Guwahati Theft:
অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবেশিত হোৱাৰ পথত গুৱাহাটী মহানগৰী ৷ ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত থকাৰ সমান্তৰালভাৱে দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাসে অকলশৰীয়া মহিলা পথচাৰীক ত্ৰস্তমান কৰি তুলিছে ৷
ADVERTISEMENT
অপৰাধীৰ এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে শেহতীয়াকৈ মহানগৰ আৰক্ষী তৎপৰ হৈ পৰিছে ৷ বশিষ্ঠ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চোৰ সহ পকেটমাৰ ৷ গভাইত চোৰ কেইটা হ’ল দিলীপ শইকীয়া, বাবু আলী আৰু প্রাঞ্জিৎ কলিতা ৷আটকাধীন চোৰ কেইটাৰ পৰা পকেটমাৰ, চুৰিত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ৷



































