Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনে ন্যায় পাবনে ?

publisher by publisher
December 17, 2025
in Assam, News
Reading Time: 1 min read
0
জুবিনে ন্যায় পাবনে ?
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবনে? এই প্রশ্ন সন্মুখত ৰাখিয়েই মঙলবাৰৰ পৰা আৰম্ভ হয় জুবিন গাৰ্গক হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত কালি প্রথম শুনানি অনুষ্ঠিত হয় আৰু বিচাৰ প্ৰক্ৰিয়াৰ নিয়মানুসৰি প্ৰথম পর্যায় কালি শেষ হয়। ইয়াৰ লগতে অহা ২২ ডিচেম্বৰ ধাৰ্য কৰা হয় পৰৱৰ্তী শুনানিৰ দিন।

ADVERTISEMENT

মঙলবাৰে চিজেএম আদালতৰ পৰা গোচৰটো কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয়। কে’বাজনো অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযোগনামাত ১০৩ হত্যাৰ ধাৰা আৰোপ কৰা হৈছে। এই ধাৰাৰ বিচাৰ জিলা আৰু সত্র ন্যায়াধীশ আদালততহে হ’ব পাৰে। সেইবাবে পৰৱৰ্তী শুনানিৰ দিনত অভিযুক্তসকলক জিলা আৰু সত্র ন্যায়াধীশৰ আদালততহে হাজিৰ কৰাব লাগিব।

অৱশ্যে অভিযুক্তসকলক সেইদিনাও সোঁশৰীৰে আদালতত হাজিৰ কৰোৱাটো সম্ভৱ হ’ব নে নহয়, সেয়া আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিছে। নিয়মানুসৰি কালিও অভিযুক্তসকলক আদালতত হাজিৰ কৰিব লাগিছিল; কিন্তু নিৰাপত্তাজনিত কাৰণ দর্শাই সোঁশৰীৰে হাজিৰ কৰোৱাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থা হিচাপে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে আৰক্ষীয়ে আদালতত আবেদন দাখিল কৰিছিল।

আদালতে সেই আবেদনত অনুমতি জনোৱাৰ পৰিপ্ৰেক্ষিতত সাতোজন অভিযুক্তক বন্দী হৈ থকা কাৰাগাৰৰ পৰা ভার্চুৱেলী হাজিৰ কৰা হয়। এনেদৰে বিচাৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হোৱাৰ পাছত ইয়াৰ অন্ত কেতিয়া পৰিব, সেয়াহে অনিশ্চিত।

গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্রুত আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ আবেদন অসম চৰকাৰে এতিয়ালৈকে দাখিল কৰা নাই। অৱশ্যে চৰকাৰে এই আবেদন দাখিলৰ বাবে প্রস্তুতি চলাইছে। তৎসত্ত্বেও বিচাৰ প্ৰক্ৰিয়া যে দীঘলীয়া হ’ব, সেয়া নিশ্চিত হৈছে। মঙলবাৰে আদালত চৌহদত হোৱা চর্চা অনুসৰি, অভিযোগনামাত ৩৪৯ জন সাক্ষীৰ বক্তব্য উল্লেখ আছে। এই প্রতিজন সাক্ষীৰ ভাষ্য আদালতে গ্রহণ কৰিব লাগিব।সাক্ষীৰ ভাষ্য গ্রহণ প্রক্রিয়াটোৱেই হ’ব অতি দীঘলীয়া।

সুস্থ আছে সাত অভিযুক্ত

বিচাৰ প্ৰক্ৰিয়াৰ প্রথম দিনা বন্দীসকলক ভার্চুবেলী চিজেএম আদালতত হাজিৰ কৰোৱাক লৈ দুই আৰক্ষী বিষয়া দুখন কাৰাগাৰত উপস্থিত হয়। সেই অনুসৰি, বাকসাৰ নিকাছিৰ কাৰাগাৰত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাস আৰু হাফলং উপ-কাৰাগাৰত উপস্থিত হয় আন এজন অতিৰিক্ত আৰক্ষী অধীক্ষক তরুণ গোৱেল। নিকাছিৰ কাৰাগাৰত বন্দী হৈ আছে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। বিচাৰৰ প্ৰথম দিনা নিয়ম অনুসৰি, আটাইকেইজন অভিযুক্তক কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্রদান কৰা হয়।

