ মাজতে কোনো লোকে শিলগুটি নিক্ষেপ কৰে। আনকি বাধা দিয়াৰ বাবে আৰক্ষীৰ ওপৰতো একাংশ লোক খর্গহস্ত হৈ পৰে। এনেদৰে ৰাইজৰ ক্ষোভ তুংগত উঠাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে। এই লাঠিচালনাত কে’বাজনো লোকৰ মূৰ ফাটি তেজ ওলায়। ৰক্তাক্ত হৈ পৰে ৰাজপথ। লাঠিৰ কোবত আন কে’বাজনো লোক আহত হয়।

আনহাতে, শিলগুটিৰ আঘাতত আৰক্ষী আৰু এছআইটিৰ লোকো আহত হয়। ইয়াৰ মাজতে জুবিন ফেন ক্লাবৰ নেতৃত্ব দিয়া সংগীত পৰিচালক অজয় ফুকন আৰু ভিক্টৰ দাস নামৰ এজনক আৰক্ষীয়ে আটক কৰে।

তুংগত উঠা উত্তেজনাপূর্ণ পৰিস্থিতি লাঠিচালনাৰ পাছতহে কিছু পৰিমাণে শাম কাটে। তথাপি বহু লোক সেই স্থান এৰি নগ’ল। উল্লেখ্য যে পৰিস্থিতি উত্তেজনাপূর্ণ হৈ উঠাৰ পূৰ্বে ঘৰটোত এছআইটিৰ এটা দল প্ৰৱেশ কৰে। অৱশ্যে সেই সময়ত ঘৰত কোনো লোক নাছিল।

উল্লেখ্য যে এছআইটিক তদন্তৰ দায়িত্ব দিয়াৰ পাছত প্রয়াত শিল্পীগৰাকীৰ হত্যাৰ যি অভিযোগ উঠিছে, তাকে লৈ গুৱাহাটীত প্রতিবাদী সমদল উলিওৱাত চৰকাৰে বিভিন্ন ধৰণে বাধা দি আহিছে। জুবিন ফেন ক্লাবৰ পৰাও ইয়াৰ নিশ্চয়তা বুধবাৰে গ্রহণ কৰা হয়। সেয়েহে কালি সেই সুযোগ গ্রহণ কৰি আৰক্ষীয়ে উত্তেজিত লোকৰ ওপৰত লাঠিচালনা কৰে।

ইপিনে, এছআইটিৰ এটা দল পুৱা মহানগৰীৰ জালুকবাৰীৰ গাড়ীগাঁওস্থিত জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীৰ গৃহত উপস্থিত হৈ কে’বা ঘণ্টা ধৰি সোধপোছ কৰে। সোধপোছৰ সময়ত ঘটনাৰ দিনটোৰ বিৱৰণি এছআইটিৰ দলে লিপিবদ্ধ কৰে। এছআইটিৰ দলে কমেও পাঁচ ঘণ্টা ধৰি এই অভিযান চলোৱাৰ পাছত কে’বাটাও পেনড্রাইভ, হার্ডডিক্স আদি সামগ্রী জব্দ কৰে।

উল্লেখ্য যে শেখৰে দাবী কৰা অনুসৰি ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকাৰ সময়ত অস্বাভাৱিক আচৰণ কৰোতে তেৱেঁই জুবিন গাৰ্গক উদ্ধাৰৰ চেষ্টা কৰিছিল। অৱশ্যে এই দাবী কৰা শেখৰৰ ভাষ্যত বহু অসামঞ্জস্যতা ধৰা পৰে।

এছআইটিৰ আন এটা দল উপস্থিত হয় গীতানগৰৰ মাদাৰ টেৰেছা পথৰ কাৰ্বি উপ-পথত থকা শ্যামকানু মহন্তৰ প্রাসাদ সদৃশ অট্টালিকাত। লক্ষ্যণীয়ভাবে আজি ঘৰটোৰ সন্মুখৰ লগতে কাৰ্বি পথতো নিৰাপত্তা বাহিনীৰ বৃহৎ দল পুৱাৰ পৰাই নিয়োগ কৰা হয়। এটা সময়ত এছআইটিৰ দল ঘৰটোৰ চৌহদত প্ৰৱেশ কৰে যদিও সেই সময়ত তাত কোনো নাছিল। কেৱল ব্যক্তিগত নিৰাপত্তাৰক্ষীহে ঘৰটোত আছিল। এছআইটিৰ দলে ঘৰটোৰ ভিতৰতো প্ৰৱেশ কৰে।

নিৰাপত্তাৰ এনে তৎপৰতাক লৈ স্থানীয় ৰাইজৰ মাজত উত্তেজনা বিয়পি পৰে। শ্যামকানু মহন্তৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে বহু লোকে। অসুস্থ জুবিন গাৰ্গক বলপূর্বক ছিংগাপুৰলৈ মাতি নি মৃত্যুলৈ ঠেলি দিয়াৰ অভিযোগত শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰৱ হয় সকলো লোক। তেওঁলোকে আনকি যোৱা প্ৰায় তিনি বছৰৰ পৰা সেই স্থানত থাকিবলৈ লোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। মাজনিশালৈকে ঘৰটোত সুৰাৰ পাৰ্টি বহে আৰু নিচাগ্রস্ত লোকে অস্বাভাৱিক হাই-উৰুমিৰে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে বুলি তেওঁলোক সৰৱ হয়।

এছআইটিৰ দলে দীর্ঘ সময় ঘৰটোত তালাচী চলায়। দুপৰীয়া ১২.৪৫ বজাত ঘৰটোত উপস্থিত হয় আৰু কোনো নথকা ঘৰটোৰ কে’বাটাও কোঠা তন্ন তন্নকৈ পৰীক্ষা কৰি শেষত ছীল কৰি দিয়া হয়। তাৰ পূৰ্বে ঘৰটোৰ পৰা সাতটা ম’বাইল ফোন, দুটা লেপটপ, নখন হার্ডডিস্ক, কিছু নথিপত্ৰ আৰু নগদ ধন জব্দ কৰে। ইপিনে, সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি, অভিযুক্তক ৰক্ষণাবেক্ষণত চৰকাৰ পক্ষই একাংশই নামি পৰা বুলি অভিযোগ উঠিছে।

একাংশ অনুৰাগীয়ে অভিযোগ কৰে যে সিদ্ধার্থ শৰ্মা অসমলৈ অহা বুলি জানিব পাৰি ৰাইজ উত্তেজিত হৈ পৰে আৰু আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়ে। অৱশ্যে সিদ্ধার্থ শর্মা অসমলৈ অহা কথাটো অপপ্ৰচাৰ বুলিও কোৱা হৈছে। শেহতীয়া অভিযোগ অনুসৰি জুবিন ফেন ক্লাবৰ সদস্যসকল বিৰোধী দলৰ সদস্য বুলি প্ৰচাৰ চলোৱা হৈছে। একাংশ অনুৰাগীয়ে সামাজিক মাধ্যমত কয় যে সকলো অভিযুক্তকে যথেষ্ট সময় দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d