Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শ্যামকানু-সিদ্ধার্থক চোঁচৰাই অনাৰ পৰিৱৰ্তে নিৰীহ জনতাৰ ওপৰতহে বীৰত্ব আৰক্ষীৰ

publisher by publisher
September 27, 2025
in Assam, News
Reading Time: 1 min read
0
শ্যামকানু-সিদ্ধার্থক চোঁচৰাই অনাৰ পৰিৱৰ্তে নিৰীহ জনতাৰ ওপৰতহে বীৰত্ব আৰক্ষীৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

দুৰ্বলীৰ ওপৰত অসম চৰকাৰে বীৰত্ব প্রদর্শন কৰিছে নেকি? জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত বিচাৰি ৰাজপথলৈ ওলোৱা সকলকহে চৰকাৰে আইনী জঞ্জালত সাঙুৰি লোৱাত বহুতৰ মনত এই প্রশ্নৰ উদয় হৈছে। তদন্ত প্রক্রিয়াক লৈ অসন্তুষ্টি প্রকাশ কৰি সদৌ অসম ছাত্র সস্থা (আছু) য়ো চৰকাৰক সাৱধানবাণী শুনাইছে।ফলত সময় অতিবাহিত হোৱাৰ লগে লগে পৰিস্থিতি অত্যন্ত স্পর্শকাতৰ হৈছে।

ADVERTISEMENT

উল্লেখ্য যে সুদূৰ ছিংগাপুৰত যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনক পৰিবেশত অকাল মৃত্যুক সাবটি লোৱা শিল্পী জুবিনৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ চৰকাৰে চিআইডিৰ অধীনত বিশেষ তদন্তকাৰী গোট গঠন কৰি দিলেও বিষয়টোক লৈ বিতর্ক অব্যাহত আছে। বিশেষকৈ এই তদন্ত কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা অথবা ন্যায়াধীশৰ তত্ত্বাৱধানত কৰিবলৈ বিভিন্নজনে দাবী উত্থাপন কৰি আহিছে যদিও বৃহস্পতিবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছে চিআইডিৰ বিশেষ তদন্তকাৰী দলে; কিন্তু আজি নদিনে সন্দেহৰ আৱৰ্তত থকা লোকসকলৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক লৈ প্রিয় শিল্পীগৰাকীৰ কোটি কোটি অনুৰাগীৰ মনত ক্ষোভ বৃদ্ধি পাইছে।

তাৰ মাজতে চৰকাৰে অসমৰ ৰাইজৰ যুক্তিসংগত ক্ষোভ আৰু আরেগক উপলব্ধি কৰিব পৰা নাই বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই। উল্লেখ্য যে জুবিনৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ আৰু কোনো সুৰুঙা নথকা তদন্ত বিচাৰি আজি ৰাজ্যজুৰি আছুৱে সন্ধিয়া মম শিখা সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰীত সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্রহণ কৰি আছুৰ সভাপতি উৎপল শর্মাই জুবিনৰ মৃত্যুৰ ঘটনাত বাইজে অভিযুক্ত কৰা শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মাক অসম আৰক্ষীয়ে চোঁচবাই অনাৰ পৰিৱর্তে নিৰীহ জনতাৰ ওপৰতহে বীৰত্ব দেখুৱাইছে বুলি মন্তব্য কৰে।

সভাপতি শৰ্মাই কয়, ‘চৰকাৰখনে অসমৰ ৰাইজৰ যুক্তিসংগত ক্ষোভ আৰু আবেগক উপলব্ধি কৰিব পাৰিব লাগিব। তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক চোঁচৰাই আনিব লাগিছিল; কিন্তু অসম আৰক্ষীয়ে বীৰত্ব দেখুৱাই আছে নিৰীহ জনতাৰ ওপৰত। প্রতিবাদ কৰিবলৈ নোযোৱা মানুহকো ঘৰৰ চৌহদত প্রবেশ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে, বৰ্ষৰ আক্ৰমণ কৰিছে। এয়া কাৰ আদেশত কৰা হৈছে?’

মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মা চৰকাৰে জনতাৰ ক্ষোভক উপলব্ধি কৰিব পৰা নাই নেকি বুলি প্রশ্ন কৰি তেওঁ পুনৰ কয়, ‘কোনো কাৰণত নিৰীহ জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্রমণ সহ্য কৰা নহ’ব। শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাক চোঁচৰাই লৈ আহি অসম আৰক্ষীয়ে বীবত্ব দেখুওৱাক। লগতে এই তদন্ত পানী নসৰকা হ’ব লাগিব।’