আনহাতে, আদালতত উপস্থিত থাকে অভিযুক্তসকলৰ পৰিয়ালৰ লোক। পৰিয়ালক পেনড্রাইভৰ জৰিয়তে অভিযোগনামাসহ সংলগ্ন অন্যান্য নথিপত্র প্রদান কৰা হয়। তদুপৰি নিয়ম অনুসৰি অভিযুক্তসকলৰ স্বাস্থ্যৰো আদালতে বুজ লয়। আটাইকেইজন অভিযুক্ত সুস্থ হৈ থকা বুলি আদালতে মন্তব্য কৰে।

হতাশা আৰু কান্দোন অভিযুক্তৰ

ভার্চুরেলী আদালতত হাজিৰ কৰোৱাৰ সময়ত আটাইকেইজন অভিযুক্তৰ আচৰণো লক্ষ্যণীয় হৈ পৰে। গোচৰটোৰ লোক অধিবক্তা প্রদীপ কোঁৱৰে কয়, ‘ইমান ডাঙৰ এটা গোচৰ হোৱাক লৈ স্বাভাৱিকতে অভিযুক্তসকলৰ শাৰীৰিক ভংগিমাত কিছু পৰিৱর্তন দেখা গৈছে। তেওঁলোকৰ আচৰণত অনুশোচনা অনুমান কৰিছো।’ ইয়াৰ উপৰি আদালতৰ সম্মুখত অমৃতপ্রভা মহন্তই হুকহুকাই কান্দিবলৈ ধৰে। জুবিনৰ সম্পৰ্কীয় ভ্রাতৃ তথা আৰক্ষী সন্দীপন গাৰ্গে মূৰ তুলিব পৰা নাছিল। বাকী অভিযুক্তসকলে স্বাভাৱিকভাৱে আদালতৰ সম্মুখত থিয় হয়।

অভিযুক্তৰ হৈ অধিবক্তা নিযুক্তি

জুবিন হত্যাৰ গোচৰটোত অভিযুক্তসকলৰ হৈ কালি আদালতত উপস্থিত থাকে অধিবক্তা ধ্রুবজ্যোতি দাস। তেওঁক জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা নিয়োগ কৰা হৈছে। কাৰণ জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ অভিযুক্তসকলৰ হৈ আদালতত ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম উকীল সন্থা আৰু গুৱাহাটী উকীল সন্থাই।

ওকালতি নকৰিবলৈ সংগঠন দুটাই জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত আজিলৈকে কোনো অধিবক্তা অভিযুক্তসকলৰ হৈ আগবাঢ়ি অহা নাই। সেইবাবে আদালতৰ নিৰ্দেশ মর্মে নিয়ম অনুসৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা অধিবক্তা নিযুক্তি দিয়া হয়। সেই সূত্রে দায়িত্ব লাভ কৰা ধ্ৰুৱজ্যোতি দাসে কয় যে আদালতত শুনানিৰ সময়ত আটাইকেইজন অভিযুক্তৰ ভাব-ভংগীত হতাশা পৰিলক্ষিত হয়।

ৰাইজৰ সহযোগিতা

বন্দী হৈ থকা পাঁচ অভিযুক্তক ভার্চুৱেলীত আদালতত হাজিৰ কৰালেও নিকাছিৰ কাৰাগাৰৰ সম্মুখত কালি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলে। এই ব্যৱস্থাৰ মাজেৰে পুৱা অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাসৰ নেতৃত্বত এটা দল কাৰাগাৰত প্ৰৱেশ কৰে। কিছু সময় কটাই তেওঁলোক পুনৰ গুৱাহাটী অভিমুখে ৰাওনা হয়। উল্লেখ্য যে কাৰাগাৰখনত বন্দী হৈ থকা পাঁচ অভিযুক্তক গুৱাহাটীৰ পৰা যোৱা ১৫ অক্টোবৰত স্থানান্তৰ কৰাৰ সময়ত সৃষ্টি হৈছিল অভাবনীয় পৰিস্থিতিৰ। তাৰ পৰিপ্ৰেক্ষিততে কালি নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হয়।

আনহাতে, মঙলবাৰে স্থানীয় ৰাইজে সাংবাদিকৰ আগত তেওঁলোকৰ মনৰ ভাব প্রকাশ কৰি কয় যে সেইদিনা যি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেয়া অতি দুর্ভাগ্যজনক। এনে ঘটনাই ৰাইজক লজ্জানত কৰিছে। ৰাইজে এই বুলিও কয় যে আগন্তুক সময়ত কাৰাগাৰৰ পৰা অভিযুক্তসকলক উলিয়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে প্রশাসনক সহায়-সহযোগিতা আগবঢ়াব। কোনো অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নহ’বলৈ ৰাইজ সজাগ হৈ থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d