Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Measurement Collection Unit:অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে অসম আৰক্ষী

অসমত স্থাপন Measurement Collection Unit

publisher by publisher
November 28, 2025
in Assam
Reading Time: 1 min read
0
Measurement Collection Unit:অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে অসম আৰক্ষী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Measurement Collection Unit:

যিকোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰি এতিয়াৰ পৰা অনায়াসে সাৰি যাব নোৱাৰিব অপৰাধী ৷ কিয়নো বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী। অপৰাধমূলক পদ্ধতি চিনাক্তকৰণ আইন ২০২২ অধীনত অসমত স্থাপন কৰা হৈছে Measurement Collection Unit(এমচিইউ) অসমত স্থাপন কৰি অপৰাধ অনুসন্ধানক আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

ADVERTISEMENT

নতুন ব্যৱস্থাৰ জৰিয়তে অপৰাধমূলক তথ্য বৈজ্ঞানিকভাৱে সংগ্ৰহ আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে, যাৰ ফলত অভ্যাসগত অপৰাধীসকলে আইনৰ পৰা সাৰি যোৱাটো অসম্ভৱ হৈ পৰিছে।

উন্নত বৈজ্ঞানিক কৌশল ব্যৱহাৰ কৰি অপৰাধীৰ ডি এন এৰ নমুনা ৰেকৰ্ড কৰি সংৰক্ষণ কৰিব এম চি ইউয়ে। বৰ্তমানৰ ফিংগাৰপ্ৰিণ্ট ডাটাবেছৰ দৰেই এমচিইউয়ে অপৰাধীৰ ৰেটিনা আৰু সম্পূৰ্ণ শৰীৰৰ ডাটা স্কেন কৰি কেন্দ্ৰীভূত ডিজিটেল ডাটাবেছত সংৰক্ষণ কৰিব।

এই তথ্যসমূহ পিছত ভাৰতৰ যিকোনো ঠাইৰ পৰা লাভ কৰিব পৰা যায় ৷যাৰ ফলত আৰক্ষীয়ে যিকোনো অপৰাধমূলক গোচৰৰ সৈতে জড়িত তথ্যসমূহ দ্ৰুতভাৱে ক্ৰছ-চেক কৰিব পাৰে।

এমচিইউত সংযুক্ত চফট্ ৱেৰে অপৰাধৰ সৈতে জড়িত অপৰাধীসকলৰ তৎক্ষণাত পৰীক্ষণ সক্ষম কৰে I যাৰ ফলত তদন্ত যথেষ্ট ক্ষিপ্ৰ হয়। অসমৰ সকলো জিলা সদৰত এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু ৰাজ্যৰ ভিতৰতে এই ধৰণৰ প্ৰথমটো ব্যৱস্থা গুৱাহাটীত কৰা হৈছে ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এমচিইউয়ে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত অপৰাধীৰ ডিএনএ নমুনাও সংৰক্ষণ কৰিব ৷ যাৰ ফলত সুৰক্ষা আৰু জবাবদিহিতা বৃদ্ধি পোৱাটো নিশ্চিত হ’ব।

এই বৈজ্ঞানিক পদক্ষেপৰ জৰিয়তে অসম আৰক্ষীৰ লক্ষ্য হৈছে আইন প্ৰয়োগক শক্তিশালী কৰা আৰু কোনো পুনৰাবৃত্তিকাৰী অপৰাধীয়ে যাতে ন্যায়ৰ পৰা হাত সাৰিব নোৱাৰে।

উল্লেখ্য যে পূৰ্বতে ডিএনএ নমুনা সংৰক্ষণ কৰা হৈছিল বহি:ৰাজ্যত। এমচিএউ অসমত স্থাপনৰ কথা সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা চিআইডিৰ মূৰব্বী মুন্না প্ৰসাদ গুপ্তাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adgp munna prasad guptaAssam PoliceMeasurement Collection Unit
publisher

publisher

Related Posts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d