Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিআইডিৰ জাননী পোৱা নাই য়টত উপস্থিত থকা ছিংগাপুৰৰ অসমীয়াই

publisher by publisher
October 7, 2025
in Assam, News
Reading Time: 1 min read
0
চিআইডিৰ জাননী পোৱা নাই য়টত উপস্থিত থকা ছিংগাপুৰৰ অসমীয়াই
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

CID:✒️অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ১৮ দিন অতিক্ৰম কৰাৰ পাছতো শিল্পীগৰাকীৰ মৃত্যুৰ দুখ আৰু ক্ষোভ তিলমাত্ৰও দূৰ হোৱা নাই লক্ষ লক্ষ অনুৰাগীৰ। জুবিনৰ সমাধিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি গাঁৱে-ভূঞে, চুবুৰিয়ে চুবৰিয়ে সকলোতে ধূপৰ ধোঁৱাই আৱৰি ৰখা বন্তিশিখাৰ পোহৰে আলোকময় কৰি ৰাখিছে জুবিনৰ প্রতিচ্ছবি।

ADVERTISEMENT

প্ৰাৰ্থনাৰ সুৰত বাজি আছে ‘মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি…..।’ সমান্তৰালভাৱে অব্যাহত আছে অসম আৰক্ষীৰ চিআইডিৰ দ্বাৰা গঠিত বিশেষ তদন্তকাৰী গোটৰ তদন্ত। যিমানে দিন বাগৰিছে, সিমানে এই ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে। তাৰ মাজতে পোহৰলৈ আহিছে যে জুবিনৰ মৃত্যুৰ সময়ত তথা যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ সাগৰৰ পৃষ্ঠত উটি-ভাহি থকা সেই বিশেষ য়টখনত উপস্থিত থকা ছিংগাপুৰৰ প্রবাসী অসমীয়াই লাভ কৰা নাই চিআইডিৰ জাননী।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়াসকলক ছয় অক্টোবৰৰ ভিতৰত চিআইডিৰ কার্যালয়ত হাজিৰ হ’বলৈ সময় বান্ধি দিছিল আৰু য়টখনত থকা প্রতিজন প্রবাসী অসমীয়ালৈ হাজিৰ হ’বলৈ জাননী জাৰি কৰা বুলি সদৰী কৰিছিল যদিও য়টখনত উপস্থিত থকা নলবাৰীৰ তথা ছিংগাপুৰৰ প্রবাসী অসমীয়া বাজিদ ৰহমানে চিআইডিৰ পৰা তেনে কোনো জাননী লাভ কৰা নাই বুলি মন্তব্য কৰে ৰহমানৰ মাতৃয়ে।

যাক লৈ সম্প্ৰতি পুনৰ বহু প্ৰশ্নৰ উদ্ৰেক হৈছে। ৰহমানৰ মাতৃয়ে কয়, ‘মোৰ ল’ৰাৰ নামত এতিয়ালৈ কোনো কাগজ-পত্র যোৱা নাই।’ইফালে, ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰবাসী অসম এছ’চিয়েছন তথা প্রবাসী অসমীয়াসকলৰ ওপৰত অসমবাসীৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছে। বিশেষকৈ জুবিনৰ সমুদ্রকেলিৰ সময়ত যিসকল প্রবাসী অসমীয়া তাত উপস্থিত আছিল তেওঁলোকে কি দেখিছিল, কি জানিছিল সেয়া অসমবাসীয়ে প্রশ্ন তুলি আহিছে।

লক্ষ্যণীয় যে অসম এছ’চিয়েছন বা জুবিনক সমুদ্রকেলিৰ সময়ত সংগ দিয়া প্রবাসীসকলৰ ভিতৰত আছিল নলবাৰীৰ বাজিদ ৰহমান নামৰ যুৱকজন। তেওঁৰ ঘৰ নলবাৰীৰ ভকতপাৰাত। পেছাত তেওঁ এজন ইলেকট্রনিক ইঞ্জিনিয়াৰ। ১৬-১৭ বছৰ পূৰ্বৰ পৰা পত্নী-সন্তানসহ তেওঁ ছিংগাপুৰতে থাকে। তেওঁৰ পৰিয়ালে প্রকাশ কৰা মতে দুই-তিনি বছৰৰ মূৰত এবাৰ ঘৰলৈ আহে আৰু কেইদিনমান থাকি গুচি যায়। অৱশ্যে সঘনে পুত্ৰৰ লগত টেলিফোনিক বার্তালাপ হয় বুলি রাজেদৰ পিতৃ-মাতৃয়ে প্রকাশ কৰিছে।

