Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অধিবক্তা সমাজৰ প্ৰতিবাদ-আন্দোলনৰ মাজতে সিদ্ধান্ত চৰকাৰৰ

publisher by publisher
November 10, 2025
in Assam, News
Reading Time: 1 min read
0
অধিবক্তা সমাজৰ প্ৰতিবাদ-আন্দোলনৰ মাজতে সিদ্ধান্ত চৰকাৰৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Guwahati High Court:✒️গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বাৰ এছ’চিয়েছন, অধিবক্তা সমাজ আৰু সচেতন ৰাইজে যুক্তিপূর্ণভাৱে গণতান্ত্রিক প্রতিবাদ সাব্যস্ত কৰি আহিছে; কিন্তু এই প্রতিবাদক কোনো গুৰুত্ব প্ৰদান কৰা নাই।

ADVERTISEMENT

সেইবাবেই দেওবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে ৰংমহলত উচ্চ ন্যায়ালয় চৌহদ নিৰ্মাণৰ বাবে প্ৰথম পর্যায়ত ৪৭৮.৭৮ কোটি টকাৰ অনুমোদন দিয়ে। কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পুঁজি অনুমোদনৰ পাছত লোকনির্মাণ বিভাগে নিবিদা আহ্বান কৰিব অহা জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নতুন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

তেওঁ লগতে কয় যে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ গৃহটো পৰৱৰ্তী সময়ত উপযুক্ত কামত ব্যৱহাৰ কৰা হ’ব। বৰ্তমানৰ ব্যৱস্থাটোত আন্তঃগাঁথনিত যথেষ্ট অসুবিধা থকা বুলিও ড° শর্মাই উল্লেখ কৰে। ইয়াৰ বিপৰীতে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া চৌহদত ৩১ গৰাকী ন্যায়াধীশ বহিব পৰা ব্যৱস্থা থাকিব। উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ বাবে এটা ছয় মহলীয়া গৃহ থাকিব।

একেদৰে কাৰ্যালয়ৰ বাবেও এটা ছয় মহলীয়া গৃহ নিৰ্মাণ কৰা হ’ব বুলি তেওঁ সদৰী কৰে। উল্লেখ্য যে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েছনৰ দৰে সংস্থা তথা ন্যায় ব্যৱস্থাটোৰ অন্যতম অংশীদাৰ অধিবক্তাসকলক আস্থাত নোলোৱাকৈ উচ্চ ন্যায়ালয়ৰ চৌহদ স্থানান্তৰ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লোৱা বুলি সৰৱ হৈ আহিছে।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে নিম্ন আদালতৰ অধিবক্তাসকলেও প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে; কিন্তু তেনে কোনো প্রতিবাদক বিন্দুমাত্রও গুৰুত্ব নিদিয়াকৈ ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ চৌহদ স্থানান্তৰৰ বাবে তৎপৰতাহে বৃদ্ধি কৰিছে। সেইবাবেই নিৰ্মাণ কাৰ্যৰ প্ৰথম পৰ্যায়ৰ পুঁজিত অনুমোদন জনোৱা হয়।

ইপিনে, কেবিনেটত কালি বহু বিবাহ, কলেজ শিক্ষকৰ পদোন্নতি, অসমত ষ্টার্টআপৰ বিকাশ আদিকে ধৰি কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, কেবিনেটত আজি ‘দ্য আছাম প্রহিবিছন অব পলিগেমী বিল, ২০২৫’ গ্রহণ কৰা হয়। আগন্তুক বিধানসভা অধিবেশনত বিধেয়কখন উত্থাপন কৰা হ’ব আৰু বিধানসভাত পাৰিত হোৱাৰ লগে লগে কার্যকৰীও হ’ব।

মুখ্যমন্ত্রীয়ে কয়, ‘এই বিধেয়কখন জনজাতীয় লোক আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত প্রযোজ্য নহ’ব। আনকি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত ২০০৫ৰ আগৰে পৰা বসবাস কৰি থকা মুছলমান লোকৰ ক্ষেত্রতো আইনখন প্রযোজ্য নহ’ব। তাৰ বাদে আন সকলো অঞ্চলত প্রযোজ্য হ’বলগীয়া আইনখন অনুসৰি, প্রথমা পত্নী থকাৰ পাছতো দ্বিতীয় আৰু তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হোৱা লোকৰ সাত বছৰ সশ্ৰম কাৰাদণ্ড হ’ব। আমি ইয়াৰ লগতে এটা ক্ষতিপূৰণ পুঁজিও গঠন কৰিম। স্বামীয়ে দ্বিতীয়বাৰ বিয়া পতাৰ পাছত প্রথমা পত্নীক সাহায্য প্রদান কৰিব পৰাকৈ এই পুঁজি আমি তৈয়াৰ কৰিম।’

কেবিনেটত দেওবাৰে কলেজ শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি জ্যেষ্ঠতাৰ ভিত্তিত বিবেচনালৈ আহিব বুলি এক প্রস্তাব লোৱা হয়। আন এক প্রস্তাৱত কালি ‘আছাম স্টার্টআপ ইন’ভেছন পলিচী, ২০২৫-৩৫’ত অনুমোদন জনোৱা হয়। এই কেবিনেটতে মহিলা ক্রিকেটৰ বিশ্বকাপ বিজয়ী দলৰ ভাৰতীয় খেলুৱৈ অসমকন্যা উমা ছেত্রীক অভিনন্দন জনোৱাৰ লগতে ২৫ লাখ টকাৰ অনুদান প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়।প্রসংগক্রমে মুখ্যমন্ত্রীয়ে সদৰী কৰে যে সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ প্ৰদানৰ আঁচনিখন ফেব্ৰুৱাৰীত আৰম্ভ কৰা হ’ব।

অসমীয়া মানুহৰ আত্মসমর্পণ আৰম্ভ!

কেবিনেটৰ সিদ্ধান্ত সদৰী কৰাৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে যে অসমত অসমীয়া মানুহৰ আত্মসমর্পণৰ অধ্যায় আৰম্ভ হৈছে। এই আত্মসমর্পণ মুছলমান লোকৰ ওচৰত বুলিও মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে। ড° শৰ্মাই কয়, ‘আমি লক্ষ্য কৰিছো যে সৰ্বদিশত মুছলমানতকৈ অৱনমিত হৈ আহিছে। হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ অধিক। ইয়াৰ বিপৰীতে মুছলমানৰ পৰা হিন্দুৱে মাটি ক্রয় কৰা পৰিমাণ একেবাৰে কম। তিনিচুকীয়াৰ দৰে ঠাইতেই হিন্দুরে মুছলমানক অধিক মাটি বিক্ৰী কৰিছে। আমাৰ এই হিচাপত খিলঞ্জীয়া অসমীয়া মুছলমানৰ কথা ধৰা হোৱা নাই। মুছলমানৰ সংখ্যাৰ লগতে সম্পদো বৃদ্ধি হৈছে। এয়া ধ্বংসৰ লক্ষণ। অসমীয়া মানুহৰ আত্মসমর্পণৰ অধ্যায় আৰম্ভ হৈছে। সাংবাদিকৰ মাজতেই তেওঁলোকৰ হোৱাটছএপ গ্রুপ বেলেগ। আমাৰ হোৱাটছএপ গ্রুপত সকলোৱেই আছে। কাকো পৃথক কৰা নাই; কিন্তু তেওঁলোকে নিজৰ মাজত গ্রুপ খুলি তাত কিন্তু আমাক ৰখা নাই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI HIGH COURT
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d