বিতর্কিত নর্থ-ইষ্ট ফেস্টিভেল আয়োজনৰ বাবে এই বছৰ চৰকাৰৰ কোন বিভাগে কিমান টকা আবণ্টন দিছিল, ইয়াৰ তথ্য ৰাজহুৱা কৰিব লাগে বুলি দাবী কৰি আছুৰ সভাপতি শর্মাই কয় যে যদি ধনৰাশি মোকলাই দিয়া হোৱা নাই, কেবিনেট সিদ্ধান্ত লৈ বন্ধ কৰা উচিত। লগতে তেওঁ কয়, ‘শ্যামকানু মহস্তক কেৱল ব্রেকলিস্টেড কৰিলেই নহ’ব, তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ অভিযুক্তসকলক ১০ দিন সময় দিয়া বিষয়টোও অসমীয়া ৰাইজে সহজভাবে ল’ব পৰা নাই। তেওঁলোকক অগ্রিম জামিন ল’বলৈ পর্যাপ্ত সুযোগ দিয়া হৈছে আৰু এই কথা মানি লোৱা নহ’ব।’

একেদৰে প্রতিবাদত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই জুবিনৰ মৃত্যুৰ ঘটনাত জড়িত এজনো দোষী সাৰি যাব নোৱাৰিব বুলি হুংকাৰ দিয়ে। আছু নেতাজনে কয়, ‘শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধৰি এই ঘটনাত জড়িত কোনো দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে, তাৰ বাবে ফলপ্রসূ ব্যবস্থা গ্রহণ কৰাৰ দায়িত্ব অসম চৰকাৰৰ। এই দায়িত্ব চৰকাৰে ল’বই লাগিব। জুবিন গার্থে ন্যায় পাবই লাগিব আৰু ন্যায় লাভ নকৰালৈকে আমি ক্ষান্ত নহওঁ।’

চিআইডিৰ দলৰ ওপৰত আক্ৰমণৰ ঘটনাত ভিক্টৰ দাস-অজয় ফুকনসহ নজনক গ্রেপ্তাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত তীব্র উত্তজেনা। বিৰাজ কৰিছে স্পর্শকাতৰ পৰিৱেশ। জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ ধীৰেনপাৰা বাসগৃহত কালি চিআইডিৰ বিশেষ তদন্তকারী দলে অভিযান চলোৱাৰ সময়ত সৃষ্টি হোৱা ঘটনাক লৈ ফটাশিল আমবাৰী আৰক্ষীয়ে নজন লোকক গ্রেপ্তাৰ কৰিছে। তেওঁলোক ক্রমে ভিক্টৰ দাস (৩৪), অজয় ফুকন (৩৮), মিজানু আলী (২১), কল্যাণ দাস (২৮), প্রসেনজিৎ দে’ (২৮), মানস তালুকদাৰ (২৮), অরূপ ডেকা, মেথিউ মাৰাক (২০) আৰু দ্বৈপায়ন চক্রবর্তী (৪২)।

উল্লেখ্য যে চিআইডিৰ বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বাসগৃহত অভিযান চলোৱাৰ সময়ছোৱাত বহু সংখ্যক লোক আৱাসিক অট্টালিকাটোৰ চৌহদত উপস্থিত হয়। আনকি উত্তেজিত লোকসকলে মূল প্ররেশদ্বাৰ খুলি ভিতৰত প্ৰবেশৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়।

অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে। সময় বাগৰি যোৱাৰ লগে লগে সংশ্লিষ্ট স্থানত সমরেত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় আৰু বহুজনে সিদ্ধার্থ শৰ্মা ঘৰৰ ভিতৰতে থকা বুলি অভিযোগ কৰি তেওঁক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। শেষত চিআইডিৰ দলটোৱে তালাচী অভিযান শেষ কৰি শৰ্মাৰ ঘৰ ছীল কৰি ওলাই অহাৰ সময়তে উত্তেজিত জনতাই দলটোক শিল আদিৰে আক্রমণ কৰা অভিযোগ উত্থাপন হয়। এই আক্রমণত আৰক্ষীৰ কে’বাখনো বাহন ক্ষতিগ্রস্ত হোৱাৰ লগতে বহুকেইজন আৰক্ষী আহত হয়।

ইয়াৰ পাছতে আৰক্ষীয়ে লাঠিচালনা কৰাত বহুকেইজন জুবিন অনুবাগী গুৰুতৰভারে আহত হয়। ইয়াৰ পাছতে চিআইডিৰ দলে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/১৮৯(২)/১৯১(২)/১৯১(৩)/১২৬(২)/১২৫(বি) /১৩২/১০৯ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্রতিৰোধ আইনৰ তিনি ধাৰাৰ অধীনত ১৩৭/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰে জড়িত থকাৰ অভিযোগত উল্লিখিত নজনক গ্রেপ্তাৰ কৰে।

আনহাতে, শিল্পী সমাজে শীঘ্রে অজয় ফুকনক মুক্তিৰ দাবীৰে মুখ্যমন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰিছে। লগতে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত ফুকনে কয় যে তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ দিয়া হৈছে সেয়া ভুৱা। লগতে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘আৰক্ষীয়ে কালি যুৱতী-মহিলাৰ ওপৰতো জপিয়াই পৰে। আমি প্রশ্ন কৰাৰ কাৰণে যড়যন্ত্র কবি ভুৱা গোচৰ দি আমাক গ্ৰেপ্তাৰ কৰিছে।’

