Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সৌন্দর্য ম্লান: হতাশ হৈ উভতিছে পর্যটক

publisher by publisher
November 10, 2025
in News, Assam
Reading Time: 1 min read
0
সৌন্দর্য ম্লান: হতাশ হৈ উভতিছে পর্যটক
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

Lanslide in shillong -Dawaki Road:মেঘালয়ৰ শ্বিলং-ডাউকী ঘাইপথত ভয়ংকৰ ভূমিস্খলন

Meghalaya:✒️সমগ্র দক্ষিণ এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ নদীৰূপে খ্যাত মেঘালয়ৰ উমনগোট নৈৰ পানী ক্রমাৎ ঘোলা হ’বলৈ ধৰিছে। নৈখনৰ পানীৰ এনে অস্বাভাৱিক পৰিৱৰ্তন প্রত্যক্ষ কৰি উভতিবলৈ লৈছে দেশী-বিদেশী পর্যটকসকলে।

ADVERTISEMENT

উল্লেখ্য যে মেঘালয়ৰ পশ্চিম জয়ন্তী পাহাৰ জিলাৰ এই নৈৰ পানী ওচৰৰ পৰা চাবলৈ বহু পর্যটকে ভিৰ কৰে। নৈখনৰ ওপৰৰ অংশৰ নাম হৈছে ডাউকী। নৈখনক কেন্দ্ৰ কৰি ৰাজ্যখনত এক পর্যটক উদ্যোগ গঢ় লৈ উঠে।

নৈখনৰ পানী ঘোলা হ’বলৈ ধৰাক লৈ স্বাভাৱিকতে পৰিৱেশ প্রেমীসকল উদ্বিগ্ন হৈছে। স্থানীয় লোকৰ মতে বাৰিষা নৈখনৰ পানী ঘোলা হোৱাটো স্বাভাৱিক কথা। কিন্তু খৰালিত হোৱা এই পৰিৱৰ্তন অস্বাভাবিক। সাধাৰণতে অক্টোবৰৰ মাজভাগৰ পৰা নৈখনৰ পানী নির্মল হৈ পৰে।

আইনাৰ দৰে মুখ চাব পৰা হৈ উঠে এই পানী। কিন্তু এইবাৰ নৈখনৰে ঘোলা পানী প্রবাহিত হৈ আছে। আনহাতে, এই নৈখনৰ এনে অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইছআইডিএল) ক জগৰীয়া কৰিছে ভিপিপি দলসহ একাংশই।

ইতিমধ্যে বিষয়টোক লৈ ভিপিপিৰ সাংসদ বিকি সিংকনে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু পৰিৱেশ মন্ত্রী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদজনে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু আন্তঃগাঁথনি লিমিটেডে মেঘালয়ত কৰি থকা কাম-কাজৰ ফলত নৈখনৰ এনে শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে।

পত্রত তেওঁ কয়, ‘উমনগোট নদী মেঘালয়ৰ প্ৰাকৃতিক সম্পদ আৰু ঐতিহ্যৰ প্রতীক। কেরল সেয়াই নহয়, এই নৈ ৰাজ্যখনৰ অন্যতম প্রধান পর্যটন কেন্দ্র। কিন্তু এই বছৰ অক্টোবৰৰ পৰা নৈখনৰ পানী ঘোলা হৈছে আৰু নিষ্প্রাণ হৈছে।’

একেদৰে বিষয়টোক লৈ উদ্বিগ্ন হৈছে মেঘালয় চৰকাৰো। উল্লেখ্য যে ৰাজ্যখনত উক্ত কেন্দ্রীয় সংস্থাই এটা পথ নির্মাণ কৰি আছে। সংস্থাটোৰ স’তে বিষয়টোক লৈ যোগাযোগ কৰা বুলি সদৰী কৰিছে উপ-মুখ্যমন্ত্রী পেস্টোন তিনছঙে। আনহাতে, ঘটনা সন্দর্ভত এনএইছআইডিচিএলৰ এজন শীর্ষ বিষয়াই জনায় যে উমনগোট নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম চলি আছে।

নদীৰ ওপৰত এশ মিটাৰ উচ্চতাত আৰু চাৰিশ মিটাৰ বহল এই দলং নিৰ্মাণৰ বাবে সম্ভৱপৰ সতর্কতা অৱলম্বন কৰা হৈছে বুলি বিষয়াজনে জনায়। অৱশ্যে পথ নিৰ্মাণৰ ফলত মাটি, বালি আদি নৈত পৰা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। এনে কাৰণত নৈখনৰ পানী ঘোলা হোৱা বুলিও এইসকলে ক্ষোভ প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MEGHALAYA
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d