Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Azanpir Moqtab Masjid:ভূমিস্খলনৰ নামত ৰাজনৈতিক চক্রান্তৰে মছজিদ ভঙাৰ অভিযোগ

মহানগৰীত ৫০ বছৰ পুৰণি আজানপীৰ মোক্তাব আৰু মছজিদত উচ্ছেদক লৈ প্রতিক্রিয়া

publisher by publisher
November 7, 2025
in Assam
Reading Time: 1 min read
0
Azanpir Moqtab Masjid:ভূমিস্খলনৰ নামত ৰাজনৈতিক চক্রান্তৰে মছজিদ ভঙাৰ অভিযোগ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

Eviction Drive in Hailakandi:হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান

Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

Azanpir Moqtab Masjid:

মহানগৰীৰ গীতানগৰৰ মঠঘৰীয়াস্থিত আজানপীৰ মোক্তাব আৰু মছজিদ উচ্ছেদক লৈ বৃহস্পতিবাৰে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে খিলঞ্জীয়া মুছলমানৰ উপাসনাস্থলী মছজিদটো ভূমিস্খলনৰ গইনা লৈ ৰাজনীতিৰ মেৰপেছ লগাই ভাঙি পেলোৱা হৈছে। স্থানীয় ৰাইজে জনোৱা মতে, ১৯৮৪ ত স্থাপিত এই মছজিদ উচ্ছেদৰ বাবে দিছপুৰ ৰাজহ চক্ৰ বিষয়াই জাননী জাৰি কৰিছিল। আজি বুলড’জাৰ লৈ প্ৰশাসনৰ বৃহৎ দলে ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলায়।

ADVERTISEMENT

স্থানীয় বাসিন্দাই অভিযোগ কৰি কয় যে উচ্ছেদৰ জাননী লাভৰ ২৪ ঘণ্টা নৌহওঁতে উচ্ছেদ অভিযান চলিল। ষড়যন্ত্রমূলকভাৱে হিন্দু-মুছলমানৰ একতা ভংগ কৰিবলৈ এই মছজিদ ভগা বুলি ৰাইজে অভিযোগ কৰিছে। স্থানীয় লোকে কয়, ‘ইচ্ছাকৃতভাৱে ২৯ অক্টোবৰত প্ৰকাশ কৰা জাননী লুকুৱাই ৰাখি পাঁচ নৱেম্বৰত আমাৰ হাতত তুলি দিয়া হয় যাতে আমি একো ব্যৱস্থা হাতত ল’ব নোৱাৰো।

আমি প্রশাসনক কাবৌ কৰিছিলো যে এসপ্তাহ নহ’লেও আমাক অন্ততঃ ২৪ ঘণ্টা সময় দিয়ক। এই বৃহৎ অঞ্চলটো বাগানৰ মাটি। ইয়াত মন্দিৰ, মছজিদ, বাসস্থান সকলো আছে, কিন্তু একমাত্র মছজিদটো কিয় ভাঙি দিয়া হ’ল?’ ক্ষুব্ধ ৰাইজে অতি শীঘ্ৰে ক্ষতিপূৰণ আদায় অথবা আন স্থানত মছজিদ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনায়। ক্ষুব্ধ ৰাইজে প্রত্যাহ্বান জনাই কয়, ‘আজি প্রমাণিত হ’ল যে আমি অবৈধ মিঞা ইয়াত আছিলো।

যদি আমি অবৈধ মিঞা ইয়াত আছিলো তেন্তে হিমন্ত বিশ্ব শর্মাই কিয় খেদিব নোৱাৰিলে। মছজিদ আছিল, মছজিদ থাকিব আৰু আমি নমৰালৈকে ইয়াত মছজিদ থাকিব। ভূমিস্খলনৰ কথা কৈ মছজিদ ভাঙিছে। আমি এতিয়া ইয়াত ছাদ ঢালি ডাঙৰকৈ মছজিদ বনাম। যেতিয়ালৈকে এই চৰকাৰী বিদ্যালয়খন ইয়াত থাকিব তেতিয়ালৈকে ইয়াত মছজিদো থাকিব।’ তেওঁলোকে কয় যে ১৯৮৩ৰ পৰাই মছজিদটো আছিল। ভূমিস্খলনৰ কথা কৈ ভঙা হৈছে।

মছজিদটো ভাঙিবলৈ ১২ ঘণ্টা সময় বান্ধি দিয়া হৈছিল। ইয়াকে লৈ স্থানীয় মুছলমান ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ওচৰ-চুবুৰীয়া হিন্দু ধৰ্মাৱলম্বী লোকসকলে উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ ওলাই আহে। তেওঁলোকে কয় যে আৰু অলপ সময় দিব লাগে। তেওঁলোকে লগতে কয়, ‘মুছলমান হ’ল বুলিয়ে কাকো ভেদভাৱ নকৰিব। হিন্দু-মুছলমান সকলোৰে তেজৰ ৰং ৰঙা। ভূপেন হাজৰিকা, জুবিনদাৰ আদৰ্শৰে আমি জীয়াই থাকিব লাগিব।’ তেওঁলোকে কয়, ‘মানুহ মানুহেই। ভূপেনদাই কৈ গৈছে জুবিনদাই কৈ গৈছে। আল্লাই-ভগৱানেও কৈছে।’ স্থানীয় হিন্দু-মুছলমান লোকসকলে একেলগে কয় যে এতিয়া আৰু হিন্দু-মুছলমান কৰাৰ সময় নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Azanpir Moqtab MasjidDispur Circle OfficeEviction DriveMathgharia
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d