গছ ৰক্ষাৰ দাবীৰে দীঘলীপুখুৰীত জুবিনৰ কথাৰে প’ষ্টাৰ লগোৱা ছজনক আটক আনহাতে, নুনমাটি-দীঘলীপুখুৰী সংযোগী নির্মীয়মাণ উৰণীয়া সেতুৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতা কৰি আহিছিল জুবিন গার্গে। শিল্পীগৰাকীৰ অবর্তমানত তথা জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতে চৰকাৰে দীঘলীপুখুৰীৰ পাৰত পুনৰ গছ কটা কাৰ্যৰ বিভিন্নজনে বিৰোধিতা কৰিছে। এই কাৰ্যৰে শিল্পীগৰাকীক চূড়ান্ত অপমান কৰা হৈছে বুলিও বিভিন্নজনে অভিযোগ কৰিছে।

তাৰ মাজতে কালি এছএফআই, ডিবাইএফআই সংগঠনৰ প্রতিনিধিকে ধৰি বহু সংখ্যক সচেতন লোকে দীঘলীপুখুৰীত জুবিনৰ কথাৰে এখন প’ষ্টাৰ ৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল; কিন্তু পূৰ্বৰ পৰা খাপ পিটি থকা আৰক্ষীয়ে এই কার্যত বাধা দিয়ে আৰু ছজনক আটক কৰে। উল্লেখ্য যে প’ষ্টাৰখনত লিখা হৈছিল যে ‘মই জুবিনদাই কৈছো, দীঘলীপুখুৰীৰ গছখিনি কাটিলে সেই সৌন্দর্য ঘুৰাই পোৱা যাবনে?’

প’ষ্টাৰখন আৰি দিয়াৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত থকা যুৱ নেত্রী সংগীতা দাস, মহেশ ডেকা, পূজা নিবালা, জয়ন্ত গগৈ, চন্দন বৰগোহাঁই আৰু গৌতম চৌধুৰীক আটক কৰি লতাশিল থানালৈ লৈ যায়। তেওঁলোকে কয় যে দীঘলীপুখুৰীৰ গছ কটা কার্যক জুবিন গার্গে মুকলিকৈ তীব্র বিৰোধিতা কৰিছিল আৰু তেওঁ দীঘলীপুখুৰীৰ পাৰত উপস্থিত হৈ চৰকাৰক সমালোচনা কৰিছিল। আজি তেওঁৰ মৃত্যুৰ পাছতে পুনৰ গছ কটা আৰম্ভ কৰাটো দুর্ভাগ্যজনক বুলি তেওঁলোকে আখ্যা দিয়ে।

এই উৰণীয়া সেতুখন ৰবীন্দ্র ভৱনৰ পৰিৱর্তে জিলা পুথিভঁৰালৰ সম্মুখলৈকে বৃদ্ধি কৰা হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে। আনহাতে, ঘটনাৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি চিপিআই(এম)ৰ যুৱ নেতা নিৰংকুশ নাথে কয় যে আটক কৰিব লাগে কাক আৰু কৰি আছে কাক? জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি যি সময়ত চৌদিশে প্রতিবাদৰ জোৱাৰ উঠিছে, তেনে এক সময়তো আৰক্ষীয়ে অভিযুক্তসকলক গ্রেপ্তাৰ কৰা নাই। বিপৰীতে ন্যায়ৰ দাবী কৰাসকলৰ ওপৰত আৰক্ষী জপিয়াই পৰিছে বুলি তেওঁ মন্তব্য কৰি কয়, ‘যি স্থানত বহি জুবিন গার্গে কৈছিল যে দীঘলীপুখুৰীৰ গছসমূহ কাটিব নালাগে, সেই গছসমূহ কাটিবলৈ তৎপৰ হৈছে চৰকাৰ।

তাৎপর্যপূর্ণ কথাটো হ’ল যে এই উৰণীয়া সেতুখন ৰবীন্দ্র ভবনলৈকে হোৱাৰ কথা আছিল; কিন্তু এতিয়া ইয়াক জিলা পুথিভঁৰাললৈকে বৃদ্ধি কৰা হৈছে। ইয়াৰ বিৰোধিতা কৰি আজি কিছু সচেতন ব্যক্তিয়ে দীঘলীপুখুৰীৰ পাৰত সমবেত হৈ এখন প’ষ্টাৰ আৰিবলৈ লৈছিল; য’ত কোৱা হৈছিল যে এই গছসমূহ কাটিব নালাগে। কিয়নো জুবিন গার্গে এই গছসমূহ কটাৰ তীব্র বিৰোধিতা কৰিছিল। সেয়ে তেওঁৰ প্রতি সম্মান জনাই গছসমূহ কাটিব নালাগে; কিন্তু আৰক্ষীয়ে বীৰত্ব দেখুৱাই আটক কৰিছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d