আনহাতে, অসম এছ’চিয়েছন বা ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলে যিয়ে যি জানে বা দেখিছে সেয়া অসমলৈ আহি ক’ব লাগে বুলি বাজেদ পিতৃয়ে মন্তব্য কৰিছে। লগতে তেওঁ জুবিনৰ মৃত্যুৰ ন্যায় লাগে বুলি দাবী কৰি ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘ছিংগাপুৰ অসম এছ’চিয়েছনত যিসকল আছে বা ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলে যি জানে আৰু যি দেখিছে সেয়া অসমলৈ আহি ক’ব লাগে। আমাৰ এটাই ল’ৰা আৰু তাৰ লগত ফোনত কথা হৈ থাকো। লগতে জুবিনৰ মৃত্যুৰ ন্যায় লাগে, আমি ন্যায় বিচাৰো।’

তেওঁ পুনৰ কয়, ‘মই মোৰ ল’ৰাকো আহ্বান জনাইছো যে যি দেখিছে, যি জানে সেয়া অসমলৈ আহি ক’ব লাগে।’ একেদৰে ৱাজিদৰ মাতৃয়ে পুত্ৰৰ লগত হোৱা কথা-বতৰাৰ উদ্ধৃতি দি কয়, ‘তাত জুবিনে কৈছিল যে তেওঁ অলপ ফুৰিব। তেতিয়া সিহঁতে (প্রবাসী অসমীয়া) ভালেই পালে। কেবল জুবিনেই নহয়, অসমৰ পৰা যিসকল শিল্পী তালৈ যায় বা কোনোবা মন্ত্রী গ’লে ছিংগাপুৰৰ অসমীয়া মানুহখিনিয়ে এবাৰ দেখা কৰে। জুবিনে ফুৰিম বুলি কোৱাত সিহঁতৰ কোনোবা এজনে হেনো য়টখন বুক কৰিছিল। তেনেকৈ গৈ সিহঁতে ধুনীয়াকৈ ফুৰিছিল। তাৰ পাছত জুবিন যেতিয়া পানীত নামিলে, সিহঁতিও পানীত নামিছে। জুবিনৰ লগত ইয়াৰ পৰা যিসকল গৈছিল, তেওঁলোকো পানীত নামিছে। ছিংগাপুৰৰ প্রবাসী অসমীয়া কেইজনে কৈছেও যে যদি অসুখ হৈছে পানীত কিয় নামিব দিছে। তেওঁলোকে নিজেও নামিছে আৰু জুবিনকো নমাই দিছে।’

যুৱকজনৰ মাতৃয়ে লগতে কয়, ‘মোৰ ল’ৰাই কৈছে যে চাৰি-পাঁচ বছৰত এবাৰ ঘৰলৈ যাওঁ, আমিতো গম নাপাওঁ, কাৰ কি অসুখ হৈছে। সেয়ে সিহঁতৰ তথা প্রবাসী অসমীয়াসকলৰ সেইটোৱেই খং যে লগত যোৱাকেইজনে জুবিনক কিয় পানীত নামিবলৈ দিলে? এই ঘটনাত প্রবাসী অসমীয়াসকলেও ন্যায় বিচাৰিছে। সিহঁতে কৈছে আমাক ন্যায় লাগে। অসম এছ’চিয়েছনৰ অভিমন্যুৰ লগত যোগাযোগ চলি আছে। কিছুমানৰ নামত কাগজ গৈছে যদিও মোৰ ল’ৰালৈ যোৱা নাই। গ’লে সি পূর্ণ সহযোগ কৰিব; কাৰণ সিহঁতে জুবিনক আগতেও পাইছে আৰু আগতেও জুবিনক সংগ দিছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CIDSINGAPOREZubeen Garg
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d